• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে

কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে

2 years ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 minutes ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

42 minutes ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

1 hour ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

1 hour ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

2 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

3 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

5 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

6 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

7 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

16 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে

কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে

editor by editor
April 19, 2024
in জীৱনশৈলী
0
কেতুৰ নক্ষত্ৰত আহিব শুক্ৰ, অশ্বিনীত আহিয়েই ৩ৰাশিক ধনী কৰাব দৈত্যগুৰুৱে
0
SHARES
892
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত শুক্ৰক ভোগ, বিলাসিতা, আকৰ্ষণ, ধন-ঐশ্বৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়। ইয়াৰোপৰি শুক্ৰ আৰু শুক্ৰাচাৰ্য দৈত্যসকলৰ গুৰু। জ্যোতিষ শাস্ত্ৰৰ অন্য়তম গুৰুত্বপূৰ্ণ গ্ৰহ এটা। স্বাভাৱিকভাৱেই শুক্ৰৰ গতি আৰু বিভিন্ন ৰাশিৰ নক্ষত্ৰ বিচৰণে শুভ-অশুভ প্ৰভাৱ বিস্তাৰ কৰি থাকে। নিৰ্দিষ্ট সময়ত অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰ পৰিবৰ্তন কৰে শুক্ৰই। ২৫ এপ্ৰিল শুক্ৰৰ ৰাশি পৰিবৰ্তন হ’ব। এই সময়ত ৰেৱতী নক্ষত্ৰৰ পৰা বাহিৰলৈ আহি অশ্বিনী নক্ষত্ৰত প্ৰৱেশ কৰিব এই গ্ৰহই। আগন্তুক ৫মে পৰ্যন্ত এই নক্ষত্ৰতে শুক্ৰই বিচৰণ কৰিব।

অশ্বিনী নক্ষত্ৰ

জ্যোতিষ শাস্ত্ৰত বৰ্ণিত ২৭ নক্ষত্ৰৰ মাজত প্ৰথম নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। কেতু এই নক্ষত্ৰৰ অধিপতি। কেতুৰ সৈতে বৰ্তমান শুক্ৰৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ইয়াৰ ফলত বন্ধু কেতুৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ কেইটামান ৰাশিৰ বাবে শুভ হ’ব। ব্যৱসায় আৰু চাকৰিত প্ৰচূৰ লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ। কোন কোন ৰাশিৰ বাবে এই সময় শুভ?

মেষ ৰাশি

শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন এই ৰাশিৰ গোচৰ কোষ্ঠীৰ প্ৰথম কক্ষত হ’ব। এই পৰিস্থিতিত মেষ ৰাশিৰ জাতকে প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে। পেছাগত জীৱনত উন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত

কামৰ প্ৰশংসা লাভ কৰিব। ইয়াৰ ফলত পদোন্নতি আৰু বেতনবৃদ্ধিৰো যোগ আছে। ব্যক্তিত্ব পৰিবৰ্তন পৰিলক্ষিত হ’ব। উন্নতিৰ নতুন যোগ তৈয়াৰ হ’ব। নিজৰ সৃজনশীল গতিবিধি আৰু কূটনীতিৰ কাৰণে লক্ষ্য লাভ কৰিব পাৰিব। আৰ্থিক পৰিস্থিতি উন্নত। ভোগ-বিলাসিতা বৃদ্ধি পাব এই সময়ত। ইয়াৰোপৰি আৰ্থিক পৰিস্থিতি মজবুত হ’ব। অৰ্থ সঞ্চয়ত সফল হ’ব। স্বাস্থ্য ভালে থাকিব এই ৰাশিৰ জাতকৰ। দীৰ্ঘদিনৰ অসুস্থতা দূৰ হ’ব। প্ৰেম জীৱনৰ বাবে এই সময় শুভ। দাম্পত্য জীৱনত সমস্যাৰ সমাধান হ’ব।

মিথুন ৰাশি

শুক্ৰৰ অশ্বিনী নক্ষত্ৰৰ গোচৰে এই ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব। কৰ্মক্ষেত্ৰত বৰিষ্ঠ অধিকাৰী আৰু সহকৰ্মীসকলৰ পৰা প্ৰশংসা বুটলিব। ইয়াৰোপৰি চাকৰিত ভাল প্ৰদৰ্শন দেখুৱাব। আপোনাৰ পদোন্নতি আৰু বেতনবৃদ্ধিৰো প্ৰৱল যোগ আছে। কামৰ কাৰণে বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে। অন্যহাতে এই ৰাশিৰ ব্যৱসায়ীসকল এই সময়ত লাভাম্বিত হ’ব। আৰ্থিক পৰিস্থিতি ভাল। অশ্বিন নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশৰ ফলত অৰ্থ সঞ্চয় কৰিব পাৰিব এই ৰাশিৰ জাতকে। কঠিন পৰিশ্ৰমৰ ফলত শুভ ফল লাভ কৰিব। বোনাছ বা ভাট্টা লাভ কৰিব। প্ৰেম জীৱনত এই সময়ত শুভ।

কন্যা ৰাশি

অশ্বিন নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশৰ ফলত কন্য়া ৰাশিৰ জাতক বিশেভাৱে লাভাম্বিত হ’ব। এই ৰাশিৰ জাতকৰ পদোন্নতি হ’ব পাৰে। ইয়াৰোপৰি জীৱনত ভাল সুযোগ লাভ কৰিব। এই ৰাশিৰ ব্য়ৱসায়ী জাতক লাভাম্বিত হ’ব। অৰ্থ উপাৰ্জন কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। আয়ৰ নতুন পথ মুকলি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

June 24, 2026
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

June 24, 2026
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!
জীৱনশৈলী

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

June 24, 2026
Next Post
আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট

আজিৰ প্ৰথমটো পৰ্যায়ৰ ভোটদানতেই বিকল বহু EVM, এঠাইত আকৌ পৰিল ৭ টা ভোট, দেখুৱালে ৫৭ টা ভোট

পিতৃহীন যুৱতীয়ে ঘৰটো চুবুৰীয়া যুৱকৰ নামত কৰি নিদিয়াৰ বাবেই কৰিলে এনে, শুনিয়েই আচৰিত হ’ব আপুনি

পিতৃহীন যুৱতীয়ে ঘৰটো চুবুৰীয়া যুৱকৰ নামত কৰি নিদিয়াৰ বাবেই কৰিলে এনে, শুনিয়েই আচৰিত হ'ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.