অসম লাইভ ২৪ঃ অনন্য বেশভূষাৰে কিম কাৰ্ডেচিয়ানৰ চমক৷ সম্পূৰ্ণ শৰীৰ ঢাক খোৱা সাজেৰে Met Gala 2021ৰ ৰেড কাৰ্পেটত অনুৰাগীক চমক দিলে ৰিয়েলিটী টিভি ষ্টাৰ কিম কাৰ্ডেচিয়ানে৷ বিশ্বৰ ব্যয়বহুল ফেশ্বন হাউচ বেলেনচ্যিয়াগাৰ কেটড্ৰেছ পৰিধান কৰিছিল কিম কাৰ্ডেচিয়ানে৷ সাজযোৰ ডিজাইন কৰিছিল বিখ্যাত ফেশ্বন ডিজাইনাৰ Demma Gvasaliaয়ে৷
View this post on Instagram
সম্প্ৰতি এই বেশভূষাক লৈ ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে মডেলগৰাকী৷ বলীউডৰ বহু তাৰকাইও কিম কাৰ্ডেচিয়ানৰ ৰেড কাৰ্পেট ড্ৰেছক লৈ মিম শ্বেয়াৰ কৰিছে৷ টুইটযোগে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে কিমে৷ এনেধৰণৰ অপ্ৰত্যাশিত ফেশ্বনৰ বাবে পূৰ্বৰেপৰা চৰ্চাৰ শীৰ্ষত থাকে কিম কাৰ্ডেচিয়ান৷
View this post on Instagram
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ