শিলচৰত ভয়ংকৰ পৰিস্থিতি, কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পাছতে অগ্নিগৰ্ভ ৰাজপথ। ৰণী দাস নামৰ এজন যুৱকে হত্যা কৰাৰ সন্দেহ।