• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

2 years ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

19 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

50 minutes ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 hour ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

4 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

21 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

22 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

22 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

editor by editor
September 19, 2023
in Uncategorized
0
জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ত লোকসভা নিৰ্বাচন৷ তাৰ পূৰ্বেই এইবাৰ মহিলা সংৰক্ষণক বিশেষ গুৰুত্ব দিছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত এই বিল উত্থাপন কৰা হৈছে৷ মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত এই বিল উত্থাপন কৰা হৈছে৷ অধিবেশনতেই পোনতে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে৷ ভাষণতেই বিল পাছ কৰাৰ ইংগিত প্ৰদান কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে৷ প্রধানমন্ত্ৰী মোদীয়ে ভাষণত কৈছিল, ‘এই অধিবেশনতেই এক ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ব৷ সংসদত মহিলাৰ যোগদান বাঢ়িছে৷ এতিয়ালৈকে ৭হাজাৰ সাংসদৰ মাজত ৬০০ জনীয়েই মহিলা৷’

মোদীৰ এই বক্তব্যত সকলোৱে মহিলা সংৰক্ষণ বিল অনাৰ উমানো লাভ কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সোমবাৰে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰীয় প্ৰযুক্তি আৰু বাণিজ্যিক মন্ত্ৰী পিয়ুষ গোৱেল, খনিজ সম্পদ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ সেই বৈঠকত উপস্থিত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডাও৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মহিলা সংৰক্ষণ বিলত ছিলমোহৰ দিয়াৰ কথা গম পায় কংগ্ৰেছৰ তৰফৰ পৰা ৰাহুল গান্ধীয়েও বিলখনক সমৰ্থন জনাইছে৷ বিগত কেইবা দশক ধৰি লোকসভা নিৰ্বাচনৰ পৰিসংখ্যালৈ লক্ষ্য ৰাখিলে দেখা যায় যে মহিলা ভোটদাতাৰ সংখ্যা বৃদ্ধি পাইছে৷ সেইবাবেই মহিলা ভোটবেংক গঢ়াৰ স্বাৰ্থতেই মোদীয়ে এই মহিলা সংৰক্ষণ বিলত অনুমোদন জনাইছে বুলি প্ৰকাশ কৰিছে বিৰোধীয়ে৷

কি আছে মহিলা সংৰক্ষণ বিলত?

এই বিল পাছ কৰিলে লোকসভা আৰু ৰাজ্যৰ বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষিত হ’ব৷ এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব মহিলাৰ বাবে৷ লোকসভাত মুঠ আসনৰ সংখ্যা ৫৪৩ খন৷ মহিলা সংৰক্ষণ বিল পাছ হ’লে মুঠ আসনৰ ১৮১ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব৷ ৰাজ্যসভাৰ ক্ষেত্ৰতো এই হিচাপ প্ৰযোজ্য৷ মহিলা সংৰক্ষণ বিল পাছৰ বাবে পূৰ্বেও চেষ্টা কৰা হৈছিল৷ মনমোহন সিং চৰকাৰৰ আমোলত ২০০৮ চনক মহিলাৰ বাবে আসন সংৰক্ষণ কৰিবলৈ সংবিধানৰ ১০৮তন সংশোধনী বিল অনা হৈছিল৷ ৰাজ্যসভাত সেই বিল পাছো হৈছিল৷ কংগ্ৰেছৰ ওপৰিও এই বিলৰ প্ৰতি বিজেপি আৰু বাম দলসমূহে সমৰ্থন জনাইছিল৷

কিন্তু তেতিয়া সেই বিলপ বিৰোধিতা কৰিছিল আৰ জে ডি আৰু সমাজবাদী পাৰ্টীয়ে৷ একাংশই বিৰোধীতা কৰাৰ বাবে সেইবাৰ লোকসভাত বিলখন পাছ কৰিব পৰা নগ’ল৷ কংগ্ৰেছ চৰকাৰৰ আমোলত মহিলা সংৰক্ষণ বিল অনাৰ পূৰ্ণ প্ৰচেষ্টা চলালেও সেইবাৰ বিফল হ’ল৷ সেইবাৰ তেওঁলোকে বিলত উল্লেখ কৰিছিল যে ১৫ বছৰৰ বাবে লোকসভা আৰু বিধানসভাৰ মহিলাৰ বাবে আসন সংৰক্ষিত হৈ থাকিব৷ এই বিলক লৈ আপত্তিৰ কাৰণ তেতিয়া পৃথক আছিল৷ মনমোহন সিং চৰকাৰৰ বিলত উল্লেখ আছিল জাতি-জনজাতিৰ বাবে সংৰক্ষিত আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব৷ অবিচি মহিলাসকলৰ বাবে সংৰক্ষণৰ বন্দোবস্ত সেই বিলত নাছিল৷

শেহতীয়াকৈ মঙলবাৰে মোদী চৰকাৰৰ বিলত অবিচি সংৰক্ষণ সংক্ৰান্তীয় পৰিবৰ্তনৰ কথা কোৱা হৈছে৷ কাৰণ লোকসভা নিৰ্বাচনৰ আগে আগে অবিচি ভোটবেংকৰ কথাও ভাৱিছে মোদী চৰকাৰে৷ অবিচিসকলৰ বাবে লোকসভা আৰু বিধানসভাত ২৫ শতাংশ আসন সংৰক্ষণ কৰাৰো বিল আনিব পাৰে মোদী চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ...

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে...’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.