• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?

কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?

1 year ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

1 hour ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

2 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

3 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

4 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

4 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

5 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

5 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

6 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

7 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

7 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?

কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?

editor by editor
September 26, 2025
in জীৱনশৈলী
0
কোজাগৰী লক্ষ্মীপূজা ২০২৫, ৬ নে ৭ অক্টোবৰত? তিথি আৰু পূজাৰ শুভক্ষণ কেতিয়া?
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লক্ষ্মীপূজা হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ৷ প্ৰতি বছৰে দুৰ্গাপূজাৰ পাছত পূৰ্ণিমা তিথিত এই পূজা অনুষ্ঠিত হয়৷ এই দিনটোক কোজাগৰী পূৰ্ণিমা বা শাৰদ পূৰ্ণিমা বুলিও কোৱা হয়৷

লক্ষ্মীপূৰ্ণিমা ২০২৫

এই দিনটোত হিন্দুসকলে ধন-সম্পদ, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱী লক্ষ্মীৰ আৰাধনা কৰে৷ বিশ্বাস কৰা হয় যে এই নিশা দেৱী লক্ষ্মী মৰ্ত্যলৈ নামি আহে আৰু ঘৰে ঘৰে থাকে৷ যিসকলে এই দিনটোত দেৱীৰ আৰাধনা কৰে তেওঁলোকে দেৱীৰ আশীৰ্বাদ লাভ কৰে আৰু সম্পদো বাঢ়ে৷

লক্ষ্মীপূজাৰ তিথি আৰু ক্ষণ

লক্ষ্মীপূজা শাৰদ পূৰ্ণিমা তিথিত হয়৷ ২০২৫ চনৰ পঞ্জিকা অনুসৰি, আহিন মাহৰ পূৰ্ণিমা তিথিৰ সময়কাল জানি থওক৷

পূৰ্ণিমা তিথিৰ আৰম্ভণিঃ সোমবাৰ ৬ অক্টোবৰ ২০২৫, পুৱা ১১ বাজি ২৮ মিনিটৰ পৰা৷

পূৰ্ণিমা তিথিৰ সমাপ্তিঃ মঙলবাৰ ৭ অক্টোবৰ ২০২৫, পুৱা ৯ বাজি ৩৩ মিনিট পৰ্যন্ত৷

 পূজাৰ শুভক্ষণ

সাধাৰণতে কোজাগৰী লক্ষ্মীপূজাৰ শুভক্ষণ পূৰ্ণিমা তিথিৰ নিশা থাকে৷ এই দিনটোত সন্ধিয়াৰ পৰা মাজনিশা পৰ্যন্ত দেৱীৰ আৰাধনা কৰা শুভ৷ ৬ অক্টোবৰৰ সন্ধিয়া তিথি আৰম্ভ হোৱাত সেই নিশাই পূজাৰ বাবে শুভ সময় আছে৷

সন্ধিয়া আৰু মধ্যৰাত্ৰিকালীন পূজাৰ সময়

সন্ধিয়া ৬ অক্টোবৰৰ সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা নিশা ১১ বজা পৰ্যন্ত৷ যিহেতু পূৰ্ণিমা তিথি নিশাই আৰম্ভ আৰু শেষ ৭ অক্টোবৰ মঙলবাৰলৈকে থাকিব সেয়ে পুজা পুৱাও সম্পন্ন কৰিব পাৰিব৷ সাধাৰণতে যি সন্ধিয়া পূৰ্ণিমা তিথি আৰম্ভ হয় সেই নিশাই কোজাগৰী পূজা বা লক্ষ্মী পূজা ৰাতি হিচাপে ধৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
Next Post
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ গোচৰ নলয় অসমৰ কোনো অধিবক্তাই, কিয় অভিযুক্তৰ সপক্ষে থিয় নিদিয়াৰ সিদ্ধান্ত?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ গোচৰ নলয় অসমৰ কোনো অধিবক্তাই, কিয় অভিযুক্তৰ সপক্ষে থিয় নিদিয়াৰ সিদ্ধান্ত?

গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ! অক্টোবৰ মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব

গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ! অক্টোবৰ মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.