• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

2 years ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

38 minutes ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

1 hour ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

2 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

3 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

15 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

15 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

16 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

16 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

17 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

18 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! ভাগ্য নিৰ্ণয়ৰ যুঁজত নামিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল

editor by editor
April 19, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হ’ল ৰাজ্যৰ লগতে উওৰ পূবৰ মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টি, মণিুপুৰৰ দুই সমষ্টি ক্ৰমে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ, মেঘালয়ৰ শ্বিলং আৰু তুৰা, মিজোৰামৰ এটা লোকসভা সমষ্টি, নাগালেণ্ড, অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

প্ৰথম পৰ্যায়ত ১০২ খন আসনৰ বাবে আৰম্ভ হৈছে নিৰ্বাচনী যুঁজ। আবেলি ৬বজালৈকে চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬২৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে ১৪৯১ জন পুৰুষ আৰু ১৩৪গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ’ব ৮গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰো। ২জন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এগৰাকী প্ৰাক্তন ৰাজ্যপালৰো ভাগ্য নিৰ্ণয় হ’ব এই নিৰ্বাচনত। ইতিমধ্যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে প্ৰাক্তন মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱ হ’বনে যোগ্য উত্তৰসূয়ী?

ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.