• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

4 months ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

2 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

3 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

4 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

5 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

5 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

6 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

7 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

7 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

8 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

8 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

editor by editor
May 20, 2026
in জীৱনশৈলী
0
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ
0
SHARES
968
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি ২১মে’ত এক অত্যন্ত বিৰল সংযোগ ঘটিব৷ বৃহস্পতিবাৰে গুৰু পুষ্য যোগ তৈয়াৰ হ’ব৷ মিথুন ৰাশিত বৃহস্পতিৰ গোচৰ, শুক্ৰৰ সৈতে মিলি হয় গজলক্ষ্মী যোগ তৈয়াৰ কৰিব৷ চন্দ্ৰইয়ো কৰ্কট ৰাশিত গোচৰ কৰিব৷ যাৰ ফলত গৌৰীযোগ তৈয়াৰ হব৷ চন্দ্ৰৰ পৰা দ্বাদশ ঘৰত বৃহস্পতি আৰু শুক্ৰৰ অৱস্তানত অনফা যোগো তৈয়াৰ কৰিব৷ ফলস্বৰূপে এই গ্ৰহ সংযোগৰ কাৰণে বৃহস্পতিবাৰ ২১মে, ৫ৰাশিৰ বাবে শুভ আৰু উপকাৰী হ’ব৷

বৃহস্পতিবাৰৰ ৫ভাগ্যবান ৰাশি

মেষ ৰাশি

২১ মে মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত শুভ দিন হ’ব৷ আপোনাৰ যোগাযোগ দক্ষতা উন্নত হ’ব আৰু আপুনি মানুহৰ পৰা কাম আদায় কৰাত সফল হ’ব৷ চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ ঘৰত আৰু মঙ্গল আপোনাৰ ৰাশিতেই থাকিব৷ সেয়ে এই সংযোগে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ আপুনি বিলাসিতা উপভোগ কৰিব পাৰিব৷ আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ইতিবাচক পৰিবৰ্তন ঘটিব৷ আপুনি আপোনাৰ মাতৃৰ পৰা সমৰ্থন আৰু আনন্দ লাভ কৰিব৷ ব্যৱসায়ত লাভৰ সুযোগ আহিব৷ সম্পৰ্কৰ ক্ষেত্ৰত মানসিক সংযোগ আৰু গভীৰ হ’ব৷ ভাগ্যই আপোনাক ৮৯শতাংশ পৰ্যন্ত সমৰ্থন কৰিব৷

বৃষ ৰাশি

ব্যৱসায়িক দিশৰ পৰা আপোনাৰ ৰাশিৰ বাবে শুভ দিন৷ আপুনি ব্যৱসায়ত আপোনাৰ প্ৰখৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ আপুনি আপোনাৰ ভাতৃ-ভগ্নীৰ পৰা সমৰ্থন পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অনুকূল থাকিব৷ ঊৰ্ধ্বতনসকলৰ সৈতে আপোনাৰ সম্পৰ্কৰ উন্নতি হ’ব আৰু আপুনি তেওঁলোকৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাসমূহ সফল হ’ব৷ আপোনাৰ দাম্পত্যৰ সম্পৰ্ক মধুৰ হ’ব আৰু আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে ভাললগা সময় কটাব পাৰে৷ সাহসী সিদ্ধান্তসমূহৰ পৰা আপুনি লাভৱান হ’ব৷ ভাগ্য এইদিনটোত ৮৯শতাংশ পৰ্যন্ত আপোনাৰ সমৰ্থনত থাকিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আনন্দদায়ক আৰু মনোবল বৰ্ধক দিন হ’ব৷ আপোনাৰ ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে শিল্পকলা আৰু শৈল্পিক বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বঢ়াই দিব৷ আপুনি আৱেগপ্ৰৱণতাৰ পৰিবৰ্তে বাস্তৱতাৰ সৈতে পৰিস্থিতিৰ মোকাবিলা কৰাত সক্ষম হ’ব৷ সম্পৰ্কসমূহ সৌহাৰ্দ্যপূৰ্ণ থাকিব৷ পানী আৰু পানীয়ৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ আয় বৃদ্ধি পাব৷ মানসিক চঞ্চলতা থাকিব৷ আপুনি বিলাসী সামগ্ৰীৰ বাবে অৰ্থ ব্যয় কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত দিনটো অনুকূল থাকিব৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব৷ ভাগ্যই এইদিনটো ৯১শতাংশ পৰ্যন্ত আপোনাক সহায় কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ দিন হ’ব৷ চন্দ্রই আপোনাৰ ৰাশিৰ পৰা একাদশ ঘৰত গোচৰ কৰিব৷ আৰু সূৰ্য আৰু বুধে সৌভাগ্যৰ ঘৰত অৱস্থান কৰিব৷ আপোনাৰ কাম সুস্থভাৱে আগুৱাব৷ আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ যিসকল অসুস্থ তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব৷ আপুনি ব্যৱসায়ৰ পৰা লাভৱান হ’ব পাৰে৷ ব্যৱসায়িক ডিলসমূহ লাভজনক হ’ব৷ আপুনি বন্ধু আৰু আত্মীয়ৰ পৰা সমৰ্থন পাব৷ আপুনি পিতৃ আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰিব পাৰে৷ ভাগ্যই এইদিনটোত ৮৫শতাংশ পৰ্যন্ত আপোনাক সমৰ্থন কৰিব৷

মকৰ ৰাশি

২১মে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে পাৰিবাৰিক জীৱনত আনন্দদায়ক দিন আৰু ব্যৱসায়িক বিষয়ত লাভজনক হ’ব৷ আপোনাৰ ৰাশিৰ সপ্তম ঘৰত চন্দ্ৰৰ গোচৰে আপোনাক বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব৷ অন্যান্য গ্ৰহৰ অৱস্থানো আপোনাৰ অনুকূলে থাকিব৷ যিয়ে আপোনাৰ সামাজিক প্ৰভাৱ আৰু সন্মান বৃদ্ধি কৰিব৷ আপুনি চৰকাৰী কামত সফল হ’ব৷ আপোনাৰ প্ৰতিপক্ষই আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ আপোনাৰ অৱস্থান শক্তিশালী থাকিব৷ আপোনাৰ প্ৰতিপক্ষই আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ আপোনাৰ স্বাস্থ্যও স্বাভাৱিক থাকিব৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কত ভালপোৱা আৰু পাৰস্পৰিক সমৰ্থন বৰ্তি থাকিব৷ ভাগ্যই ৮৭শতাংশ পৰ্যন্ত আপোনাক সহায় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
Next Post
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.