• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

11 months ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

26 minutes ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

1 hour ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

2 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

3 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

4 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

4 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

14 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

14 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

14 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

15 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

editor by editor
September 10, 2025
in জীৱনশৈলী
0
মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ ছেপ্টেম্বৰৰ পৰা দুৰ্গাপূজাৰ আৰম্ভণি৷ শাৰদীয় নৱৰাত্ৰি সোমবাৰ ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ দেৱীপক্ষৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি ৯ দিন ধৰি দেৱীৰ ৯ ৰূপৰ পূজা কৰা হয়৷ এই সময়ত যিকোনো শুভ কাম কৰাৰ বাবে উপযুক্ত বুলি কোৱা হয়৷ শাস্ত্ৰ অনুসৰি এই ৯ দিন শুভ মুহূৰ্ত বিচাৰ নকৰাকৈয়ে যিকোনো শুভ কাম কৰিব পাৰিব৷ মনত ভক্তি লৈ দেৱীৰ পূজা কৰিলে সকলো বাধা বিপত্তি দুঃখ কষ্ট দূৰ হয় আৰু মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি প্ৰচলিত বিশ্বাস৷ জানি থওক কোন ৫ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়? জ্যোতিষ অনুসৰি এই ৫ ৰাশিৰ জাতকে সৰ্বদা দেৱীৰ আশীৰ্বাদ লাভ কৰে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ এওঁলোকে সকলো সময়তে সকলো কামতে দেৱীৰ আশীৰ্বাদ পায়৷ আপুনি যদি মেষ ৰাশিৰ জাতক হয় তেন্তে শক্তিৰূপিনী দেৱীয়ে তেওঁৰ শুভ দৃষ্টি আপোনাৰ ওপৰত ৰাখে৷ দেৱীৰ আশীৰ্বাদ কেৱল দুৰ্গাপূজাৰ সময়তেই নহয় সমগ্ৰ বছৰ ধৰি সকলো কামতেই সাফল্য লাভ কৰাৰ যোগ থাকে মেষ ৰাশিৰ জাতকৰ ওপৰত৷ এওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধি সকলো সময়তে থাকে৷ সন্তান ভাগ্যও সাধাৰণতে খুবেই ভাল হয় মেষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি

আপুনি যদি মিথুন ৰাশিৰ জাতক হয় তেন্তে শক্তিৰূপিনী দেৱী দুৰ্গাৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকে৷ দেৱীৰ প্ৰিয় ৰাশিৰ জাতকৰ মাজত অন্যতম মিথুন ৰাশি৷ দুৰ্গাপূজাৰ ভিতৰত বিশেষভাৱে সৌভাগ্যৰ দ্বাৰ উন্মুক্ত হয় মিথুন ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিৰ জাতক কঠোৰ পৰিশ্ৰমী আৰু দুৰ্গাৰ কৃপাত এওঁলোকে পৰিশ্ৰম আৰু উদ্যোগৰ ফল লাভ কৰে৷ দুৰ্গাপূজা চলাৰ সময়ত মিথুন ৰাশিৰ জাতকৰ ৰৈ থকা সকলো কাম সম্পূৰ্ণ হব৷ দেৱীৰ কৃপাত আৰ্থিক অৱস্থাৰ উন্নতিৰ যোগ থাকে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ মাজত শক্তি আৰু ক্ষমতা অন্যসকলতকৈ বেছি৷ সিংহৰ জাতক এই শক্তি আৰু দৃঢ়তাৰ কাৰণেই দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ আপুনি সিংহ ৰাশিৰ জাতক হলে দেৱী দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে আপোনাৰ সৈতে থাকে৷ মা দুৰ্গাৰ কৃপাত সিংহ ৰাশিৰ ভাগ্য সচৰাচৰ তেওঁলোকৰ পক্ষতেই থাকে৷ আৰ্থিক সমস্যা কেতিয়াও নাহে সিংহ ৰাশিৰ জাতকৰ জীৱনত৷

বৃশ্চিক ৰাশি

দেৱী দুৰ্গাৰ প্ৰিয় ৰাশিসমূহৰ তালিকাত আছে বৃশ্চিকো৷ দেৱীৰ কৃপাদৃষ্টি এওঁলোকৰ ওপৰত সকলো সময়তে থাকে৷ দুৰ্গাপূজা চলি থকাৰ সময়ত ভালধৰণে মনত ভক্তি লৈ দুৰ্গাৰ আৰাধনা কৰিলে আৰু ভাল ফল পাব৷ মা দুৰ্গাই এওঁলোকৰ জীৱন সুখ আৰু শান্তিৰে ভৰাই দিব৷ আপুনি বৃশ্চিক ৰাশিৰ জাতক হলে দেৱী দুৰ্গাৰ আশীৰ্বাদত আৰ্থিক লাভ হোৱাৰো যোগ আছে৷ ঋণৰ পৰা মুক্তি পাব৷

কুম্ভ ৰাশি

আপুনি কুম্ভ ৰাশিৰ জাতক হলে আনন্দ কৰক, আপোনাৰ বাবে দুৰ্গা পূজাৰ এই সময়ে সুখৰ বতৰা আনিব৷ কুম্ভ ৰাশিৰ জাতক দেৱী দুৰ্গাৰ অত্যন্ত প্ৰিয়৷ তেওঁলোকৰ ওপৰত মা দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে৷ দুৰ্গাপূজাৰ পূৰ্বে বা পাছত কোনো ভালখবৰ পাব পাৰে৷ দেৱীৰ কৃপাত এওঁলোকৰ জীৱনত পেছাগত সংকটে খুব এটা ডাঙৰ আকাৰ ধাৰণ নকৰে৷ দেৱীৰ আৰাধনা কৰিলে খুব সহজেই ফল লাভ কৰে তেওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?
জীৱনশৈলী

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

August 1, 2026
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা
জীৱনশৈলী

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
Next Post
সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰ কৰিছিল অসমৰ সাংসদে, SITৰ প্ৰতিবেদনক লৈ কি কৈছে মুখ্যমন্ত্ৰীয়ে?

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰ কৰিছিল অসমৰ সাংসদে, SITৰ প্ৰতিবেদনক লৈ কি কৈছে মুখ্যমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.