অসমত UCC গৃহীত হোৱাৰ দিনটোতেই নগাওঁত ঘটিছে লাভ জেহাদৰ ঘটনা৷
ইকবাল আহমেদ নামৰ এজন বিবাহিত যুৱকে এগৰাকী অসমীয়া বোৱাৰীক অপহৰণ কৰাৰ অভিযোগ।
অভিযুক্ত ইকবালৰ ঘৰ নগাঁৱৰ বেঙেনাআটীত।
দীৰ্ঘদিন ধৰি ইকবালে সম্পৰ্ক ৰক্ষা কৰি আহিছিল মহিলাগৰাকীৰ সৈতে।
সন্তানক স্কুললৈ থ’বলৈ আহি নগাঁৱৰ বেঙেনাআটীৰ পৰা বিগত ১০ মাহে সন্ধান নাই মহিলা গৰাকীৰ।
অভিযুক্ত ইকবালে মহিলাগৰাকীক লুকুৱাই ৰখাৰ আভিযোগ পিতৃ-মাতৃৰ।
এটি কণমানি শিশুৰ মাতৃক বিচাৰি নাপাই হাহাকাৰ পিতৃ-মাতৃ আৰু স্বামীৰ।
ইকবালে পূৰ্বেও এগৰাকী হিন্দু যুৱতীক চলেৰে বিবাহপাশত আবদ্ধ কৰাৰো অভিযোগ।
ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছে মৰিকলং আৰক্ষী চকীত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















