• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

3 years ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

9 minutes ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

30 minutes ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

2 hours ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

3 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

3 hours ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

4 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

4 hours ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

5 hours ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

6 hours ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

6 hours ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

6 hours ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

editor by editor
November 8, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘটনাটো মধ্যপ্ৰদেশৰ ছিন্দোৱাৰা জিলাত। এখন থানাত আৰক্ষীয়ে প্ৰচুৰ পৰিমানে মদ বাজেয়াপ্ত কৰিছিল আৰক্ষীয়ে। ইয়াৰপাছতেই বাজেয়াপ্ত হোৱা মদ থানাতেই প্লাষ্টিকৰ বটলসহিতেই থৈ দিয়া হয়। এই বাজেয়াপ্ত কৰা মদ থানাত ৰখাৰ সময়তেই ঘটিল বিশেষ ঘটনা। আৰক্ষীয়ে দেখা পাই যে, আনি থোৱা ৬০ বটল মদ ইতিমধ্যেই খালী হৈ পৰিছে। থানাৰ পৰা বাজেয়াপ্ত মদ হেৰুওৱাৰ অভিযোগত এজনক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে। কিন্তু এই অভিযুক্ত কোনো মানুহ নহয়। এন্দুৰৰ বিৰুদ্ধেই এই অভিযোগ তুলিছে আৰক্ষীয়ে। কেৱল সেয়াই নহয়, এই অপৰাধত আৰক্ষীয়ে এটা এন্দুৰক গ্ৰেপ্তাৰো কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ।

গ্ৰেপ্তাৰৰ পাছতেই এন্দুৰক আদালতত পেছো কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ এই কাণ্ডত হতবাক হৈছে বিচাৰপতিও। এই ঘটনা পোহৰলৈ আহোঁতেই মধ্যপ্ৰদেশত আৰম্ভ হৈছে চৰ্চা।
ঘটনাটো মধ্যপ্ৰদেশৰ ছিন্দোয়াৰা জিলাৰ। ছিন্দোৱাৰা আৰক্ষীয়ে প্ৰচুৰ পৰিমানে মদ বাজেয়াপ্ত কৰিছিল। ইয়াৰপাছতেই বাজেয়াপ্ত কৰা মদ প্লাষ্টিকেৰে পেক কৰি থানাৰ সামগ্ৰী ৰখা স্থানত থোৱা হৈছিল। সেই বাজেয়াপ্ত কৰা মদ আদালতত পেছ কৰাৰ কথা আহোতেই ঘটিল অঘটন। আৰক্ষীয়ে দেখা পায় যে ৬০ বটল মদ ইতিমধ্যেই খালী হৈ পৰিছে। আৰক্ষীয়ে খালী বটলসমূহ নিৰীক্ষণ কৰোতে দেখা পায় যে আটাইকেইটা বটলেই ফুটা হৈ আছে।

আদালতক আৰক্ষীয়ে দিয়া যুক্তিমতে বাজেয়াপ্ত মদ মজুত ৰখা হৈছিল এটা পূৰণা ভৱনত। তাতেই এন্দুৰৰ উৎপাত পূৰ্বৰে পৰাই আছিল। ইয়াৰ পূৰ্বেও থানাৰ বহু গুৰুত্বপূৰ্ণ নথি নষ্ট কৰিছে এন্দুৰে। নিজৰ যুক্তিৰ স্বপক্ষে আৰক্ষীয়ে এটা এন্দুৰো ধৰি লৈ গৈছিল। এন্দুৰটোকেই প্ৰমাণ হিচাপে আদালতত পেছ কৰা হয়। এই মদৰ পাৰ্টীত কিমান এন্দুৰ আছিল সেই কথা অৱশ্যে জনোৱা নাই মধ্যপ্ৰদেশ আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
বাণিজ্য

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

August 22, 2026
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!
বিনোদন

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
Next Post
অদৃশ্য হৈ পৰিব ৰঙাগ্ৰহ! মঙল গ্ৰহক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী, কিয় হঠাৎ অদৃশ্য হোৱাৰ পথত মঙল? কি কৈছে নাছাই?

অদৃশ্য হৈ পৰিব ৰঙাগ্ৰহ! মঙল গ্ৰহক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানী, কিয় হঠাৎ অদৃশ্য হোৱাৰ পথত মঙল? কি কৈছে নাছাই?

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.