• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

4 months ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

59 minutes ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

2 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

2 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

3 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

4 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

6 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

8 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম এছিয়াৰ উত্তেজনা আৰু হৰমুজ প্ৰণালী বন্ধ হৈ যোৱাত বিশ্বব্যাপী ইন্ধনৰ সংকট তৈয়াৰ হৈছে৷ বহু দেশত পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িছে ভাৰততো ইন্ধনৰ দাম বাঢ়িছে৷ এসপ্তাহৰ ভিতৰত পেট্ৰল আৰু ডিজেলৰ দাম দুবাৰলৈ বৃদ্ধি পাইছে৷ একেই অৱস্থা এল পিজিৰো৷

এক প্ৰতিবেদনে দাবী কৰা অনুসৰি LPG-ৰ তৃতীয় বৃহত্তম ভোক্তা দেশ ভাৰত প্ৰতিদিনে ৪লাখ বেৰেলৰ সৰবৰাহ ঘাটিৰ সন্মুখীন হৈছে৷ এক আন্তৰাষ্ট্ৰীয় প্ৰতিবেদনত কোৱা হৈছে যে এপ্ৰিল মাহত ভাৰতৰ LPG আমদানি আছিল প্ৰতিদিনে ৩৭৭,৬২০ বেৰেল৷ যি ফেব্ৰুৱাৰীত আমদানি কৰা প্ৰতিদিনৰ ৮৫১,৮৭০ বেৰেলতকৈ উল্লেখযোগ্যভাৱে কম৷ উল্লেখ্য যে ফেব্ৰুৱাৰীত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে চলি আছিল৷

যুদ্ধ বঢ়াৰ পাছৰে পৰা পৰিস্থিতি বেয়ালৈ ঢাল খাইছে৷ এই সংকটৰ মাজত চৰকাৰে সৰবৰাহৰ ঘাটি দূৰ কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে৷ চৰকাৰে পাইপলাইন PNG সংযোগ থকা পৰিয়ালসমূহক তেওঁলোকৰ LPG সংযোগ বন্ধ কৰিবলৈ কৈছে৷ চৰকাৰে তেওঁলোকক এই পৰিসেৱা বন্ধৰ বাবে তিনিমাহ সময়ো দিছে৷ এয়া বাস্তবায়নৰ বাবে চৰকাৰে এক পৰিয়াল এক সংযোগ নিয়ম আৰম্ভ কৰিছে৷ যাৰ ফলত এটা পৰিয়ালৰ পক্ষে পিএনজি আৰু ভৰ্তুকিপ্ৰাপ্ত গাৰ্হস্থ্য LPG উভয়েই ৰখা অবৈধ৷

মাৰ্চ মাহত এলপিজিৰ দাম কিয় বাঢ়িছে?

চৰকাৰে মাৰ্চৰ আৰম্ভণিতে ১৪.২ কেজি ৰেগুলাৰ এলপিজি চিলিণ্ডাৰৰ দামো ৬০টকা বঢ়াইছে৷ ১১ মে পৰ্যন্ত দেশত ৪৫দিনৰ ৰোলিং ষ্টক, ইয়াৰ সৈতে ৬০ দিনৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ মজুত আছিল৷ কোৱা হৈছে ভাৰতেও এলপিজি ক্ৰয়ৰ ক্ষেত্ৰত কিছু সালসলনি অনাৰ চেষ্টা কৰিছে৷ ইৰান, অষ্ট্ৰেলিয়া, আৰ্জেন্টিনা আৰু চিলিৰ পৰা এলপিজি কিনিছে৷ এইকেইখন দেশৰ পৰা এপ্ৰিলমাহত দৈনিক ৪৩,০০০ বেৰেল সৰবৰাহ কৰিছে৷ যি ফেব্ৰুৱাৰীত আছিল শূন্য৷ এই পৰিমাণ মধ্যপ্ৰাচ্যৰ চাৰি সৰবৰাহকাৰীয়ে পঠিওৱা দৈনিক ৬৭৮,০০০ বেৰেলতকৈ উল্লেখযোগ্যভাৱে কম আৰু দূৰত্বও এক গুৰুত্বপূৰ্ণ কাৰণ৷

প্ৰতিবেদনত কোৱা হৈছে অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ সৰবৰাহ কৰিবলৈ প্ৰায় ২০দিন সময় লাগে৷ অন্যহাতে আৰ্জেন্টিনা আৰু আমেৰিকালৈ ৰপ্তানিত ৩৫-৪৫ দিন পৰ্যন্ত সময় লাগিব পাৰে৷ এপ্ৰিল মাহত ভাৰতে এই দেশসমূহৰ পৰা প্ৰতিদিনে ১ লাখ ৪৯ হাজাৰ বেৰেল গেছ পাইছে৷

গেছ আমদানিৰ ৮০শতাংশই আহে মধ্যপ্ৰাচ্যৰ পৰা

উল্লেখ্য যে ভাৰতত LPGৰ কোনো দীৰ্ঘম্যাদি মজুত ব্যৱস্থা নাই আৰু দেশে মুঠ এলপিজি চাহিদাৰ প্ৰায় দুই তৃতীয়াংশ আমদানি কৰে৷ ভাৰতৰ এলপিজি আমদানিৰ প্ৰায় ৮০শতাংশই আহে সংযুক্ত আৰৱ আমিৰশাহ, কাটাৰ, কুৱেইট আৰু ছৌদী আৰৱৰ পৰা৷ যদিও বাৰতে এতিয়া বিভিন্ন উৎসৰ পৰা তেল আৰু গেছ আমদানি কৰিছে তথাপিও চাহিদা দূৰ কৰা সম্ভৱ হোৱা নাই৷ ফলস্বৰূপে দেশত এল পি জিৰ উৎপাদন বঢ়োৱাতো জোৰ দিয়া হৈছে৷ গেছৰ নিৰবচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰিবলৈ কিছু নিয়মকানুনো কঠোৰ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
Next Post
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.