• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

1 month ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

1 hour ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

2 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

3 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

3 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

4 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

4 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

4 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

5 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

6 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

7 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

7 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

সম্পূৰ্ণ মাটিৰে নিৰ্মিত অট্টালিকাটোৰ বিষয়ে জানক কিছু কথা

editor by editor
July 23, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET পেপাৰ লীক কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সমগ্ৰ দেশতে চৰ্চাৰ শীৰ্ষত থকা ছোনম ৱাংচুকৰ লাডাখস্থিত বাসগৃহটোৰ বিশেষ বিশেষত্ব আছে, সম্প্ৰতি ৱাংচুকৰ বাসগৃহটোক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে। মাটি আৰু কাঠেৰে নিৰ্মিত ৱাংচুকৰ দুমহলীয়া ঘৰটো সম্পূৰ্ণৰূপে পৰিৱেশবান্ধৱ শৈলীৰে নিৰ্মাণ কৰা হৈছে। শূন্য ডিগ্ৰীৰ তলৰ তাপমাত্ৰাতো কোনো হিটাৰ ব্যৱহাৰ নকৰাকৈ ৱাংচুকৰ দুমহলীয়া প্ৰসাদোপম অট্টালিকাটো সকলো সময়তে উষ্ণতাৰে আৱৰি থাকে। কেৱল সেয়াই নহয়, পানী সংৰক্ষণৰ উদ্দেশ্যে মহলটোত আছে ফ্লাশ্ববিহীন শৌচালয়, য’ত পানীৰ সলনি কাঠৰ গুড়ি (বুৰাদা) ব্যৱহাৰ কৰা হয়। ৱাংচুকৰ প্ৰসাদোপম অট্টালিকাৰ কেইটামান বিশেষত্বৰ বিষয়ে জানো আহক

মাটিৰ দেৱাল আৰু প্ৰাকৃতিক হিটিং ব্যৱস্থা

সোনম ৱাংচুকৰ ঘৰটো লাডাখৰ বৰফেৰে আবৃত পাহাৰৰ মাজত মাটিৰে নিৰ্মাণ কৰা হৈছে। ইয়াত পৰম্পৰাগত তিব্বতীয় আৰু লাডাখী স্থাপত্যশৈলীৰ সুন্দৰ প্ৰতিফলন দেখা যায়। ঘৰৰ বাহিৰফালে ডাঙৰ ডাঙৰ কাঠৰ ফ্ৰেমযুক্ত আইনাৰ জানলা আছে, যিয়ে সন্মুখৰ সমগ্ৰ অংশটো ঢাকি ৰাখিছে। এই কাঁচৰ আঁৰত থকা ক’লা ৰঙৰ বিশেষ দেৱালে সূৰ্যৰ তাপৰ সৈতে মিলি ঘৰটোক উষ্ণ কৰি ৰাখে। সেয়ে শীতকালতো ঘৰ গৰম কৰি ৰাখিবলৈ তাত কোনো হিটাৰ ব্যৱহাৰ কৰা নহয়। ক’লা দেৱালখনৰ পিছফালে পানীৰ বটল সজাই ৰখা থাকে। দিনটো সূৰ্যৰ তাপৰ সহায়ত এই বটলবোৰে ৰাতি ঘৰটোৰ ভিতৰৰ তাপমাত্ৰা প্ৰায় ১৮ৰ পৰা ২০ ডিগ্ৰী চেলচিয়াছলৈ বজাই ৰাখে।

পৰম্পৰা আৰু আধুনিকতাৰ সুন্দৰ সংমিশ্ৰণ

ঘৰৰ ড্ৰয়িং ৰুমত মাটিৰ দেৱাল আৰু সুন্দৰ কাঠৰ ছাদৰ অপূৰ্ব সংমিশ্ৰণ দেখা যায়। মাটিৰ দেৱালবোৰে স্বাভাৱিকভাৱে কোঠাৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে, আনহাতে কাঠৰ নক্সাযুক্ত ছাদে ঘৰখনক পৰম্পৰাগত আৰু আৰামদায়ক ৰূপ প্ৰদান কৰে। মুকলি আৰু বতাহ চলাচল উপযোগী স্থানত আধুনিক ছোফাৰ লগতে এটা ভিণ্টেজ পিয়ানো আৰু খোৱা-বোৱাৰ বাবে পৰম্পৰাগত নিম্ন-উচ্চতাৰ ডাইনিং টেবুল আছে। ডাঙৰ জানলাৰে সোমোৱা প্ৰাকৃতিক পোহৰে সমগ্ৰ ড্ৰয়িং ৰূমটোক অধিক মনোমোহা কৰি তোলে।

সৰল অথচ মনোমোহা শয়নকক্ষ

সোনম ৱাংচুকৰ শয়নকক্ষ সৰলতা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক উৎকৃষ্ট উদাহৰণ। মাটিৰ দেৱালে কোঠাটোত এক শান্ত আৰু পৰম্পৰাগত অনুভূতি সৃষ্টি কৰিছে। দেৱালত সেউজীয়া নক্সাযুক্ত ফ্ৰেমৰ এখন সুন্দৰ আইনা সংস্থাপন কৰা হৈছে। আনটো অংশত পাতল ৰঙৰ কাঠেৰে নিৰ্মিত ডাঙৰ আলমাৰী আছে। ইয়াৰ কাষতে থকা সৰু কাঠৰ জানলাৰে যথেষ্ট প্ৰাকৃতিক পোহৰ সোমায়।

পৰিৱেশবান্ধৱ বাথৰুম

ছোনম ৱাংচুকৰ ঘৰৰ বাথৰুমটো আধুনিক সুবিধা আৰু পৰিৱেশ সুৰক্ষাৰ এক সুন্দৰ সংমিশ্ৰণ। ইয়াত কাঠৰ কাউণ্টাৰৰ ওপৰত এটা বগা চিৰামিকৰ ৱাশ্ব বেছিন স্থাপন কৰা হৈছে। ইয়াৰ ওপৰত হৃদয়ৰ আকাৰৰ এখন আকৰ্ষণীয় দাপোণ আৰু দেৱালত ডিজাইনাৰ টাইলছ লগোৱা আছে। গৰম পানীৰ বাবে আধুনিক ইলেক্ট্ৰিক গিজাৰ আৰু বতাহ-পোহৰৰ বাবে বাঁহৰ ব্লাইণ্ডযুক্ত জানলা আছে। ইয়াৰ উপৰিও পানীৰ অপচয় ৰোধ কৰিবলৈ বিশেষ ‘ইউৰিন-ছেপাৰেটেড টয়লেট’ ব্যৱহাৰ কৰা হৈছে। ইয়াত ফ্লাশ্বৰ বাবে পানীৰ সলনি কাঠৰ গুড়ি বা মাটি ব্যৱহাৰ কৰা হয়, যাৰ ফলত দুৰ্গন্ধও সৃষ্টি নহয়। সংগ্ৰহ কৰা এই আৱৰ্জনাক পিছত কৃষিকাৰ্যৰ বাবে জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.