আকৌ লকডাউন! দেশজোৰা লকডাউন প্ৰায় অৱধাৰিত। ২১ দিনৰ বাবে আকৌ স্তব্ধ হৈ পৰিব নেকি দেশ? নীতি আয়োগত দেশজোৰা লকডাউনক লৈ চিন্তাচর্চা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অস্বীকাৰ কৰা নাই লকডাউনৰ সম্ভাৱনা। নৈশ কার্ফিউ আৰু সপ্তাহান্তিক লকডাউন ফলপ্ৰসূ নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ