• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?

শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?

শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?

editor by editor
July 19, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
শ্ৰীলংকা চিৰিজৰ দল ঘোষণা, বাদ পৰিল দুই বিশ্বজয়ী, আহিল ৰিয়ানকে ধৰি নতুন ৬খেলুৱৈ, তেওঁলোক কোন কোন?
0
SHARES
11.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৌতম গম্ভীৰ ভাৰতীয় দলৰ কোচ হোৱাৰ পাছতেই প্ৰথম কোনো চিৰিজৰ দল ঘোষণা কৰা হৈছে৷ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ চিৰিজৰ দল ঘোষণা কৰিছে ভাৰতে৷ টি-২০ দলৰ পৰা বাদ পৰিছে বিশ্বকাপজয়ী দুই ক্ৰিকেটাৰো৷ দলত আহিছে নতুন ৬ জন ক্ৰিকেটাৰ৷ ভাৰতৰ টি-২০ বিশ্বকাপ দলত যি ১৫ জন ক্ৰিকেটাৰ আছিল তাৰ ভিতৰৰ ৯ জন ক্ৰিকেটাৰহে আছে শ্ৰীলংকা চিৰিজত৷ তেওঁলোক হৈছে সূৰ্যকুমাৰ যাদৱ, যশস্বী জয়ছোৱাল, ঋষভ পন্থ, সঞ্জু ছেমছন, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষপ পেটেল, অৰ্শদ্বীপ সিংহ মহম্মদ চিৰাজ৷ বাকী দুই ক্ৰিকেটাৰ অৰ্থাৎ কুলদ্বীপ যাদৱ আৰু যুজবেন্দ্ৰ চহাল ভাৰতীয় দলৰ পৰা বাদ পৰিছে৷ তেওঁলোকৰ মাজত চহালে বিশ্বকাপৰ কোনো এখন মেচ খেলা নাই৷ কিন্তু কুলদ্বীপে ৫খনেই মেচ খেলিছিল৷ ভাৰতৰ বিশ্বকাপ জয়ত ডাঙৰ ভূমিকা আছিল তেওঁৰ৷ সেই কুলদ্বীপেই বাদ পৰিল বিশ্বকাপৰ পৰা৷

বিশ্বকাপৰ দলত থকা নথকা ৬জন ক্ৰিকেটাৰে সুযোগ পাইছে ভাৰতীয় দলত৷ বিশ্বকাপত ৰিজাৰ্ভ প্লেয়াৰ হিচাপে আছিল শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খান৷ এই চাৰিজনৰ মাজত শুভমন, ৰিংকু আৰু খলিলে সুযোগ লাভ কৰিছে৷ আৱেশক অৱশ্যে দলত লোৱা হোৱা নাই৷ শুভমনক দলে লোৱাৰ ওপৰিও সহ অধিনায়ক কৰা হৈছে৷ তিনিজন নতুন  ক্ৰিকেটাৰে দলত স্থান পালে৷ তেওঁলোক হৈছে ৰিয়ান পৰাগ, ৱাছিংটন সুন্দৰ আৰু ৰবি বিষ্ণোই৷ এই তিনিগৰাকী খেলুৱৈয়ে জিম্বাবোয়ে চিৰিজত ভাৰতীয় দলৰ হৈ খেলিছিল৷ শ্ৰীলংকা চিৰিজৰ দলটো তেওঁলোকে স্থান লাভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
শ্ৰীলংকাৰ বিৰুদ্ধে চিৰিজৰ মূল একাদশত নাথাকিব নেকি ৰিয়ান পৰাগ? মূল একাদশৰ সম্ভাৱনাময় খেলুৱৈৰ লিষ্ট

শ্ৰীলংকাৰ বিৰুদ্ধে চিৰিজৰ মূল একাদশত নাথাকিব নেকি ৰিয়ান পৰাগ? মূল একাদশৰ সম্ভাৱনাময় খেলুৱৈৰ লিষ্ট

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? ভিটামিন-ডিৰ ঘাটি হৈছে নেকি?

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? ভিটামিন-ডিৰ ঘাটি হৈছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.