• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

2 years ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

11 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

59 minutes ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

2 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

3 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

5 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

editor by editor
April 19, 2024
in ভাৰত, ৰাজনীতি
0
এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪- দেশত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম দফাত দেশৰ ১৭ খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয়শাসিত অঞ্চল মিলি মুঠ ১০২ খন আসনৰ বাবে ভোটযুদ্ধ চলিছে। প্ৰথম দফাতেই মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত। কিৰেণ ৰিজেজু, সৰ্বানন্দ সোনোৱালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ ভাগ্য বন্দী হ’ব ইভি এমত।

প্ৰথম দফাত অৰুণাচল প্ৰদেশৰ ২ টা সমষ্টি, অসমৰ ৫ সমষ্টি, বিহাৰৰ ৪ সমষ্টি, ছত্তিশগড়ৰ ১টা সমষ্টি, মহাৰাষ্ট্ৰৰ ৫ সমষ্টি, মণিপুৰৰ এটা সমষ্টি, মেঘালয়ৰ দুটা সমষ্টি, মিজোৰামৰ ১টা সমষ্টি, নাগালেণ্ডৰ ১টা সমষ্টি, ৰাজস্থানৰ ১২ টা সমষ্টি, ছিকিমৰ ১ টা সমষ্টি, তামিলনাডুৰ ৩৯ সমষ্টি,  ত্ৰিপুৰাৰ এটা সমষ্টি, উত্তৰপ্ৰদেশৰ ৮টা সমষ্টি, মধ্যপ্ৰদেশৰ ৫ সমষ্টি, উত্তৰাখণ্ডৰ ৫ সমষ্টি, আন্দামান নিকোবৰৰ ১টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১ টা সমষ্টি, লাক্ষাদ্বীপৰ ১টা সমষ্টি, পুডুচেৰীৰ ১টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

লোকসভাৰ ওপৰিও অৰুণাচল প্ৰদেশৰ ৬০ আৰু ছিকিমৰ ৩২ বিধানসভা আসনৰ বাবেও ভোটযুদ্ধ চলিছে। এইবাৰৰ লোকসভা নিৰ্বাচনত সকলোতকৈ ধনী প্ৰাৰ্থী আৰু সকলোতকৈ দুখীয়া প্ৰাৰ্থী কোন সেই সমীক্ষাও ভাইৰেল হৈছে। এইবাৰৰ লোকসভা নিৰ্বাচনত সকলোতকৈ ধনী প্ৰাৰ্থী হৈছে নকুল নাথ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭১৬ কোটি টকা। ধনী প্ৰাৰ্থীৰ তালিকাত দ্বিতীয় স্থানত আছে তামিলনাডুৰ এৰোড কেন্দ্ৰৰ AIADMK প্ৰাৰ্থী অশোক কুমাৰ। তেওঁৰ সম্পত্তিৰ পৰিমান ৬৬২ কোটি টকা। তালিকাত তৃতীয় স্থানত আছে তামিলনাডুৰ শিৱগংগা কেন্দ্ৰৰ বিজেপি প্ৰাৰ্থী দেৱনাথন যাদৱ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩০৪ কোটি।

প্ৰথম দফাৰ  ধনী আৰু সকলোতকৈ দুখীয়া প্ৰাৰ্থীৰ মাজত আছে বহু পৰিমানৰ ধনৰ পাৰ্থক্য। নকুল নাথৰ সম্পত্তি য’ত ৭১৬ কোটি তাৰ বিপৰীতে দুখীয়া প্ৰাৰ্থী পোনৰাজ কে’ৰ সম্পত্তি মাত্ৰ ৩২০ টকা। পোনৰাজ কে’ তামিলনাডুৰ তুথুকুড্ডিৰ নিৰ্দলীয় প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ ৰামটেকৰ নিৰ্দলীয় প্ৰাৰ্থী কাৰ্তিক ডোকে হৈছে দ্বিতীয় দুখীয়া প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমান মাত্ৰ ৫০০টকা। তাৰপিছতেই আনগৰাকী দুখীয়া প্ৰাৰ্থী হৈছে তামিলনাডুৰ চেন্নাই উত্তৰ কেন্দ্ৰৰ নিৰ্দলীয় প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমান মাত্ৰ ৫০০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
Next Post
দুঃখবৰ, ভোটকেন্দ্ৰতেই মৃত্যুক সাবটিলে ৰাইজৰ দলৰ কৰ্মীয়ে

দুঃখবৰ, ভোটকেন্দ্ৰতেই মৃত্যুক সাবটিলে ৰাইজৰ দলৰ কৰ্মীয়ে

কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে

কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.