• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

2 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

3 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

3 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

3 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

4 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

4 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

5 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

7 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

8 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

9 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

9 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

11 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?

editor by editor
August 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কিয় মাজনিশা জন্মিছিল শ্ৰীকৃষ্ণ? আজিয়েই জানি থওক শ্ৰীকৃষ্ণৰ এই জন্মকাহিনী?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৬ আগষ্ট ২০২৪ সোমবাৰে পালিত হয় কৃষ্ণ জন্মাষ্টমী৷ হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালিত হয়৷ ভগৱৎ পুৰাণসহ একাধিক পুৰাণত শ্ৰীকৃষ্ণৰ জন্ম কাহিনীৰ উল্লেখ পোৱা যায়৷ অষ্টমী তিথিৰ ৰোহিনী নক্ষত্ৰত মাজনিশা ধৰাধামত আবিৰ্ভাৱ হৈছিল শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণ৷ কিন্তু পৃথিৱীত আবিৰ্ভূত হোৱাৰ সময় হিচাপে কিয় মাজনিশাকেই তেওঁ বাচি লৈছিল? জানক প্ৰকৃত কাৰণ৷

বুধবাৰে ৰোহিনী নক্ষত্ৰত জন্ম

দ্বাপৰ যুগত কৃষ্ণই যেতিয়া জন্মলাভ কৰিছিল সেইদিনা আছিল বুধবাৰ আৰু ৰোহিনী নক্ষত্ৰ৷ ভাদ মাহৰ কৃষ্ণা অষ্টমীৰ মাজনিশা কৃষ্ণৰ জন্ম হয়৷ সেয়ে তেওঁ চন্দ্ৰবংশী৷ বুধক চন্দ্ৰৰ সন্তান বুলি কোৱা হয়৷ সেয়ে বুধবাৰৰ দিনটো জন্মৰ বাবে বাছি লৈছিল তেওঁ৷

কিয় এই দিনটো বাছি লৈছে শ্ৰীকৃষ্ণই?

ভাগৱৎ পুৰাণ অনুসৰি ৰোহিনী নক্ষত্ৰত জন্ম শ্ৰীকৃষ্ণৰ৷ ৰোহিনী হৈছে চন্দ্ৰদেৱৰ পত্নী৷ ইয়াৰ সৈতে অষ্টমী তিথি আদিশক্তিৰ প্ৰতীক৷ সেয়ে শ্ৰীকৃষ্ণ হৈছে শক্তি স্বৰূপ আৰু পৰমব্ৰহ্ম৷ তাৰমাজতেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ অৱস্থান৷

মাজনিশা কিয় জন্ম শ্ৰীকৃষ্ণৰ?

চন্দ্ৰবংশী কাৰণেই কৃষ্ণই মাজনিশা জন্ম লৈছিল৷  চন্দ্ৰই সমগ্ৰ বিশ্বক তাৰ কিৰণেৰে উজ্জ্বল কৰে৷ সেয়ে আকাশত চন্দ্ৰ উঠাৰ লগে লগেই জন্মাষ্টমীৰ উপবাস পালন কৰাৰ ৰীতি আছে৷ পৌৰাণিক কাহিনী অনুসৰি চন্দ্ৰদেৱে শ্ৰীবিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যে বিষ্ণুৱে মৰ্ত্যত আবিৰ্ভূত হ’ব তেতিয়াই চন্দ্ৰই তেওঁক প্রথম দেখা পাব লাগিব৷ সেয়ে মাজনিশা চন্দ্ৰৰ পোহৰত শ্ৰীকৃষ্ণৰ জন্ম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?
জীৱনশৈলী

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

June 30, 2026
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম
জীৱনশৈলী

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
Next Post
সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই… গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই... গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.