• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?

ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?

7 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

13 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

13 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

14 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

15 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

16 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

16 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

17 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

17 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

18 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

19 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

19 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?

ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?

editor by editor
August 14, 2025
in জীৱনশৈলী
0
ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা, ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে৷ সেইদিনাই জন্ম হ’ল স্বাধীন ভাৰতৰ৷ কিন্তু ন’কৈ স্বাধীনতা প্ৰাপ্ত ভাৰতৰ নাছিল কোনো জাতীয় সংগীত৷ অথচ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই বিশেষ গীতটো ভাৰত স্বাধীনৰ বহু আগতেই ৰচনা কৰা হৈছিল৷ কংগ্ৰেছৰ সৈতে এই সংগীতৰ আছিল বিশেষ সম্পৰ্ক৷ কংগ্ৰেছৰ বিভিন্ন অধিবেশনত পৰিবেশন কৰা হৈছিল এই বিশেষ গীতটি৷ কিন্তু জাতীয় সংগীত হিচাপে স্বাধীনতাৰ সেই মুহূৰ্ততেই স্বীকৃতি লাভ কৰা নাছিল জনগণমন গীতটিয়ে৷ তেন্তে কেতিয়া ভাৰতৰ জাতীয় সংগীত ৰূপে স্বীকৃতি লাভ কৰিলে এই গীতে?

‘জনগণমন‘ ৰ ইতিহাস

১৯১১ চনৰ ১১ ডিচেম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটি ৰচনা কৰিছিল বুলি লিখিত আছে৷ গীতটিৰ ৰচনা তাৰিখক লৈ অৱশ্যে কিছু বিতৰ্কও আছে৷ বিতৰ্ক অৱশ্যে গীতটি  প্ৰথম গোৱা দিনক লৈ নহয়৷ সেই বছৰৰে ২৮ ডিচেম্বৰত কংগ্ৰেছৰ এক অধিবেশনত প্ৰথম গোৱা হৈছিল এই গীত৷ কলকাতাত আয়োজিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ২৬ তম বাৰ্ষিক অধিবেশনত গোৱাৰ পাছতেই দিনটোত গানটোৰ ইংৰাজী অনুবাদ দ্যা বেংগলী পত্ৰিকাত প্ৰকাশিত হয়৷ পাছত ১৯১২চনৰ জানুৱাৰী মাহত তত্ত্ববোধিনী পত্ৰিকাত ভাৰত বিধাতা নামেৰে গীতটি প্ৰকাশিত হয়৷ কিছুদিনৰ পাছত ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই গীতটিৰ ইংৰাজী অনুবাদ কৰে৷

জাতীয় সংগীত কৰাৰ প্ৰথম প্ৰস্তাৱ দিছিল সুভাষ চন্দ্ৰ বসুৱে

‘জনগণমন’ ক জাতীয় সংগীত কৰাৰ প্ৰথম প্ৰস্তাৱ ১৯৩৭ চনত দিছিল সুভাষচন্দ্ৰ বসুৱে৷ গীতটি তেওঁ ব্যক্তিগতভাৱে ভীষণ প্ৰিয় আছিল৷ ১৯৪৩ চনৰ ৫ জুলাইত আজাদ হিন্দ ফৌজ গঠনৰ কথা ঘোষণা কৰিছিল তেওঁ৷ সেইদিনটোত জাতীয় সংগীত হিচাপে গোৱা হৈছিল ‘জনগণমন’৷

জাতিসংঘত প্ৰথম বাজিল ‘জনগণমন’

জাতিসংঘত ‘জনগণমন’ গীতটি প্ৰথম বজোৱা হৈছিল ১৯৪৭ চনৰ পাছত এক অনুষ্ঠানত৷ জাতিসংঘই ভাৰতৰ প্ৰতিনিধিসকলৰ পৰা দেশৰ প্ৰতিনিধিত্ব কৰা এক গীত বিচাৰিছিল৷ তেতিয়াই ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতেই ভৰষা হৈ ঠিয় দিয়ে৷ স্বাধীনতাৰ পাছত পূণ্যৰ্দমে আৰম্ভ হৈছিল সংবিধান তৈয়াৰৰ প্ৰস্তুতি৷ সেই সংবিধান অনুসৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত স্বাধীন, সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে ভাৰতে৷

১৯৫০ চনৰ ২৪ জানুৱাৰী

ভাৰতৰ এই আত্মপ্ৰকাশৰ ঠিক দুদিন পূৰ্বে অৰ্থাৎ ২৪ জানুৱাৰীত ‘জনগণমন’ক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷ কিন্তু গীতটিৰ কেৱলমাত্ৰ প্ৰথম স্তৱকটোহে গীত হব বুলি ধাৰ্য কৰা হয়৷ যি গাবলৈ সময় লাগে ৫২ ছেকেণ্ড৷ অৰ্থাৎ প্ৰকৃততে স্বাধীনতাৰ তিনি বছৰৰ পাছৰে পৰা ভাৰতৰ জাতীয় সংগীতৰ মৰ্যাদা পায় ‘জনগণমন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা’ ই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
ৰবি যোগত অশ্বিনী নক্ষত্ৰ, কাইলৈ সুখবৰ পাব এই ৫ৰাশিৰ জাতক-জাতিকাই

ৰবি যোগত অশ্বিনী নক্ষত্ৰ, কাইলৈ সুখবৰ পাব এই ৫ৰাশিৰ জাতক-জাতিকাই

জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ

জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.