• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

2 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

4 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

4 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

5 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

7 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

7 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

8 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

8 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

9 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

9 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

11 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

12 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

editor by editor
November 8, 2023
in জীৱনশৈলী, লেখা
0
মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মা শ্মশানবাসিনী অৰ্থাৎ এই স্থানত মানুহৰ সমস্ত অহংকাৰ ইয়াতেই নাশ হয়। মানুহৰ স্থুলদেহৰ বিনাশ হয়। এই স্থানতেই তেওঁ অধিষ্ঠাত্ৰীৰূপে অৱস্থান কৰে। মাতৃৰ ৰূপকল্পৰ গভীৰ অৰ্থবহ।

চতুৰ্ভুজা
মাতৃ হৈছে চতুৰ্ভূজা। চৌদিশে তেওঁৰ ব্যপ্তি। সৰ্বত্ৰতেই তেওঁ বিৰাজমান। মাতৃ চতুৰ্বৰ্গ ফলপ্ৰদায়িনী অৰ্থাৎ কালীৰ আছে চাৰিখন হাত। চাৰিখন হাতত যথাক্ৰমে ধৰ্ম, কাম, অৰ্থ আৰু মোক্ষম। ধৰ্মৰ অৰ্থ হৈছে এজন মানুহে পালন কৰিবলগীয়া সামাজিক কৰ্তব্য। ইয়াৰ ভিতৰত আছে আৰ্তজনক সেৱা, দৰিদ্ৰসকলক সাহায্য, নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন আদি।

ধৰ্মৰ পাছতেই আছে কাম। কামৰ অৰ্থ হৈছে ইচ্ছা। ইয়াত কামনাকেই কাম হিচাপে বুজোৱা হৈছে। মানুহৰ বিভিন্ন কামনা থাকে। কামনাৰ ভিতৰত প্রধানকৈ নিজৰ উত্তৰোত্তৰ উন্নয়ন। নিজৰ অন্তঃশ্ৰীৰ বৃদ্ধিৰ ইচ্ছা জাগ্ৰত কৰাকেই এতিয়া কাম বুলি অভিহিত কৰা হয়।

তৃতীয়তে আছে অৰ্থ। অৰ্থ হৈছে সকলো ব্যক্তিৰেই জীৱনৰ প্রধান লক্ষ্য। জীয়াই থকাৰ লক্ষ্য কি? কেৱল যাপন? কিয় মানুহে জন্মগ্ৰহণ কৰে? এক নিৰ্দিষ্ট সময়লৈকেহে এজন ব্যক্তি জীয়াই থাকে। সেয়ে লক্ষ্য বুজিব পৰা আৰু তাক উপলব্ধিক বুজি পোৱাই হৈছে অৰ্থ। মোক্ষ হ’ল মুক্তি। লোভ অৰ্থাৎ আত্মত্যাগ আৰু আত্মোপলব্ধিয়েই হৈছে মোক্ষ।

কৃষ্ণ বৰ্ণা
কালীৰ বৰণ ক’লা। কৃষ্ণবৰ্ণতেই সমস্ত ৰঙ শেষ হয়। অৰ্থাৎ সকলো ৰঙক কৃষ্ণবৰণে ঢাকি ধৰে। কালীয়ে সকলোকে গ্ৰাস কৰে। এই গ্ৰাস কৰাৰ অৰ্থ হৈছে ইয়াতেই ভক্তৰ নিবেদন, ভক্তি গ্ৰহণ আৰু তমোগুণ তেওঁ সামৰি ৰাখে। সত্ত্ব-তমো-ৰজঃ এই ত্ৰিগুণৰ সাম্যতা তেঁৱেই ধৰি থাকে।

উন্মুক্ত কেশ
উন্মুক্ত কেশ মায়াৰ প্ৰতীক। ভীষণ ক’লা কেশ মানেই মায়াজাল। এই কেশতেই সকলো ভুল যায়। সকলোকে অৱৰুদ্ধ কৰি ৰাখে। সেইখিনি অতিক্ৰম কৰি কোনো আগবাঢ়ি যাব নোৱাৰে। “সৃষ্টিস্থিতি বিনাশাং শক্তিভূতে সনাতনী….”।

মুণ্ডমালা
কালীৰ ডিঙিত থকা নৰমুণ্ডৰ মালাই বুজাই যে তেওঁ বাকৰ অধিশ্বৰী। মন্ত্ৰও তেওঁৰ, কু কথাও তেওঁৰ, প্ৰশংসাও তেওঁৰ। জগতৰ সমস্ত চলাচল তেৱেই পৰিচালিত কৰে। তেওঁৰ ডিঙিত থকা কটা মুণ্ডৰ এটা হৈছে আদিধ্বনি।

খড়্গ
খড়্গৰ দ্বাৰা তেওঁ শৰণাগতৰ যাৱতীয় অজ্ঞানতা বা অন্ধকাৰ নাশ কৰে। খড়্গই জ্ঞানচক্ষুকো বুজায়।

কৰ্ণ কুণ্ডল
কৰ্ণ কুণ্ডলত শিশু শৱ! অৰ্থাৎ ভয়ংকৰ। কিন্তু ইয়াৰ অৰ্থ হৈছে কালীয়ে শিশুৰ ন্যায় নিৰ্বিকাৰ, সৰলতাক পছন্দ কৰে সেয়ে তেওঁ শিশুক ডিঙিতেই সামৰি ৰাখে।

তেজ
কালীৰ সৰ্বাংগ শৰীৰতেই তেজ লাগি থাকে। তেওঁৰ ওঁঠ, জিভা সকলোতে তেজ। ইয়াৰ অৰ্থ হৈছে কালীয়ে প্ৰতিনিয়ত প্ৰলয়ৰ বিৰুদ্ধে থিয় হয়। তেওঁ ক্ৰিয়াশীল জগতৰ প্ৰতীক, ঋতুচক্ৰৰ প্ৰতীক, ঋতুচক্ৰৰ তেজৰ পৰাই এটি পূৰ্ণাংগ শিশুশয্যাৰ লয় আৰু ভৱিষ্যৎ শিশুৰ শৰীৰ গঠনৰ নিদৰ্শন। চিৰন্তৰ মাতৃত্বৰ ছবি।

ত্ৰিনয়ন
দেৱীৰ তিনিটা চকুৰেই বিশেষ মাহাত্ম্য আছে। দেৱীৰ ত্ৰিনয়ন হৈছে চন্দ্ৰ, সূৰ্য আৰু অগ্নি। অৰ্থাৎ আলোকৰ প্ৰতীক। তেওঁৰ তিনি চকুৱে অতীত, বৰ্তমান আৰু ভৱিষ্যত অৰ্থাৎ সৃষ্টি, স্থিতি আৰু প্ৰলয়ক প্ৰতিনিধিত্ব কৰে।

পদযুগল
কালীৰ দুভৰীৰো বিশেষ মাহাত্ম্য আছে। শিৱৰ বুকুত থোৱা তেওঁৰ ভৰিয়ে বুজায় যে অতীতত তেওঁ এটা ভৰি থৈছে আৰু আনখন ভৰি ভৱিষ্যতৰ দিশে। সোঁ ভৰিয়ে আলিঢ় আৰু বাওঁ ভৰিয়ে প্ৰত্যালীঢ় বুজায়।

জিভা আৰু দাত
দেৱীৰ ৰক্তবৰ্ণৰ জিভাই ৰজঃগুণৰ প্ৰতীক, তেওঁৰ বগা দাত সত্ত্বগুণৰ প্ৰতীক। বগা দাতে ৰঙা জিভাক চেপি ৰখাৰ অৰ্থ ৰজঃগুণক বশীভূত কৰি ৰখা।

কঁকালৰ কৱছ
ককালত লগোৱা কৱচে কৰ্মক প্ৰতিনিধিত্ব কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
Next Post
ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.