• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

3 months ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

9 minutes ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

30 minutes ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

1 hour ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

2 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

2 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

5 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

6 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

7 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

 আন্দোলন সন্দৰ্ভত কি ক'লে 'ভাইজানে'?

editor by editor
July 23, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
0
SHARES
896
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ বিৰুদ্ধে দেশজুৰি ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ মাজত ক্ষোভ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা গৈছে। ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত ২০ জুলাইত দিল্লীৰ যন্তৰ মন্তৰৰ পৰা সংসদ অভিমুখে এক প্ৰতিবাদী সমদল উলিওৱা হয়। এই সময়ছোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ কৰাৰ লগতে কন্দুৱা গেছো নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতে বহু চলচ্চিত্ৰ তাৰকায়ো ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত মাত মতা দেখা গৈছে।

ছলমান খানৰ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া

সমগ্ৰ দেশৰ লগতে মুম্বাইতো এই বিষয়ত প্ৰতিবাদ অনুষ্ঠিত হয়, য’ত কেইবাগৰাকীও চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলী উপস্থিত আছিল। এই আন্দোলন সন্দৰ্ভত শেহতীয়াভাৱে বলিউডৰ ‘ভাইজান’ ছলমান খানেও নিজৰ মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যম ‘X’ত এটা দীঘল পোষ্টৰ জৰিয়তে এই আন্দোলনৰ ঘটনাক অতি গুৰুত্বপূৰ্ণ বিষয় বুলি অভিহিত কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ শলাগ লয়। লগতে এই বিষয়টো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত, সেয়েহে ইয়াৰ ৰাজনৈতিকৰণ কৰা উচিত নহয় বুলিও মন্তব্য কৰে।

প্ৰতিবাদৰ সময়ত হোৱা উত্তেজনাক লৈ কি মন্তব্য ছলমানৰ?

দিল্লীৰ প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা উত্তেজনা আৰু হিংসাত্মক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি ছলমান খানে Xত উল্লেখ কৰে এইদৰে- “এইটো এটা সম্পূৰ্ণ শান্তিপূৰ্ণ আন্দোলন আছিল। ইয়াৰ হিংসাত্মক ৰূপ লোৱাটো দেখি মই গভীৰভাৱে দুখিত। এই ঘটনাত আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা থাকিল।” প্ৰশ্নকাকত ফাদিলৰ বিষয়ত কঠোৰ স্থিতি গ্ৰহণ কৰি তেওঁ আৰু কয়, “প্ৰশ্নকাকত ফাদিলৰ ঘটনাটো এটা অত্যন্ত গুৰুতৰ সমস্যা। আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে এটা উন্নত শিক্ষা ব্যৱস্থাৰ দাবীত একত্ৰিত হোৱাটো আৰু তেওঁলোকৰ অভিভাৱকসকলে পূৰ্ণ সমৰ্থন জনোৱাটো দেখি মই আনন্দিত।”

‘ছাত্ৰ আন্দোলন ৰাজনীতিকৰণ অপহৰণ হ’ব নালাগে’

ছাত্ৰ-ছাত্ৰীৰ সাহস আৰু দায়বদ্ধতাৰ প্ৰশংসা কৰি ছলমান খানে কয় যে-এই আন্দোলন সঠিক দিশত আগবাঢ়িছে আৰু দেশৰ নতুন প্ৰজন্মই ভৱিষ্যতে ভাৰতৰ নাম উজ্জ্বল কৰিব। লগতে তেওঁ এই বিষয়ত ৰাজনীতি নকৰিবলৈ আহ্বান জনায়। তেওঁৰ ভাষাত, “এইটো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা ব্যৱস্থাৰ মাজৰ বিষয়। ইয়াৰ ৰাজনৈতিক অপহৰণ হ’ব নালাগে। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাপ্য। মোৰ পূৰ্ণ বিশ্বাস আছে যে চৰকাৰেও তেওঁলোকক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব আৰু এক শক্তিশালী শিক্ষা ব্যৱস্থা গঢ়ি তুলিব। এইটো সকলোৰে বাবে লাভজনক পৰিস্থিতি।”

‘শিক্ষাক নতুন ট্ৰেণ্ড আৰু ফেশ্যন হিচাপে গঢ়ি তোলা উচিত’

পোষ্টৰ শেষত দেশৰ যুৱ প্ৰজন্মৰ বাবে এক ইতিবাচক দৃষ্টিভংগী আগবঢ়াই ছলমান খানে লিখে, “শিক্ষাই আগন্তুক সময়ৰ নতুন ট্ৰেণ্ড আৰু ফেশ্যন হ’ব লাগে। ভাৰতীয় শিক্ষা ব্যৱস্থা ইমানেই জনপ্ৰিয় হ’ব লাগে যে বিদেশৰ লোকেও ভাৰতলৈ শিক্ষা গ্ৰহণ কৰিবলৈ আহিব আৰু আমাৰ দেশ এখন বৃহৎ শিক্ষা কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। যিসকলে শিক্ষা লাভ কৰিব বিচাৰে, ঈশ্বৰে তেওঁলোক সকলোৰে মংগল কৰক।”

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24neet papper leakSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

October 6, 2026
Next Post
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.