• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

4 months ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

6 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

6 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

7 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

7 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

8 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

8 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

10 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

10 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

11 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

11 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

12 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত কেতুক কোৱা হয় ছায়া গ্ৰহ৷ এই গ্ৰহই যেতিয়া তাৰ চলন সলনি কৰে বা নক্ষত্ৰসলনি কৰে তেতিয়াই মানুহৰ মানসিক অৱস্থা, কৰ্মজীৱন আৰু আৰ্থিক পৰিস্থিতিৰ ওপৰত তাৰ গভীৰ আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে৷ এইবাৰ আগন্তুক ২৯ মেত মহাজাগতিক আকাশত ঘটিব তেনে এক বৃহৎ পৰিবৰ্তনেই৷ সেইদিনটোত কেতুৱে মঘা নক্ষত্ৰৰ তৃতীয় দশাত প্ৰৱেশ কৰিব৷ তাতেই থাকিব আগন্তুক ৩০ জুন পৰ্যন্ত৷

এই বিশেষ দশাৰ অধিপতি হৈছে স্বয়ং বুধদেৱ৷ ফলত কেতুৰ এই ৩২ দিনৰ অৱস্থানে মানুহৰ বুদ্ধি, যুক্তি আৰু ব্যৱসায়িক সিদ্ধান্তক প্ৰভাৱিত কৰিব পাৰে৷ জ্যোতিষীৰ গণনা অনুসৰি এই সময়কাল সকলো ৰাশিৰ বাবে মুঠেও সুখকৰ নহ’ব৷ বিশেষকৈ ৩টা ৰাশিৰ জাতক জাতিকাই আগন্তুক ৩২ দিন চৰম সতৰ্ক থকাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷

 মিথুন ৰাশি

কেতুৰ এই গোচৰে মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ তীব্ৰ মানসিক দ্বন্দ্ব মাতি আনিব পাৰে৷ যিহেতু মঘা নক্ষত্ৰৰ এই দশাৰ অধিপতি বুধ আপোনাৰ নিজৰ ৰাশিৰো অধিপতি সেয়ে আপোনাৰ সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাই এই সময়ত কামত নিদিব৷ কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে তীব্ৰ মতাদৰ্শগত পাৰ্থক্য বা বিবাদে দেখা দিব পাৰে৷ সেয়ে কোনো নতুন ব্যৱসায়িক বিনিয়োগ বা ডাঙৰ কোনো চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে সমস্ত আইনী নথি অত্যন্ত সাৱধানে চাওক৷ এই সময়ত ভুলতো চৰ্টকাট বা লটাৰিৰ মাধ্যমেৰে নিশাৰ ভিতৰত অৰ্থ উপাৰ্জনৰ চেষ্টা নকৰিব৷ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে ই মূলত আত্মদৰ্শনৰ সময়৷ কেতুৰ কুপ্ৰভাৱে আপোনাৰ মাৰাত্মকভাৱে বিভ্ৰান্ত কৰিব পাৰে৷ যাৰ ফলত আপুনি নিজৰ প্ৰকৃত লক্ষ্যৰ পৰা বিচ্যুত হৈ পৰিব পাৰে৷ অফিচ বা কামৰ স্থানৰ পৰা আপুনি কষ্ট কৰিলেও অইন কোনোৱে আপোনাৰ কামৰ কৃতিত্ব চুৰি কৰাৰ চেষ্টা কৰিব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ ফল হাতলৈ অহাত দেৰি হ’ব পাৰে৷ যিয়ে আপোনাৰ মানসিক হতাশা বহুগুণ বঢ়াই দিব৷ এই সময়ত স্বাস্থ্য সংক্ৰান্তিয় বিষয়ত বিন্দুমাত্ৰো অৱহেলা নকৰিব৷ অন্যথা চিকিৎসাৰ নামত খৰচ বাঢ়িব পাৰে৷ ইয়াৰোপৰি আৰ্থিকভাৱে কোনো অপৰিচিত ব্যক্তিক অন্ধৰ দৰে বিশ্বাস নকৰিব আৰু গোপন শত্ৰুৰ পৰা সদায়ে সতৰ্ক থাকক৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে এই গোচৰ প্ৰধানকৈ বাক ত্ৰুটি আৰু পাৰিবাৰিক অশান্তিৰ কাৰণ হৈ থিয় দিব৷ কেতুৱে আপোনাৰ জীৱনৰ সুখ-স্বাচ্ছন্দ্য আৰু আৰামৰ পথে সাময়িক বৃহৎ বাধা সৃষ্টি কৰিব পাৰে৷ আৰ্থিক অৱস্থাৰ ওঠানমা হ’ব পাৰে৷ এই ৩২ দিনৰ ভিতৰত কোনো ব্যৱসায়িক ভ্ৰমণ বা ট্যুৰ কৰিলে সেয়া খুবেই সফল নহ’ব৷ দাম্পত্য বা প্ৰেমৰ সম্পৰ্কতো চৰম ভুল বুজাবুজিয়ে দেখা দিব পাৰে৷ নিজৰ মতামত সংগীৰ কাষত স্পষ্টভাৱে প্ৰকাশ কৰক আৰু কথাবাৰ্তাত কোনোধৰণে কঠোৰ বা কটু শব্দ পৰিহাৰ কৰক৷

মুক্তিৰ অব্যৰ্থ প্ৰতিকাৰ

এই অশুভ প্ৰভাৱ দূৰ কৰিবলৈ গৈ যাতে শুভ ফল নিশ্চিত হয়, তাৰবাবে জ্যোতিষীয়ে ৩টা সহজ প্ৰতিকাৰৰ কথা কৈছে৷

১. ভগৱান গণেশৰ পূজাঃ বুধ আৰু কেতুৰ অশুভ দৃষ্টি প্ৰশমিত কৰাৰ বাবে নিয়মিত “ওম গণ গণপতয়ে নমঃ” মন্ত্ৰ জপ কৰক৷

২. পক্ষী সেৱাঃ প্ৰতিদিনে নিয়মমতে পক্ষীক সাতপ্ৰকাৰৰ শস্য খাবলৈ দিয়ক৷

৩. পিতৃ তৰ্পণঃ যিহেতু এয়া মঘা নক্ষত্ৰ সেয়ে এই সময়ত পূৰ্বপুৰুষ বা পিতৃপুৰুষৰ নামত কোনো দুখীয়া মানুহক দান ধ্যান কৰিলে বিশেষভাৱে ফলপ্ৰসূ হোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
Next Post
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.