• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পুষ্পা’ ছবিৰ ‘চামি চামি’ গানেৰে আকৌ খলকনি কিলি পলৰ

‘পুষ্পা’ ছবিৰ ‘চামি চামি’ গানেৰে আকৌ খলকনি কিলি পলৰ

4 years ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

31 minutes ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

53 minutes ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

1 hour ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

2 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

3 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

4 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

4 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

5 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

6 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

7 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

7 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘পুষ্পা’ ছবিৰ ‘চামি চামি’ গানেৰে আকৌ খলকনি কিলি পলৰ

'পুষ্পা' ছবিৰ অভিনেত্ৰী ৰশ্মিকা মন্দনাৰ পৰিৱৰ্তে চৰ্চাত তাঞ্জানিয়াৰ তাৰকা কিলি পল, কিন্তু কিয়?

editor by editor
January 16, 2022
in চিনেমা, বিনোদন, বিশ্ব, ভাৰত, সংগীত
0
‘পুষ্পা’ ছবিৰ ‘চামি চামি’ গানেৰে আকৌ খলকনি কিলি পলৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আল্লু অৰ্জুনৰ ‘পুষ্পা’ ছবিখনে শেহতীয়াকৈ কেইবাটাও সফলতাৰ অভিলেখ ভংগ কৰিছে। বক্স অফিচৰ পৰা নিৰ্মান কৰা ছবিখনৰ কাহিনীয়ে শেহতীয়াকৈ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। ছবিখনৰ গানসনুহেও ধুমুহা সৃষ্টি কৰিছে। দেশ-বিদেশৰ অনুৰাগিসকলেও এতিয়া আকোৱালি লৈছে চিনেমাখনৰ ‘চামি চামি’ গানটো।

শেহতীয়াকৈ চিনেমাখনৰ এই গানটোৰ আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অৱশ্যে, ভিডিঅ’টোত দেখা পোৱা নাই অভিনেত্ৰী ৰশ্মিকা মন্দনা আৰু অভিনেতা আল্লু অৰ্জুনক। তাঞ্জানিয়াৰ যুৱক কিলি পলক দেখা গৈছে ভিডিঅ’টোত। প্ৰায়ে ছচিয়েল মিডিয়াত খলকনি তোলা কিলি পলে এইবাৰ ‘চামি চামি’ গানটো নিজৰ ষ্টাইলত অভিনয় কৰিছে।

তাঞ্জানিয়াৰ সামাজিক মাধ্যমৰ তাৰকা কিলি পলে পুনৰ এই আকৰ্ষণীয় ভিডিঅ’টোৰ সৈতে অনুৰাগীৰ মুখামুখি হৈছে। চুপাৰহিট গান চামি চামিত কঁপি থকা ৰশ্মিকা মন্দনাৰ ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ আছে। তাৰ মাজতে এতিয়া কিলি পলৰ ভিডিঅ’ই ধুমুহাৰ সৃৃষ্টি কৰিছে। পুষ্পাৰ এই গানটো সকলোতেই হিট হৈ পৰিছে, কি দেশ কি বিদেশ।

কিলিৰ নৃত্যশৈলীৰ কথা আকৌ চৰ্চালৈ আহিছে ভিডিঅ’টিৰ জৰিয়তে। কেঁচি নৃত্যৰ ভংগিমাৰ কিলিয়ে কৰা নৃত্যসমুহ সকলোৱে চোৱাটো যোগ্য। কিলিয়ে তাইৰ পৰম্পৰাগত মাচাই পোছাকত এই ভিডিঅ’টো প্ৰস্তুত কৰিছে। কিলিক সম্পূৰ্ণ ধেমালিৰে এই গানটোত নৃত্য কৰা দেখা গৈছে। তেওঁ এই গানটোত হুক ষ্টেপও কৰিছে, যিটো তেওঁৰ অনুৰাগীসকলে পূৰ্বতেই ভাল পাইছিল। কিলিৰ এই ভিডিঅ’টো আমাজন প্ৰাইমে অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেল প্ৰাইম ভিডিঅ’ত শ্বেয়াৰ কৰিছে।

অনুৰাগীসকলে কিলিৰ এই নৃত্যত বহুত মৰম দি চৰ্চা কৰা দেখা গৈছে। হৃদয় আৰু জুইৰ ইমোজিৰ ভৰি পৰিছে ভিডিঅ’টো। অনুৰাগীয়ে কিলিৰ ষ্টাইলটো মূলতকৈ বেছি ভাল পাইছে। কিছু সংখ্যক অনুৰাগীয়ে আনকি কিলিৰ নৃত্যশৈলীক ছবিখনৰ অভিনেত্ৰী ৰশ্মিকা মন্দনাৰ সৈতে তুলনা কৰিছে আৰু লিখিছে যে কিলিৰ নৃত্য ৰশ্মিকাৰ নৃত্যতকৈ ভাল হৈছে। এইটো আপুনিৰ ওপৰতেই নিৰ্ভৰ কৰিব যে আপুনি কাৰ নৃত্য অধিক ভাল পায়, কিন্তু এয়া নিশ্চিত যে ৰশ্মিকা আৰু আল্লু অৰ্জুনৰ গানটো বিদেশতো আকোৱালি লৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: allu arjun new filmasom live 24assam live 24axom live 24kili paulpushpa filmrashmika mandana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
লতা দিদি কুশলে আছেনে?

লতা দিদি কুশলে আছেনে?

birju maharaj

চিৰনিদ্ৰাত কথক সম্ৰাট পণ্ডিত বিৰ্জু মহাৰাজ, আজি ভাৰতীয় সংগীত জগতৰ লয় ৰুদ্ধ, সুৰ মৌন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.