• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

6 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

7 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

editor by editor
April 29, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গান্ধী পৰিয়ালৰ বাবে, উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠিৰ দুখন লোকসভা আসন কেৱল আসন নহয় এয়া তেওঁলোকৰ সন্মানৰো প্ৰশ্ন৷ এক সূত্ৰই প্ৰকাশ কৰামতে এইবাৰ আমেঠিৰ পৰা ৰাহুল গান্ধী আৰু ৰায়বৰেলীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ১৯৮১ চনৰ বিশেষ ঘটনা এইবাৰ আমেঠিত পুনৰাবৃত্তি হ’ব বুলি প্ৰায়সংখ্যক কংগ্ৰেছীৰেই দাবী৷

বিজেপিয়ে ইতিমধ্যে আমেঠিৰ পৰা স্মৃতি ইৰাণীক টিকট প্ৰদান কৰিছে৷ কিন্তু কংগ্ৰেছে এই পৰ্যন্ত আমেঠি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰা নাই৷ বিজেপিৰ লগতে সাধাৰণ লোকৰ মাজত চলা সমীক্ষাত এই সমষ্টিত ৰাহুলে প্ৰতিদ্বন্দিতা কৰাটোৱেই খাটাং৷ কংগ্ৰেছ কৰ্মী আৰু স্থানীয় নেতাসকলৰো দাবী যে আমেঠিত ৰাহুলকেই লাগে৷

১৯৮১ত কি ঘটিছিল আমেঠিত?

১৯৮১ ৰ নিৰ্বাচনৰ সময়তো কংগ্ৰেছে আগতীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল৷ ১৯৮১ চনত ৰাজীৱ গান্ধীক মনোনীত কৰাৰ সময়ত দলটোৱে গোপনে ৰাখিছিল প্ৰাৰ্থীৰ নাম৷ মনোনয়ন দাখিলৰ পাছতহে স্পষ্ট হৈছিল প্ৰাৰ্থীৰ নাম৷ ১৯৮১ৰ উপনিৰ্বাচনৰ দৰেই এইবাৰো কংগ্ৰেছে ৰাহুল গান্ধীক প্ৰাৰ্থী কৰিলেও মনোনয়ন দাখিলৰ সময়তহে সেই কথা ৰাজহুৱা কৰিব৷

৩মে, মনোনয়ন দাখিলৰ অন্তিম দিন

আমেঠি লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে৷ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩মে আৰু প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৬মে৷ আমেঠি লোকসভাত ২৪ৰ ২০মে’ত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বিজেপিৰ বাহিৰে আন দলবোৰে এই আসনৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
Next Post
জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল

জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল

তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিলে কি গুৰুত্বপূৰ্ণ কাম কৰিব মোদীয়ে? নমোৱে জনাইছে বৃহৎ প্লেনৰ কথা

তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিলে কি গুৰুত্বপূৰ্ণ কাম কৰিব মোদীয়ে? নমোৱে জনাইছে বৃহৎ প্লেনৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.