• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গাপূজা ২০২৫ৰ পাছতেই মুখত হাঁহি বিৰিঙি উঠিব ৩ ৰাশিৰ, কৃপা পাব শুক্ৰৰ

দুৰ্গাপূজা ২০২৫ৰ পাছতেই মুখত হাঁহি বিৰিঙি উঠিব ৩ ৰাশিৰ, কৃপা পাব শুক্ৰৰ

1 year ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

13 minutes ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

40 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

1 hour ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুৰ্গাপূজা ২০২৫ৰ পাছতেই মুখত হাঁহি বিৰিঙি উঠিব ৩ ৰাশিৰ, কৃপা পাব শুক্ৰৰ

দুৰ্গাপূজা ২০২৫ৰ পাছতেই মুখত হাঁহি বিৰিঙি উঠিব ৩ ৰাশিৰ, কৃপা পাব শুক্ৰৰ

editor by editor
September 10, 2025
in জীৱনশৈলী
0
দুৰ্গাপূজা ২০২৫ৰ পাছতেই মুখত হাঁহি বিৰিঙি উঠিব ৩ ৰাশিৰ, কৃপা পাব শুক্ৰৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গাপূজা ২০২৫ পাৰ হলেই কন্যা ৰাশিত শুক্ৰই প্ৰৱেশ কৰিব৷ বৈদিক জ্যোতিষ গণনা অনুসৰি ৯ অক্টোবৰ ২০২৫ চনত কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দুৰ্গাপূজা ২ অক্টোবৰ শেষ হওঁতেই এই যোগ৷ এই স্থানৰ পৰা কন্যা ৰাশিত শুক্ৰৰ গোচৰৰ ফলত বহু ৰাশিয়ে লাভ পাব৷ লাকী ৰাশি কি কি?

বৃশ্চিক ৰাশি

শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ আয় আৰু লগ্নিৰ স্থানত আছে৷ এই সময়ত আয়ত ব্যাপক লাভ হব৷ আয়ৰ নতুন নতুন ৰাস্তা তৈয়াৰ হব৷ আপুনি কৰ্মক্ষেত্ৰত উচ্চপদ প্ৰাপ্ত কৰিব পাৰে৷ আপুনি সামাজিক দিশৰ পৰাও লাভ পাব৷ সামাজিক দিশৰ পৰা অন্যৰ মাজত জনপ্ৰিয়ও হব৷ এই সময়ত সন্তানৰ উন্নতি হব৷ শ্বেয়াৰ বজাৰ, লটাৰীত লাভ পাব৷

সিংহ ৰাশি

শুক্ৰই আপোনাৰ গোচৰ কুণ্ডলীত ধন আৰু বাণীৰ ভাৱত সঞ্চৰণ কৰিছে৷ এই সময়ত আপোনাৰ ৰৈ থকা টকা হাতলৈ আহিব৷ আপোনাৰ কথাৰ প্ৰভাৱ বাঢ়িব৷ আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ দাম্পত্য জীৱনলৈ ভাৰসাম্য আহিব৷ আপোনাৰ পাৰিবাৰিক সুখ এই সময়ত আহিব৷ পৰিয়ালত কোনো নতুন সদস্য আহিব পাৰে৷ আপোনাৰ ব্যক্তিত্বত ভাল কিছু পৰিবৰ্তন আহিব৷

ধনু ৰাশি

এই গোচৰ আপোনাৰ ৰাশিৰ কৰ্মস্থানত হব৷ আপোনাৰ কামৰ দিশৰ পৰা এই সময় খুবেই ভাল হব৷ বহু চাকৰিহীনে এই সময়ত চাকৰি লাভ কৰিব পাৰে৷ যিসকল ব্যৱসায়ী তেওঁলোকে আৰ্থিক দিশৰ পৰা সমৃদ্ধ হব পাৰে৷ যিসকলে চাকৰি কৰিছে তেওঁলোকে কোনো উচ্চ পদ পাব পাৰে৷ এই সময়ত আপুনি কোনো উচ্চ পদ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
Next Post
মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.