• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

2 years ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

17 minutes ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

2 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

5 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

6 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

7 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

7 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

8 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

9 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

9 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

editor by editor
January 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?
0
SHARES
636
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আমাৰ দেশ প্ৰাকৃতিক বৈচিত্ৰৰে ভৰপুৰ। ভাৰতৰ দক্ষিণে হিমালয় পৰ্বত, দক্ষিণে মহাসাগৰ। বহু পাহাৰ, পৰ্বত, ঝৰ্ণা, নদীয়ে বৈচিত্ৰময় কৰি ৰাখিছে এই দেশক। ভাৰতবৰ্ষত অসংখ্য সৰু বৰ নদীও আছে। এই সমস্ত নদীৰ মাজতেই অনন্য এখন নদী হৈছে সৰযূ নদী। অযোধ্যাৰ ৰাম জন্মভূমিত দেশৰ সৰ্ববৃহৎ মন্দিৰ ৰাম মন্দিৰ অচিৰেই উদ্বোধন হ’ব। ৰাম মন্দিৰক লৈ এতিয়া সমগ্ৰ দেশতে এতিয়া উৎসাহ আৰু উদ্দীপনা। কিন্তু ৰাম জন্মভূমিত থকা সেই বিশেষ নদী সৰযূ নদীৰো আছে বিশেষ গুৰুত্ব।

ভাৰতৰ ইতিহাসত গংগা, যমুনা, গোদাবৰী, নৰ্মদা, ব্ৰহ্মপুত্ৰৰ পাছতেই আছে সৰযূ নদীৰ স্থান। ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা পৰ্যন্ত সকলো ঘটনাৰ নিৰৱ সাক্ষী এই সৰযূ নদী। বেদ আৰু পুৰাণতো সেয়ে সৰযূ নদীৰ কথা বিশেষভাৱে উল্লেখ আছে।

ৰামায়ণত উল্লেখ থকা অনুসৰি কোশল ৰাজ্যৰ প্ৰধান নদীয়েই হৈছে সৰযূ নদী। মহাভাৰতৰ ভীষ্ম পৰ্বতো সৰযূ নদীৰ উল্লেখ পোৱা যায়। ৰাম চৰিতমানসত তুলসীদাসে লিখা অনুসৰি অযোধ্যা নগৰীৰ উত্তৰ দিশত প্ৰবাহিত হৈ আছে এই সৰযূ নদী। এই নদীক অযোধ্যাৰ প্ৰধান পৰিচয় বুলিও উল্লেখ কৰিছে তুলসীদাসে।

পদ্মপুৰাণতো সৰযূ নদীৰ কথা বৰ্ণনা কৰা আছে। তেওঁৰ ৰচিত গ্ৰন্থ অষ্টাধ্যায়ীত মহৰ্ষি পাণিনিত সৰযূ নদীৰ কথা উল্লেখ আছে। মুখবাগৰি অহা প্ৰবাদ অনুসৰি সৰযূ নদীয়ে পূৰ্বতে গাখীৰ বৈছিল। বামণ পুৰাণৰ ত্ৰয়োদশ অধ্যায় ব্ৰহ্ম পুৰাণৰ ১৯তম অধ্যায় আৰু বায়ুপুৰাণৰ ৪৫ তম অধ্যায়ত কোৱা হৈছে যে গংগা, যমুনা, গোমতী, সৰযূ আৰু সাৰদা নদী হিমালয় পৰ্বতৰ পৰা প্ৰবাহিত হৈছে।

বৈদিক যুগতো এই নদীৰ উল্লেখ পোৱা যায়। পুৰাণ অনুসৰি শ্ৰী বিষ্ণুৰ চকুৰ পৰা সৰযূ নদীৰ উৎপত্তি। মৎস্য অৱতাৰ ৰূপ ধাৰণ কৰি স্কন্দাসূৰৰ হাতৰ পৰা বেদ উদ্ধাৰ কৰিছিল বিষ্ণুৱে। তেতিয়াই তেওঁৰ চকুৰে আনন্দাশ্ৰু প্ৰবাহিত হৈছিল। এই পানীৰেই সৃষ্টি হৈছিল মানস সৰোবৰৰ। বৈবাশ্বত মহাৰাজ তীৰৰ পৰা মানস সৰোবৰলৈকে কিছু পানী বৈ আহে। এই পানী প্ৰবাহিত হৈয়েই সৰযূ নদীৰ ৰূপ লয়।

সাৰদা নদীৰ পৰা সৃষ্টি হৈছে সৰযূ নদীৰ। উত্তৰাখণ্ডৰ সাৰদা নদীৰ পৰা বিচ্ছিন্ন হৈ আহিছে সৰযূ। এই নদীত স্নান কৰিলে সকলো পাপ দূৰ হয় বুলিও প্ৰচলিত বিশ্বাস। শ্ৰী বিষ্ণুলে ত্ৰেতাযুগত শ্ৰীৰামচন্দ্ৰ ৰূপে জন্ম লয়। তেওঁ বাল্যকালৰে পৰাই এই নদী প্ৰত্যক্ষ কৰি আহিছিল। আজিও সৰযূ নদীক পবিত্ৰ নদী বুলি ধাৰণা কৰা হয়। বিশেষ দিনবোৰত এই নদীত গা ধুলে পূণ্যস্নান হয় বুলি বহুলোকৰেই বিশ্বাস। বহু সাধু সন্যাসীয়েও এই নদীত গা ধুবৰ বাবেই অযোধ্যালৈ আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা
ভাৰত

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

April 6, 2026
Next Post
আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

আৰম্ভণিতেই কেণা লাগিল! 'ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.