• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?

এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?

5 years ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৪

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৪

4 minutes ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

1 hour ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

2 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

3 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

3 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

3 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

4 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

4 hours ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

5 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

5 hours ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

7 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?

ৰেড কাৰ্পেটৰ তলত হিটাৰ লৈ পিতৃৰ গুণ গৰিমাৰ বখানিলে উঃ কোৰিয়াৰ শাসনক কিম জং উনে

editor by editor
February 18, 2022
in Uncategorized
0
এয়া আকৌ কি কাণ্ড সংঘটিত কৰিলে উঃ কোৰিয়াৰ একনায়ক কিম জং উনে?
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সংবাদ মাধ্যমৰ বাবে গৰম খবৰৰ উৎস হৈছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন৷ সেয়ে উত্তৰ কোৰিয়াত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’লেও বিশ্বৰ প্ৰায়বোৰ সংবাদ সংস্থা আৰু এজেঞ্চিয়ে শেন চৰাইৰ দৰে কিম জং উনৰ পিছত পৰি থাকে৷

 

এই কিম জং উনৰ এক শেহতীয়া কাণ্ডই পুনৰ বিশ্ব সংবাদ মাধ্যমত খলকনি তুলিছে৷ হয়, উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ অন্য এক বিশেষ কাণ্ড এইবাৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷

 

 

সংবাদ সংস্থা এন কে নিউজ-এ প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে প্ৰচণ্ড শীততো ৰঙা কাৰ্পেটৰ তলত হিটাৰ সংস্থাপন কৰি এখন সভাত প্ৰায় ভাষণ প্ৰদান কৰিছিল৷ জঙে উক্ত ভাষণত কেৱল নিজৰ পৰিয়ালৰে গুণ বখানি আছিল৷

 

এন কে নিউজৰ মতে যোৱা মংগলবাৰে মাত্ৰ ৫ ডিগ্ৰী উষ্ণতাত মুখত মাস্ক পৰিধান নকৰাকৈ থিয় হৈ থকা শ শ মানুহৰ আগত কিম জং উনে ভাষণ প্ৰদান কৰি থকা দেখা গৈছিল৷ দৰাচলতে যোৱা মংগলবাৰে উত্তৰ কোৰিয়াৰ পূৰ্বৰ শাসক তথা কিম জং উনৰ পিতৃ কিম জং ইলৰ ৮০ সংখ্যক জন্ম বাৰ্ষিকী আছিল৷

 

সেই উপলক্ষ্যে চৰকাৰীভাৱে কিম জং ইলৰ জন্মভূমি বুলি দাবী কৰি অহা চামজিয়নত জন্ম বাৰ্ষিকী উদযাপন কৰা হৈছিল৷ উক্ত অনুষ্ঠানতে উত্তৰ কোৰিয়াৰ বৰ্তমানৰ শাসনক কিম জং উনে প্ৰায় ৩০ মিনিট ধৰি প্ৰচণ্ড শীতত প্ৰয়াত পিতৃৰ বিষয়ে বক্তৃতা প্ৰদান কৰিছিল৷

 

 

এন কে নিউজ-এ প্ৰকাশ কৰা অনুসৰি জঙে ভাষণ প্ৰদান কৰি থকাৰ সময়ত চহৰখনৰ উষ্ণতা আছিল মাত্ৰ ৫ ডিগ্ৰী ছেলছিয়াছ৷ এনে শীততো কিম জঙে মূৰত গৰম টুপি আৰু হাতত গ্ল’ভছ পিন্ধা নাছিল৷

 

সেয়ে সংবাদ সংস্থাটোৱে দাবী কৰিছে যে উক্ত সময়ত মঞ্চৰ ৰেড কাৰ্পেটৰ তলত হিটাৰ সংস্থাপন কৰা হৈছিল, যাৰবাবে শাসক কিম জং উনৰ সৈতে দেশখনৰ চৰকাৰী বিষয়াসকলে প্ৰচণ্ড শীততো মঞ্চত গৰম টুপি আৰু হাত মোজা নিপিন্ধাকৈ উপৱিষ্ট হৈ থাকিব পাৰিছিল৷

 

সংবাদ পত্ৰখনে কিম জম উনে ভাষণ প্ৰদান কৰি থকা সময়ৰ কৰা ৰঙা কাৰ্পেটৰ তলত হিটাৰ সংস্থাপনৰ কৰি থোৱা ফ’টো আপলোড কৰি হিটাৰো দেখুওৱাবলৈ চেষ্টা কৰিছে৷

 

উল্লেখ্য যে উনৰ পিতৃ কিম জং ইলৰ ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰিত উত্তৰ কোৰিয়াৰ চামজিয়নত জন্ম গ্ৰহণ কৰিছিল৷ ২০১১ চনত মৃ্ত্যু হোৱা কিম জং ইলৰ প্ৰতিবাৰেই চামজিয়নতে নিৰ্মাণ কৰা প্ৰতিমূৰ্তিৰ আগত জন্ম বাৰ্ষিকী উদযাপন কৰা হয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
জঘন্য কাণ্ড : এইবাৰ গৰু পোৱালিক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৪ যুৱক

জঘন্য কাণ্ড : এইবাৰ গৰু পোৱালিক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল ৪ যুৱক

খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

খুৰীয়েকৰ সৈতে ১৪ বছৰীয়া কিশোৰৰ অবৈধ সম্পৰ্ক, সাক্ষী ১০ বছৰীয়া শিশুক হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.