• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে

হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে

11 months ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

12 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

13 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

14 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

14 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

15 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

15 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

16 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

16 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

17 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

18 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

18 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে

হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে

editor by editor
April 7, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
হাতৰ টাটুত অঁকা ঘড়ীত সময় ২ বাজি ২০ মিনিট, এই টাটুৰ অৰ্থ কি? মুখ খুলিলে ৰিংকু সিঙে
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে কলকাতাত ২২ গজত নামিব ৰিংকু সিং৷ ইডেন গাৰ্ডেন্সত তেওঁলোকৰ প্ৰতিপক্ষ লক্ষ্ণৌ ছুপাৰ জয়েন্টছ৷ শেষ মেচত ছন্দ উভতি আহিছে কলকাতাৰ বেটাৰ ৰিংকু সিঙৰ৷ এইবাৰ ভাল ইনিংছ খেলিছে ভেংকটেশ আয়াৰ, অঙ্গকৃষ ৰঘুবংশী, অজিংক ৰাহানাই৷ শেষত ২২ গজত নামি ১৮ বলত ৩২ ৰানৰ ইনিংছ খেলিছে ৰিংকু সিঙে৷ লক্ষ্ণৌৰ বিৰুদ্ধে জয়ৰ ধাৰা বজাই ৰখাই লক্ষ্য কে কে আৰৰ৷ মেচৰ পূৰ্বে প্ৰেক্টিছ ছেচনত দুই দলৰ ক্ৰিকেটাৰসকলক দেখা গৈছে ইডেন গাৰ্ডেনছত৷

ইডেনত প্ৰেক্টিছ মেচ খেলি থকাৰ সময়তেই ৰিংকু সিঙৰ হাতৰ টাটুৰ চৰ্চা চলিছে৷ বিগত দুটা আই পি এলত দুৰ্দান্ত খেলৰ বাবে শিৰোনামত উঠিছে ৰিংকু সিং৷ তেওঁৰ দুখন হাততেই আছে দুটা টাটু৷ সোঁহাতৰ টাটুত আছে এখন ঘড়ী৷ তাতেই লিখা আছে ২ বাজি ২০ মিনিট৷ আনখন হাতৰ টাটুত লিখা আছে গডছ প্লেন৷ দেওবাৰে নাইটছ বাইট নামৰ এক অনুষ্ঠানত ৰিংকুৱে জনাইছে টাটুৰ আঁৰত থকা গল্প৷

ৰিংকুৱে কয়, ‘২০১৮ চনত ৮০ লাখ টকাত কে কে আৰে মোক দলত লৈছিল৷ সেই অৰ্থৰ পৰিমান অন্যৰ বাবে কম হলেও মোৰ পৰিয়ালৰ বাবে সেই অৰ্থ বহুত৷ ইয়াৰ পূৰ্বে মোৰ হাতত ৮০টকা অৰ্থ থকাটোও বহুত৷ সেই ধনেৰেই মোৰ জীৱন সলনি হৈছিল৷ সলনি হৈছিল মোৰ পৰিয়ালৰ জীৱনো৷ ভণ্টীক বিয়া দিয়াও সহজ হৈছিল৷ কেৱল সেয়াই নহয় সেই টকাৰে ঘৰো ক্ৰয় কৰিছো৷’

এই কাহিনীৰ বৰ্ণনা দিয়াৰ মাজতেই ৰিংকুৱে দিছে তেওঁৰ হাতৰ টাটুত থকা ২ বাজি ২০ মিনিটৰ বৰ্ণনা৷ এই বিষয়ে ৰিংকুৱে কয়, ‘কলকাতাই যেতিয়া মোক নিলাম কৰি দলত লৈছিল তেতিয়া সময় আছিল ঠিক ২ বাজি ২০ মিনিটৰ পৰা ২ বাজি ২১ মিনিট৷ ঠিক সেই মুহূৰ্ততেই মোৰ জীৱন সলনি হৈ যায়৷ সেয়ে এই সময় মোৰ বাবে আজীৱন স্মৰণীয়৷’

উল্লেখ কৰা প্ৰয়োজন যে কেকেআৰে ক্ৰয় কৰাৰ পাছৰে পৰাই সলনি হৈছে ৰিংকুৰ ক্ৰিকেট কেৰিয়াৰো৷ তেওঁ সুযোগ লাভ কৰিছে ভাৰতীয় দলতো৷ এইবাৰৰ আই পি এলত তেওঁক ১৩ কোটি টকাৰ ৰিটেইন কৰিছে কেকেআৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

১ বছৰৰ পাছত মহাগোচৰ সূৰ্যৰ, ভাগ্য উজলি উঠিব ৫ৰাশিৰ জাতকৰ

কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

কোন ৰাজ্যত ৱাকফৰ সম্পত্তি সৰ্বাধিক? অসমত ৱাকফৰ সম্পত্তি আছেনে? জানি থওক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.