• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত

পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত

1 year ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

20 minutes ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

3 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

10 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

11 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

12 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

12 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

13 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

13 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

14 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত

editor by editor
March 12, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তান ট্ৰেইন হাইজেক- ১০৪ সেনাক মুকলি, BLAৰ দাবী প্ৰায় ৩০ সেনা নিহত

বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পাকিস্তানৰ ট্ৰেইন হাইজেক ঘটনাৰ নতুন আপডেট, ১০৪ সেনাক সুকলমে মুকলিৰ খবৰ প্ৰকাশ ভাৰতৰ চুবুৰীয়া দেশ খনৰ। কিন্তু তাৰ বিপৰীতে স্বাধীনতাপন্থী পাক বিদ্ৰোহী সংগঠন বালুচিস্তান লিবাৰেছন আৰ্মি(BLA)য়ে দাবী কৰিছে যে, প্ৰায় ৩০ সেনাক হত্যা কৰিছে।

উল্লেখ্য যে, ১১ মাৰ্চ মঙলবাৰে পাকিস্তানৰ বালুচিস্তানৰ কোয়েট্টাৰ পৰা পেছোৱাৰলৈ যোৱাৰ সময়ত জাফৰ এক্সপ্ৰেছক ট্ৰেইনখনক হাইজেক কৰিছিল বিএলএৰ সদস্যই। ট্ৰেইনখনৰ ওপৰত গুলিবৰ্ষণ আৰু বিস্ফোৰণ কৰি ৰে’ললাইন উৰুৱাই দি ট্ৰেইনখন দখল কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।

বিদ্ৰোহী সংগঠনটোৰ ট্ৰেইনখন হাইজেক কৰাৰ কাৰণ আছিল- পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা বেলুচ কয়দীৰ মুক্তিৰ দাবী। আৰু এই দাবী পূৰণৰ বাবে শ্বাহবাজ শ্বৰীফ চৰকাৰক সময় বান্ধি দিছিল ৪৮ ঘণ্টা।

ট্ৰেইনখন হাইজেক কৰাৰ সময়ত ট্ৰেইনখনত প্ৰায় ৪০০ গৰাকীমান যাত্ৰী আছিল। যাৰ ভিতৰত পাকিস্তান সেনাৰ এটা গোটো আছিল। সেই সেনাৰে সৈতে ২১৪ যাত্ৰীক পণবন্দি কৰি ৰাখিছিল বুলি দাবী কৰিছিল বি এল এ। পণবন্দীৰ ভিতৰত পাকিস্তান সেনাৰ লগতে, অৰ্ধসামৰিক বল, আৰক্ষী, চোৰাংচোৱা সন্থাৰো লোক আছিল বুলি সদৰি।

সেই লোক সকলৰ ভিতৰতে পাকিস্তান সেনাই সুকলমে ১০৪ গৰাকী পণবন্দীক মুকলি কৰাৰ দাবী কৰে। আনহাতে বিদ্ৰোহী সংগঠনটোৱে পণবন্দী হৈ থকা ৩০ সেনাক মাৰি পেলোৱা বুলি দাবী কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: pakistanPakistan Trian HijackTrain Hijack Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ ইংগিত নেকি ! ৩০ দিনৰ যুদ্ধবিৰতিত সন্মতি ইউক্ৰেইনৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ ইংগিত নেকি ! ৩০ দিনৰ যুদ্ধবিৰতিত সন্মতি ইউক্ৰেইনৰ

২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা

২২ বছৰৰ পাছত ৰহস্য ভেদ, দুৰ্ঘটনা নাছিল অভিনেত্ৰী সৌন্দৰ্যৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.