• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল, আজি শুক্লা ত্ৰয়োদশীত সুকৰ্ম আৰু ধৃতি যোগৰ শুভ সংযোগ, কি কি আছে ভাগ্যত

দৈনিক ৰাশিফল, আজি শুক্লা ত্ৰয়োদশীত সুকৰ্ম আৰু ধৃতি যোগৰ শুভ সংযোগ, কি কি আছে ভাগ্যত

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

5 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

6 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

7 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

8 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

9 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

10 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

10 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

11 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

12 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

12 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল, আজি শুক্লা ত্ৰয়োদশীত সুকৰ্ম আৰু ধৃতি যোগৰ শুভ সংযোগ, কি কি আছে ভাগ্যত

editor by editor
March 12, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
দৈনিক ৰাশিফল, আজি শুক্লা ত্ৰয়োদশীত সুকৰ্ম আৰু ধৃতি যোগৰ শুভ সংযোগ, কি কি আছে ভাগ্যত
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল, আজি শুক্লা ত্ৰয়োদশীত সুকৰ্ম আৰু ধৃতি যোগৰ শুভ সংযোগ, কি কি আছে ভাগ্যত

মেষ ৰাশি
শৰীৰৰ প্ৰতি আজি অৱশ্যেই যত্নশীল হওক৷ ইয়াৰোপৰি শাৰীৰিক দিশৰ পৰা আজি সুস্থ থাকিবলৈ হ’লে কিছু বিশ্ৰাম গ্ৰহণ কৰক৷ ভৱিষ্যতৰ কথা মূৰত ৰাখি আপুনি অৰ্ধাঙ্গিনীৰ সৈতে আৰ্থিক বিষয়ক লৈ আলোচনা কৰিব পাৰে৷ কোনো কামত কাংক্ষিত সাফল্য অৰ্জনৰ বাবে সঠিকভাৱে পৰিশ্ৰম কৰি যাওক৷ কৰ্মক্ষেত্ৰত আজিৰ দিনটো দুৰ্দান্তভাৱে অতিবাহিত কৰিব৷ কোনো কামত আপুনি সহকৰ্মীৰ পৰা সাফল্যও পাব পাৰে৷ জীৱনসংগীৰ সৈতে দিনটো অৱশ্যে কিছু মনোমালিন্য হ’ব পাৰে৷

বৃষ ৰাশি

আপুনি আজি আধ্যাত্মিক ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব৷ যাৰ ফলত মন ভালে থাকিব৷ পৰিয়ালৰ এজন সদস্য অসুস্থ হৈ পৰাৰ বাবে আৰ্থিক ক্ষতি হ’ব পাৰে৷ প্ৰেমৰ বাবে দিনটো বেয়া নহয়৷ কৰ্মক্ষেত্ৰত দিনটো দুৰ্দান্তভাৱে অতিবাহিত হ’ব৷ জীৱনসংগীৰ সৈতে আপুনি সময় ব্যয় কৰিব৷

মিথুন ৰাশি

এই ৰাশিৰ বয়স্ক ব্যক্তিসকলে আজি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওক৷ কোনো অসতৰ্কতাৰ কাৰণে আজি আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজিৰ দিনটো দুৰ্দান্তভাৱে কটাব৷ ইয়াৰোপৰি আজি আপুনি অপ্ৰয়োজনীয়ভাৱে সময় অতিবাহিত নকৰিব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

কৰ্কট ৰাশি

মনৰ পৰা আজি সমস্ত নেতিবাচক চিন্তাক দূৰত ৰাখক৷ এই ৰাশিৰ ব্যৱসায়ীসকলে আজি অত্যন্ত সতৰ্ক থাকিব লাগিব৷ কাৰণ তেওঁলোকে লোকচানৰ সন্মুখীন হ’ব পাৰে৷ ঘনিষ্ঠ আত্মীয় অথৱা বন্ধুৰ পৰা আপুনি এক অপ্ৰত্যাশিত সুখবৰ পাব পাৰে৷ আপোনাৰ নতুন পৰিকল্পনাত আজি সকলোৱে উৎসাহ দিব৷ নিজৰ গোপন তথ্য অন্য কাকোৱেই বেছিকৈ জানিবলৈ নিদিব৷

সিংহ ৰাশি

মনৰ পৰা সমস্ত নেতিবাচত চিন্তাক আজি দূৰত ৰাখি প্ৰতিটো কামত আত্মবিশ্বাসেৰে আগুৱাই যাওক৷ আৰ্থিক দিশৰ পৰা আজি সতৰ্ক হৈ থাকক৷ ঘৰত আজি ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’ব৷ কৰ্মক্ষেত্ৰত প্ৰতিটো কাম সতৰ্কতাৰে কৰক৷ ঘৰত আজি উৎসৱৰ আমেজ থাকিব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

কন্যা ৰাশি

আজি আপোনাৰ শত্ৰুৰ তালিকা বৃদ্ধি পাব পাৰে৷ নিজকে সংযত কৰাৰ চেষ্টা কৰক৷ অৰ্থ ধাৰে খোজা বন্ধুৰ পৰা দূৰৈত থাকক৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঠাণ্ডা মাথাৰে আলোচনা কৰক৷ প্ৰেম জীৱনত আজি আপুনি সতৰ্ক হৈ থাকক৷ ঘৰত আজি হঠাৎ আত্মীয়ৰ আগমন ঘটিব৷ যাৰ ফলত আপুনি ব্যস্ত হৈ পৰিব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

তুলা ৰাশি

আপোনাৰ ৰসিক মনোভাৱে আজি খুব সহজেই সকলোকে আকৃষ্ট কৰিব৷ আজি আপুনি এক সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ আপোনাৰ হাতত অৱসৰ সময় থাকিব৷ সেই সময়ত আপুনি ধ্যান আৰু যোগ ব্যায়াম কৰিব পাৰে৷ যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব৷ প্ৰেমৰ বাবে এই দিনটো খুব এটা ভাল নহয়৷ বিবাহিত জীৱনত কোনো সমস্যাৰ সন্মুখীন হৈ নিজেই সেয়া দূৰ কৰিবলৈ যত্ন কৰক৷

বৃশ্চিক ৰাশি

আপুনি কোনো কাম কৰিলে তাৰবাবে কাকো চাপ নিদিব৷ আৰ্থিক দিশৰ পৰা আপোনাৰ দিনটো নিঃসন্দেহে ভাল৷ কেৱল সেয়াই নহয় আজি আপুনি যথেষ্ট পৰিমাণে অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হব৷ যাৰ ফলত আপোনাৰ মানসিক শান্তি বৰ্তি থাকিব৷ আজি আপুনি এক সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে৷ প্ৰেমৰ বাবে এই দিনটো খুব এটা বেয়া নহয়৷ কৰ্মক্ষেত্ৰত কোনো কাম অসম্পূৰ্ণ ৰখাৰ কাৰণে অৱসৰৰ সময় নাপাব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

ধনু ৰাশি

এই ৰাশিৰ কিছু অভিভাৱকে তেওঁলোকৰ সন্তানৰ মাধ্যমেৰে আজি আৰ্থিক সুবিধা অৰ্জন কৰিব৷ যাৰ ফলত তেওঁ  অত্যন্ত গৰ্বিত হ’ব৷ শৰীৰত লৈ অযথা কোনো চিন্তা নকৰিব৷ কাৰণ আজি আপুনি শাৰীৰিক দিশৰ পৰা সম্পূৰ্ণ সুস্থ থাকিব৷ দীৰ্ঘদিন ধৰি পেলাই ৰখা কাম শেষ কৰিবলৈ আজি উৎকৃষ্ট সময়৷ কৰ্মক্ষেত্ৰত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিৰ সৈতে দেখা হ’ব পাৰে৷

মকৰ ৰাশি

শৰীৰৰ প্ৰতি আজি অৱশ্যেই যত্নশীল হওক আৰু শাৰীৰিক দিশৰ পৰা সুস্থ থকাৰ বাবে কিছু বিশ্ৰাম গ্ৰহণ কৰক৷ আৰ্থিক বিষয়ৰ পৰিপ্ৰেক্ষিতত অৰ্ধাঙ্গিনীৰ সৈতে আজি আপোনাৰ মনোমালিন্যৰ সম্ভাৱনা আছে৷ আপুনি এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ যাতে আপুনি কিছু নতুন বন্ধু তৈয়াৰ কৰিবলৈ সক্ষম হ’ব৷ প্ৰতিটো কামত সতৰ্কতাৰ সৈতে কৰাৰ চেষ্টা কৰক৷ বিবাহিত জীৱন আজি সুখৰ হ’ব৷

কুম্ভ ৰাশি

আপোনাৰ মাজত আজি ভৰপুৰ আত্মবিশ্বাস বৰ্তি থাকিব৷ এই দিনটোত সঠিকভাৱে কাম কৰক৷ প্ৰতিটো কামতেই নিৰ্ধাৰিত সময়ৰ মাজত শেষ কৰিবলৈ চেষ্টা কৰক৷ শিশুসকলৰ পৰা আজি আপুনি এক অপ্ৰত্যশিত সুসংবাদ পাব পাৰে৷ কৰোবাত গ’লে অযথা অৰ্থব্যয় হ’ব৷ বিবাহিত জীৱন সুখৰ হ’ব৷

মীন ৰাশি
শৰীৰৰ প্ৰতি আজি যত্নশীল হওক৷ শাৰীৰিক দিশৰ পৰা সুস্থ থকাৰ লক্ষ্যৰে খোৱা বোৱা বিষয়ত সতৰ্ক তাকক৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে আপোনাৰ উদ্ভাবনী মনোভাৱক কামত লগাওক৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি আপুনি সমস্যাৰ বিষয়ে আলোচনা কৰিব৷ ভ্ৰমণৰ সম্ভাৱনা আছে৷ প্ৰেমৰ বাবে দিনটো বৰ এটা বেয়া নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Daily HorodcopehoroscopeKnow Your Dayrashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত

পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ ইংগিত নেকি ! ৩০ দিনৰ যুদ্ধবিৰতিত সন্মতি ইউক্ৰেইনৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ ইংগিত নেকি ! ৩০ দিনৰ যুদ্ধবিৰতিত সন্মতি ইউক্ৰেইনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.