• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

6 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

8 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

9 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

10 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

11 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

12 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

13 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

14 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

editor by editor
September 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চৰক্তচাপ নিঃসন্দেহে নীৰৱ ঘাতক৷ হাইপাৰটেনছনে কেৱল হাৰ্টৰ ক্ষতিয়েই নকৰে, বঢ়াই দিয়ে ষ্ট্ৰোকৰ আশংকাও৷ ইয়াৰ সৈতে ক্ষতিগ্ৰস্থ হ’ব পাৰে লিভাৰো৷ অকাৰণ ক্লান্তি, মানসিক চাপ আৰু বাৰ্ধক্যও নভৱাকৈয়ে আহিব পাৰে৷ ফ্ৰণ্টিয়াৰ্ছ ইন মেডিছিনত প্ৰকাশিত এক গৱেষণা অনুসৰি উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিৰ লিভাৰ ফাইব্ৰোছিচৰ আশংকা বাঢ়ি যায় কেইবাগুণো৷ ইয়াৰোপৰি মেটাবলিজমৰ সমস্যাৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ ডিজিজো বাঢ়িব পাৰে৷

  • সতৰ্ক থাকক, আপুনি বিশ্ৰাম লোৱাৰ পাছতো ক্লান্ত বোধ কৰিছে? সকলো সময়তেই আলস্যতাই আপোনাক কোঙা কৰি থাকে? তেন্তে লিভাৰৰ পৰীক্ষা কৰাওক৷ উচ্চ ৰক্তচাপে লিভাৰৰ কাৰ্যকাৰিতাকো প্ৰভাৱিত কৰিব পাৰে৷ ইয়াৰোপৰি কামৰ চাপৰ বাবেও ক্লান্তি আহিব পাৰে৷ স্বাভাৱিক ক্লান্তিতকৈ এই ক্লান্তি পৃথক৷ ব্ৰেন ফগৰ সমস্যাও হাইপাৰটেনথন আৰু ব্ৰেন ফগৰ সৈতে সংযুক্ত৷
  • পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষ বাঢ়িলে সতৰ্ক হওক৷ লিভাৰ ফুলি যোৱা বা এনলাৰ্জমেণ্টৰ আশংকা বাঢ়িব পাৰে৷ এই সকলোবোৰৰ আঁৰত হাইপাৰটেনছন৷ বহুতেই লিভাৰৰ সমস্যাক বদহজম বা গেছ বুলি ভুল কৰে৷ সেয়ে চিকিৎসকে বিষৰ ধৰণ চায়েই লিভাৰৰ সমস্যাৰ ইংগিত পায়৷ আলট্ৰাছাউণ্ডৰ দৰে মেডিকেল ইমেজিঙৰ পৰা লিভাৰ এনলাৰ্জমেণ্টৰ সমস্যা ধৰা পৰে৷ পৰীক্ষা কৰিলে গুৰুতৰ ক্ষতি হোৱাৰ পূৰ্বেই চিকিৎসা আৰম্ভ কৰিব পাৰে৷
  • হাইপাৰটেনছনৰ ৰোগীৰ যদি ছাল বা চকুত পাতল হালধীয়া ৰং দেখা যায় তেন্তে সতৰ্ক হওক৷ ইয়াৰ আঁৰত আছে শৰীৰত বিলিৰুবিনৰ মাত্ৰা বাঢ়িছে৷ ই লিভাৰৰ ব্যাধিৰ স্পষ্ট লক্ষণ৷ উচ্চ ৰক্তচাপে লিভাৰৰ পৰিস্থিতি বেছি বেয়া কৰে৷ ছালৰ ৰঙৰ সামান্য পৰিবৰ্তনো সেয়ে উপেক্ষা নকৰিব৷
  • গাঢ় ৰঙৰ প্ৰস্ৰাৱ আৰু মল বগা হৈ পৰাটোৱে লিভাৰৰ ক্ষতিৰ ডাঙৰ লক্ষণ৷ গাঢ় ৰক্ষৰ প্ৰস্ৰাৱ মানে উচ্চ বিলিৰুবিনৰ সংকেত৷ অন্যহাতে বগা ৰঙৰ মলে পিত্তৰ প্ৰবাহ ঠিকমতে নোহোৱাৰ ইংগিত দিয়ে৷

লিভাৰৰ স্বাস্থ্য ভালে ৰাখিবলৈ কি কৰিব?

ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক৷

লিভাৰৰ বাবে উপকাৰী খাদ্যহে খাওক৷

নিয়মিত লিভাৰ ফাংছন পৰীক্ষা কৰক৷

অসুখৰ কোনো লক্ষণে দেখা দিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
দুৰ্গাপূজা ২০২৫ৰ পাছতেই মুখত হাঁহি বিৰিঙি উঠিব ৩ ৰাশিৰ, কৃপা পাব শুক্ৰৰ

মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন