উপায়ুক্তই নাজানে গুৱাহাটীৰ খানাপাৰাৰ বেদখলৰ কথা। খানাপাৰ পাহাৰত কি হৈছে খবৰ নাই প্ৰশাসনৰ হাতত। ধৃতৰাষ্ট্ৰৰ ভূমিকাত মহানগৰ জিলা প্ৰশাসন। উপায়ুক্তৰ হাতত বেদখলৰ কোনো তথ্য নাই। প্ৰায় ৫০০ বিঘা এই মাটি আচলতে গৰাকীবিহীন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















