• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

1 year ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

6 minutes ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

1 hour ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

2 hours ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

4 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

4 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

5 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

6 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

14 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

14 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

15 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

editor by editor
July 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৃক পঞ্চাং অনুসৰি, ৬ জুলাই দেওবাৰে দুপৰীয়া ১ বাজি ৩২ মিনিটত, কেতুৱে পূৰ্বফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এক সময়ত এই নক্ষত্ৰমণ্ডলত কেতুৰ পূৰ্ণ গোচৰ হ’ব ২০ জুলাই দেওবাৰে দুপৰীয়া ২ বাজি ১০ মিনিটত৷ ৰাহুৰ সৈতে কেতু হৈছে ছায়া গ্ৰহ, যি সৰ্বদা বিপৰীতমুখী হৈ থাকে৷ বিপৰীতমুখী অৱস্থাৰ কাৰণে,  প্ৰথমে ৰাশি বা নক্ষত্ৰৰ মাজত প্ৰৱেশ কৰে আৰু তাৰপিছতেই কিছু সময়ৰ পাছত পূৰ্ণ গোচৰ ঘটে৷ ২০২৫ চনৰ জুলাই মাহত, উত্তৰাফাল্গুনী নক্ষত্ৰৰ পৰা পূৰ্বাফাল্গুনী নক্ষত্ৰত কেতুৰ গোচৰ সমস্ত ৰাশিৰ ওপৰত গভীৰ আৰু ব্যাপক প্ৰভাৱ পেলাব৷ জ্যোতিষাচাৰ্যই কৈছে যে এই নক্ষত্ৰত কেতুৰ উপস্থিতিয়ে ৩ ৰাশিৰ ঘুমন্ত ভাগ্যক জগাই তুলিব পাৰে আৰু এই ৰাশিসমূহৰ বিশেষ প্ৰচেষ্টাৰ ফলত অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব৷ জানি থওক এই ভাগ্যবান ৰাশিসমূহ কি কি?

বৃষ ৰাশি

পূৰ্বফাল্গুনী নক্ষত্ৰত কেতুৰ গোচৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত উপকাৰী৷ এই গোচৰৰ সময়ত আপুনি আপোনাৰ সৃজনশীলতা আৰু নেতৃত্বৰ ক্ষমতাৰ পূৰ্বণ সুবিধা পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি উন্নত হব আৰু পুৰণি অসম্পূৰ্ণ প্ৰকল্পত সাফল্যৰ সম্ভাৱনা আছে৷ আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি লৈছে, তেন্তে এই সময় অনুকূল থাকিব৷ পাৰিবাৰিক জীৱনতো ভাৰসাম্য থাকিব আৰু ব্যয়ৰ তুলনাত আয় বৃদ্ধিৰো লক্ষণ আছে৷ বিশেষ প্ৰচেষ্টা কৰিলে বিনিয়োগৰ পৰা হঠাৎ আৰ্থিক লাভ পাব পাৰে৷

তুলা ৰাশি

এই গোচৰে তূলা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ মানসিক স্বচ্ছতা আৰু ভাৰসাম্য আনিব৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হব আৰু আপুনি আপোনাৰ লক্ষ্য স্পষ্টভাৱে দেখিবলৈ সক্ষম হব৷ চাকৰিজীৱী ব্যক্তিৰ পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ অন্যহাতে ব্যৱসায়ীয়ে পুৰণি লেনদেনত উপকৃত হব৷ নতুন পৰিকল্পনা বাস্তৱায়নৰ বাবে এই সময় ভাল৷ বিশেষকৈ যদি সৃজনশীল ক্ষেত্ৰৰ সৈতে সম্পৰ্কিতসকলৰ বাবে এই সময় শুভ৷ ব্যক্তিগত সম্পৰ্কসমূহ মধুৰ হৈ উঠিব আৰু প্ৰেমৰ সম্পৰ্কসমূহ আৰু স্থিতিশীল হৈ উঠিব৷ আপুনি যদি সম্পত্তি বা যানবাহন ক্ৰয়ৰ কথা ভাৱিছে এই সময় অনুকূল৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই গোচৰ আত্মদৰ্শন আৰু আধ্যাত্মিক অগ্ৰগতিৰ দ্বাৰ উন্মুক্ত কৰিব৷ আপোনাৰ ভিতৰৰ কণ্ঠস্বৰ শক্তিশালী হব আৰু আপোনাৰ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব৷ যিসকলে শিল্প, লেখালেখি, সংগীত বা আধ্যত্মিকতাৰ ক্ষেত্ৰত কাম কৰিছে তেওঁলোকে বিশেষ স্বীকৃতি আৰু সন্মান পাব পাৰে৷ অৰ্থৰ দিশৰ পৰাও এই গোচৰ শুভ৷ বিশেষকৈ বিদেশী উৎসৰ পৰা আয় বা অনলাইন মাধ্যমেৰে আয়ৰ নতুন সুযোগ আহিব পাৰে৷ আপুনি যদি গৱেষণা বা অনুসন্ধানমলূক কামত নিযুক্ত থাকে, এই সময় আপোনাৰ বাবে সফল প্ৰমাণিত হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
Next Post
ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

৬ জুলাই ২০২৫ত ত্ৰি একাদশ যোগ, শনিদেৱৰ কৃপা লাভ কৰা লাকী ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.