• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

5 days ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

6 hours ago
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

7 hours ago
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

8 hours ago
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

9 hours ago
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

11 hours ago
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

12 hours ago
এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

13 hours ago
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

2 days ago
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

2 days ago
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

2 days ago
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

2 days ago
কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

3 days ago
  • About
  • Advertise
  • Careers
Monday, September 25, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

editor by editor
September 19, 2023
in Uncategorized
0
জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?
0
SHARES
25
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ত লোকসভা নিৰ্বাচন৷ তাৰ পূৰ্বেই এইবাৰ মহিলা সংৰক্ষণক বিশেষ গুৰুত্ব দিছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত এই বিল উত্থাপন কৰা হৈছে৷ মঙলবাৰে সংসদৰ বিশেষ অধিবেশনত এই বিল উত্থাপন কৰা হৈছে৷ অধিবেশনতেই পোনতে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে৷ ভাষণতেই বিল পাছ কৰাৰ ইংগিত প্ৰদান কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে৷ প্রধানমন্ত্ৰী মোদীয়ে ভাষণত কৈছিল, ‘এই অধিবেশনতেই এক ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ব৷ সংসদত মহিলাৰ যোগদান বাঢ়িছে৷ এতিয়ালৈকে ৭হাজাৰ সাংসদৰ মাজত ৬০০ জনীয়েই মহিলা৷’

মোদীৰ এই বক্তব্যত সকলোৱে মহিলা সংৰক্ষণ বিল অনাৰ উমানো লাভ কৰিছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সোমবাৰে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল কেন্দ্ৰীয় প্ৰযুক্তি আৰু বাণিজ্যিক মন্ত্ৰী পিয়ুষ গোৱেল, খনিজ সম্পদ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ সেই বৈঠকত উপস্থিত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডাও৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মহিলা সংৰক্ষণ বিলত ছিলমোহৰ দিয়াৰ কথা গম পায় কংগ্ৰেছৰ তৰফৰ পৰা ৰাহুল গান্ধীয়েও বিলখনক সমৰ্থন জনাইছে৷ বিগত কেইবা দশক ধৰি লোকসভা নিৰ্বাচনৰ পৰিসংখ্যালৈ লক্ষ্য ৰাখিলে দেখা যায় যে মহিলা ভোটদাতাৰ সংখ্যা বৃদ্ধি পাইছে৷ সেইবাবেই মহিলা ভোটবেংক গঢ়াৰ স্বাৰ্থতেই মোদীয়ে এই মহিলা সংৰক্ষণ বিলত অনুমোদন জনাইছে বুলি প্ৰকাশ কৰিছে বিৰোধীয়ে৷

কি আছে মহিলা সংৰক্ষণ বিলত?

এই বিল পাছ কৰিলে লোকসভা আৰু ৰাজ্যৰ বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষিত হ’ব৷ এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব মহিলাৰ বাবে৷ লোকসভাত মুঠ আসনৰ সংখ্যা ৫৪৩ খন৷ মহিলা সংৰক্ষণ বিল পাছ হ’লে মুঠ আসনৰ ১৮১ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব৷ ৰাজ্যসভাৰ ক্ষেত্ৰতো এই হিচাপ প্ৰযোজ্য৷ মহিলা সংৰক্ষণ বিল পাছৰ বাবে পূৰ্বেও চেষ্টা কৰা হৈছিল৷ মনমোহন সিং চৰকাৰৰ আমোলত ২০০৮ চনক মহিলাৰ বাবে আসন সংৰক্ষণ কৰিবলৈ সংবিধানৰ ১০৮তন সংশোধনী বিল অনা হৈছিল৷ ৰাজ্যসভাত সেই বিল পাছো হৈছিল৷ কংগ্ৰেছৰ ওপৰিও এই বিলৰ প্ৰতি বিজেপি আৰু বাম দলসমূহে সমৰ্থন জনাইছিল৷

কিন্তু তেতিয়া সেই বিলপ বিৰোধিতা কৰিছিল আৰ জে ডি আৰু সমাজবাদী পাৰ্টীয়ে৷ একাংশই বিৰোধীতা কৰাৰ বাবে সেইবাৰ লোকসভাত বিলখন পাছ কৰিব পৰা নগ’ল৷ কংগ্ৰেছ চৰকাৰৰ আমোলত মহিলা সংৰক্ষণ বিল অনাৰ পূৰ্ণ প্ৰচেষ্টা চলালেও সেইবাৰ বিফল হ’ল৷ সেইবাৰ তেওঁলোকে বিলত উল্লেখ কৰিছিল যে ১৫ বছৰৰ বাবে লোকসভা আৰু বিধানসভাৰ মহিলাৰ বাবে আসন সংৰক্ষিত হৈ থাকিব৷ এই বিলক লৈ আপত্তিৰ কাৰণ তেতিয়া পৃথক আছিল৷ মনমোহন সিং চৰকাৰৰ বিলত উল্লেখ আছিল জাতি-জনজাতিৰ বাবে সংৰক্ষিত আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব৷ অবিচি মহিলাসকলৰ বাবে সংৰক্ষণৰ বন্দোবস্ত সেই বিলত নাছিল৷

শেহতীয়াকৈ মঙলবাৰে মোদী চৰকাৰৰ বিলত অবিচি সংৰক্ষণ সংক্ৰান্তীয় পৰিবৰ্তনৰ কথা কোৱা হৈছে৷ কাৰণ লোকসভা নিৰ্বাচনৰ আগে আগে অবিচি ভোটবেংকৰ কথাও ভাৱিছে মোদী চৰকাৰে৷ অবিচিসকলৰ বাবে লোকসভা আৰু বিধানসভাত ২৫ শতাংশ আসন সংৰক্ষণ কৰাৰো বিল আনিব পাৰে মোদী চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন
Uncategorized

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

September 24, 2023
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত
Uncategorized

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

September 22, 2023
ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…
Uncategorized

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

September 19, 2023
ৰাশি অনুযায়ী কোন ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব? জানি থওক সবিশেষ…
Uncategorized

ৰাশি অনুযায়ী কোন ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব? জানি থওক সবিশেষ…

September 14, 2023
Next Post
ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ...

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে…’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

‘তুমি আহিলে আঁহো বোলা আহিন আগেয়ে আহে...’ আহিন মানেই উৎসৱ, আহিন মানেই আপোনজনৰ সতে জোনটো ভগাই লোৱাৰ বতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.