• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

2 years ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

8 minutes ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

45 minutes ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

1 hour ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

3 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

3 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

4 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

16 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

16 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

17 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

17 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

18 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও

editor by editor
August 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সাগৰৰ বুকুত ডুব যোৱা এই চহৰেই আছিল কৃষ্ণৰ ৰাজধানী, পুৰাণত লিখিত এই চহৰৰ ভগ্নাৱশেষ চাব খুজিলে যাব পাৰে আপুনিও
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰাণ অনুসৰি, ভগৱান বিষ্ণু মৰ্ত্যলোকলৈ আহি চাৰধাম যাত্ৰা কৰে৷ এই চৰধাম হৈছে, বদ্ৰীনাথধাম, দ্বাৰকাধাম, পুৰীধাম আৰু ৰামশ্বৰম৷ প্ৰথমে হিমালয়ৰ শিখৰত অৱস্থিত উত্তৰাখণ্ডৰ বদ্ৰীনাথধামত তেওঁ স্নান কৰে৷ তাৰপাছতেই গুজৰাটৰ দ্বাৰকাধামলৈ গৈ বস্ত্ৰ পৰিধান কৰে৷ ওড়িশাৰ পুৰীধামত ভোজন কৰে শ্ৰীকৃষ্ণই৷ আৰু সকলোৰে শেষত তামিলনাডুৰ ৰামেশ্বৰমলৈ গৈ বিশ্ৰাম লয়৷ এইসমূহৰ মাজত প্ৰতিষ্টো স্থানৰেই অস্তিত্ব আছে৷ কেৱল দ্বাৰকাধামহে পানীৰ তলত ডুব গৈছে৷

দ্বাৰকা আৰু শ্ৰীকৃষ্ণ

পুৰাণ অনুসৰি মথুৰাত অত্যাচাৰী ৰজা কংসক বধ কৰিছিল শ্ৰীকৃষ্ণই৷ সেই কংসৰেই শহুক আছিল মগধৰাজ জৰাসন্ধ৷ কংসবধৰ পাছৰ পৰাই জৰাসন্ধই বাৰে বাৰে মথুৰা আক্ৰমণ কৰিছিল৷ সেই আক্ৰমণৰ পৰা মথুৰাবাসীক ৰক্ষা কৰিবলৈকে সমুদ্ৰৰ মাজত এক নগৰী স্থাপন কৰে শ্ৰীকৃষ্ণই৷ গুজৰাটৰ সমুদ্ৰৰ মাজত অৱস্থিত এই চহৰেই হৈছে দ্বাৰকা নগৰী৷ শ্ৰীকৃষ্ণ গোলোকধামলৈ উভতি যোৱাৰ পাছত দ্বাৰকা চহৰো সমুদ্ৰত ডুব যায়৷ মহাভাৰত অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ বাবে গান্ধাৰীয়ে মূলত কৃষ্ণকেই দায়ী কৰিছিল৷ গান্ধাৰীৰ অভিশাপৰ বাবেই দ্বাৰকা সমুদ্ৰগৰ্ভৰ তলত সোমাই যায়৷ দ্বাৰকা ডুবি যোৱাৰ দৃশ্য নিজ চকুৰে দেখিছিল তৃতীয় পাণ্ডৱ অৰ্জুনে৷

পানীত ডুবা চহৰ দ্বাৰকা

কথিত আছে যে কৃষ্ণই এই নতুন চহৰ প্ৰতিষ্ঠাৰ বাবে সমুদ্ৰৰ কাষত ১২ যোজন মাটি পাইছিল৷ গোমতী নদীৰ তীৰত এই চহৰ নিৰ্মাণ কৰিছিল বিশ্বকৰ্মাই৷ মাত্ৰ দুদিনত এই চহৰ নিৰ্মাণ কৰা হৈছিল৷ প্ৰাসাদ আৰু নগৰবাসীৰ বাবে ঘৰ তৈয়াৰ কৰা হয় এই স্থানত৷ ইফালে মথুৰা ত্যাগ কৰাৰ কাৰণে কৃষ্ণই ভয়াতুৰ নামো সেই সময়তে পাইছিল৷

হিন্দুপুৰাণত দ্বাৰকা

হিন্দুশাস্ত্ৰত দ্বাৰকাক কোৱা হয় কৃষ্ণৰ ৰাজধানী৷ সেয়ে কৃষ্ণৰ আন এক নাম দ্বাৰকাধীশ বা দ্বাৰকেশ্বৰ৷ এয়াই গুজৰাটৰ প্ৰথম ৰাজধানীও৷ পুৰাণত দ্বাৰকাক মোক্ষপুৰী, দ্বাৰকামতি নামেৰেও উল্লেখ কৰা আছে৷

দ্বাৰকাৰ অস্তিত্ব এতিয়াও আছেনে?

প্ৰাচীন দ্বাৰকা চহৰৰ ধ্বংসাৱশেষ এতিয়াও আৰৱ সাগৰৰ বুকুত আছে৷ ভক্ত আৰু পৰ্যটকসকলৰ বাবে দ্বাৰকাৰ স্থলভাগত এটা শ্ৰীকৃষ্ণৰ মন্দিৰ আছে৷ দ্বাৰকাধীশ মন্দিৰৰ প্ৰায় ২২০০ বছৰ আগৰ চালুক্য স্থাপত্যৰ উপস্থিতি এই স্থানত স্পষ্ট৷ এই মন্দিৰ দৰ্শন কৰিবলৈ দেশ বিদেশৰ বহু পৰ্যটক এই চহৰলৈ আহে৷ যদিও এডভেঞ্চাৰপ্ৰেমীসকলে পানীত ডুবা চহৰ চাহ খোজে৷ বহুতেই স্কুবা ডাইভিঙৰ সহায়ত এই চহৰৰ ভগ্নাৱশেষ পৰ্যবেক্ষণ কৰে৷

প্ৰধান চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩০ কিঃমিঃ৷ এই স্থানৰ কাষতেই আছে ৰুক্মিনী মন্দিৰ, গোমতী ঘাট আৰু সুদামা সেতু আদি৷ শীতকালৰ সময়ত অৰ্থাৎ ডিচেম্বৰৰ পৰা মাৰ্চ মাহ দ্বাৰকা চোৱাৰ বাবে উপযুক্ত সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
Next Post
মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই… গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

মা বুলি মাতিবলৈ এই পৃথিৱীত কোনো নাই... গাজাত অনাথ হৈছে ১৯ হাজাৰ শিশু

ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট… এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

ছফটৱেল ইঞ্জিনিয়াৰৰ পৰা পেৰা এথলিট... এখন ভৰি হেৰুওৱা মানসী কেনেকৈ পালেগৈ পেৰাঅলিম্পিকৰ মঞ্চ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.