• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?

৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?

2 years ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

2 minutes ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

44 minutes ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

1 hour ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

1 hour ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

2 hours ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

2 hours ago
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

2 hours ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

3 hours ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

4 hours ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

4 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?

৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?

editor by editor
August 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৫ নতুন জিলা পালে লাডাখে, মোদী চৰকাৰৰ বৃহৎ ঘোষণাক লৈ কিয় সুখী নহয় সোনম ৱাংছুক?
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচখন নতুন জিলা পালে লাডাখে৷ সোমবাৰে বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় স্বৰাষ্ট্ৰমন্ত্ৰী অমিত শ্বাহে৷ জাংস্কৰ, দ্ৰাছ, শাম, নুব্ৰা আৰু চাংথাংক জিলাৰ স্বীকৃতি দিয়া হৈছে৷ সামাজিক মাধ্যমত পোষ্ট কৰি এই বৃহৎ ঘোষণা কৰে অমিত শ্বাহে৷ অমিত শ্বাহে লিখিছে, ‘মোদী চৰকাৰে লাডাখৰ বাসিন্দাসকলৰ বাবে নতুন নতুন সুযোগ তৈয়াৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ এই পাঁচখন জিলা তৈয়াৰ হ’লে সাধাৰণ মানুহে চৰকাৰী বিভিন্ন পৰিসেৱা লাভ কৰিব৷’

অমিত শ্বাহৰ এই ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ এক্স হেণ্ডেলৰ পোষ্ট কৰি লিখিছে, ‘আৰু উন্নত প্ৰশাসন আৰু লাডাখৰ উন্নয়নৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে৷ জাংস্কৰ, দ্ৰাছ, শাম, নুব্ৰা আৰু চাংথাংক এইবাৰ জিলা হিচাপে আৰু বেছি নজৰ দিয়া হ’ব৷ সাধাৰণ মানুহে সমস্ত চৰকাৰী পৰিসেৱা সহজেই লাভ কৰিব৷ লাডাখৰ মানুহক নতুন জিলা লাভক লৈ এতিয়া বহুতেই অভিনন্দন জনাইছে৷

উল্লেখ্য যে ৩৭০ অনুচ্ছেদ অৱলুপ্তিৰ পাছত লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চলৰ মৰ্যাদা দিছে মোদী চৰকাৰে৷ ২০১৯ চনৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো সা সুবিধা লাডাখে লাভ কৰি আহিছে যদিও লাডাখক পূৰ্ণ ৰাজ্যৰ স্বীকৃতিসহ কেইবাটাও দাবী তুলি অনশনত বহিছে ছোনম ৱাংছুক৷ তেওঁ কয়, ‘লাডাখৰ সাংবিধানিক সুৰক্ষা আৰু তাৰ মানুহৰ ৰাজনৈতিক অধিকাৰৰ বাবে আমাৰ যুঁজ চলি আছে৷’ ইয়াৰোপৰি হিমালয়ৰ বাস্তুতন্ত্ৰৰ সুৰক্ষাও আছিল ছোনম ৱাংচুকৰ অন্যতম প্ৰধান দাবী৷ সোনম ৱাংচুকৰ আৰু এটা দাবী আছে, সেয়া হৈছে প্ৰাকৃতিক সম্পদক ৰক্ষা কৰাৰ যি আশ্বাস চৰকাৰে দিছিল সেয়া ৰখা হোৱা নাই৷ লাডাখৰ পৰিবেশৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰৰ দৃঢ় পদক্ষেপৰ দৰকাৰ বুলি দাবী কৰিছে সোনম ৱাংচুকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

April 20, 2026
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস
জীৱনশৈলী

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

April 20, 2026
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?
জীৱনশৈলী

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

April 20, 2026
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ
জীৱনশৈলী

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

April 20, 2026
Next Post
কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.