• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ

জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ

1 year ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

41 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ

জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ

editor by editor
August 16, 2025
in জীৱনশৈলী
0
জন্মাষ্টমীত একাধিক শুভ যোগ, কৃষ্ণৰ কৃপাত শনিবাৰৰ দিনটো আৰ্থিকভাৱে সুদিন হ’ব এই ৫ৰাশিৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১৬ আগষ্ট ২০২৫ শনিবাৰে চন্দ্ৰই মেষ ৰাশি এৰি বৃষ ৰাশিত গোচৰ কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি আজি আছে শাওনৰ কৃষ্ণা অষ্টমী তিথি৷ আজি পালিত হৈছে শ্ৰীকৃষ্ণৰ জন্মতিথি জন্মাষ্টমী৷ জ্যোতিষ গণনা অনুসৰি আজি আছে বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগৰ প্ৰভাৱ৷ আজি আছে ভৰণী নক্ষত্ৰ আৰু কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্ৰভাৱত আজি কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজি কোনো বিশেষ জ্ঞানী মানুহৰ সংগ লাভ কৰি ধন্য হব বৃষ ৰাশিৰ জাতক৷ সেই ব্যক্তিৰ পৰা কিছু শিক্ষাও লাভ কৰিব আপুনি৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ছিনিয়ৰৰ প্ৰশংসাও পাব আপুনি৷ কোনোৱে আপোনাৰ মনোবল ভঙাৰ চেষ্টা কৰিব পাৰে, সেই কথাত কাণ নিদিব৷ আজি আৰ্থিকভাৱে লাভৱান হব বৃষ ৰাশিৰ জাতক৷

কৰ্কট ৰাশি

আজি বৃদ্ধি যোগৰ প্ৰভাৱত হঠাৎ অৰ্থলাভ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ব্যৱসায়ীক যাত্ৰাৰ পৰা লাভাম্বিত হব৷ ব্যৱসায়ত সন্তোষজনক উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ চাকৰিত নতুন কামৰ দায়িত্ব পাব পাৰে৷ প্ৰয়োজনত পৰিয়ালক নিজৰ কাষত পাব৷ এনাৰ্জিৰে সকলো কাম সম্পন্ন কৰিব পাৰিব৷

কন্যা ৰাশি

আজি গৌৰী যোগৰ শুভ প্ৰভাৱত উন্নতিৰ বেছ কিছু সুযোগ পাব কন্যা ৰাশিৰ জাতকে৷ নতুন মাটি বা ঘৰ ক্ৰয়ৰ পথত আৰু কোনো বাধা থাকিব পাৰে৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ কোনোৱে গোপনে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিলে সফল নহব৷ ব্যৱসায়ত বিশেষ উন্নতি কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷

বৃশ্চিক ৰাশি

আজি কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ কৃষ্ণৰ কৃপাত ছাত্ৰছাত্ৰীসকলে পঢ়াশুনাত সাফল্য পাব৷ আপুনি নিজৰ পছন্দমতে খাদ্য খোৱাৰো সুযোগ পাব৷ পৰিয়াল বন্ধুৰ সৈতে আনন্দ কৰি দিনটো কটাব৷ বিনিয়োগৰ পৰা ডাঙৰ লাভ হব পাৰে৷ তীৰ্থক্ষেত্ৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷

মীন ৰাশি

আজি গৌৰী যোগৰ শুভ প্ৰভাৱত সুখবৰ পাব পাৰে মীন ৰাশিৰ জাতকে৷ আজি আপোনাৰ ঘৰলৈ অতিথিৰ সমাগম হব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব৷ ব্যৱসায়ৰ পৰা আৰ্থিকভাৱে বৃহৎ সাফল্য পাব৷ বিনিয়োগৰ পৰা লাভ হব পাৰে৷ ভাতৃৰ পৰা প্ৰয়োজনীয় তথ্য পাব৷ সন্তান সম্পৰ্কিত সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
ছেপ্টেম্বৰত ৩ ৰাশিৰ ভাগ্য সলনি, শুক্ৰৰ গোচৰত ধন সুখ বাঢ়িব কাৰ কাৰ জীৱনত?

ছেপ্টেম্বৰত ৩ ৰাশিৰ ভাগ্য সলনি, শুক্ৰৰ গোচৰত ধন সুখ বাঢ়িব কাৰ কাৰ জীৱনত?

২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য

২৫ লাখ বিনিয়োগত গেৰাণ্টিসহ ৰিটাৰ্ণ ৩৬ লাখতকৈ বেছি, জানক চৰকাৰী এই সঞ্চয় প্ৰকল্পৰ সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.