• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

2 years ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

30 minutes ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

1 hour ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

2 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

4 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

4 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

5 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

5 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

6 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

6 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

7 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

9 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ

editor by editor
April 19, 2024
in ভাৰত, ৰাজনীতি
0
ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট! বিকল্প এই ১১ টা ডকুমেণ্টৰ যিকোনো এখন হাতত থাকিলেই সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দলে বলে ওলাই আহিছে জনতা। আজি গণতন্ত্ৰৰ উৎসৱ। অৱশ্যে এই উৎসৱত ভাগ ল’বলৈ আপোনাক লাগিব এখন আই ডি কাৰ্ড। ভোটাৰ আই ডি অবিহনে আপুনি ভাগ ল’ব নোৱাৰিব এই উৎসৱত। অৱশ্যে ভোটাৰ আই ডি হাতত নাথাকিলেও ভোট দিব পৰাৰ ব্যৱস্থা গঢ়ি তুলিছে নিৰ্বাচনী আয়োগে। ইয়াৰ বাবে ১১ ট বিকল্প ডকুমেণ্ট সম্পৰ্কে জানি থওক পুৱাতেই। নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা বিকল্প নথিৰ নটিফিকেশ্ব্যন প্ৰকাশ পাইছে।

এই নিৰ্বাচনত কোনে কোনে ভোট দান কৰিব পাৰিব?

  • এগৰাকী ভোটদাতাৰ বয়স ১৮ বছৰ সম্পূৰ্ণ হোৱাটো বাঞ্চনীয়।
  • নিজৰ বাসস্তান থকা স্থানতেই আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
  • পাছপৰ্টত দিয়া ঠিকনাত প্ৰৱাসী ভাৰতীয়ইয়ো ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে।
  • ছাৰ্ভিছ হোল্ডাৰ সকলেও পোষ্টেল ভোট দিব পাৰে।

    ভোটাৰ আই ডি অবিহনে কেনেকৈ দিব ভোট?

    নিৰ্বাচন কমিছনৰ নিয়ম অনুসৰি পুলিং বুথত ভোটাৰ আইডেণ্টিফিকেশ্ব্যন জৰুৰী। নিৰ্বাচন কমিছনৰ পৰা লাভ কৰা ভোটাৰ কাৰ্ড থাকিলেহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অৱশ্যে ভোটাৰ কাৰ্ড অবিহনেও আপুনি ভোট দিব পাৰিব তাৰবাবে আপোনাৰ নাম অৱশ্যে ভোটাৰ তালিকাত থকাতো বাঞ্চনীয়। ইয়াৰোপৰি ভোটাৰ তালিকাত নাম আছে কিন্তু হাতত ভোটাৰ আই ডি নোহোৱাকৈ ভোট দিবলৈ আহিলে তেন্তে আপুনি এই ১১ টা নথি দেখুৱাইয়ো ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।

২ এপ্ৰিলত নিৰ্বাচন কমিছনে জাৰি কৰা নটিফিকেশ্ব্যন অনুসৰি এই ১১ টা নথিৰ ভিতৰত যিকোনো এটা আপোনাৰ হাতত থাকিলেও আপুনি ভোট দিব পাৰিব।

  1. আধাৰ কাৰ্ড
  2. MNREGA কার্ড
  3. বেংক আৰু পোষ্ট অফিচৰ পৰা অনুমোদিত ফটো থকা পাছবুক
  4. শ্ৰম মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড
  5. ড্ৰাইভিং লাইচেঞ্চ
  6. পান কাৰ্ড
  7. NPR অধীনত RGI য়ে অনুমোদিত কৰা স্মাৰ্ট কাৰ্ড
  8. ভাৰতীয় পাছপৰ্ট, ছবি থকা পেঞ্চনৰ ডকুমেণ্ট
  9. কেন্দ্ৰ/ ৰাজ্য চৰকাৰ/ পি এছ ইউ/ পাবলিক লিমিটেড কোম্পানীৰ দ্বাৰা অনুমোদিত ছবি থকা পৰিচয়পত্ৰ
  10. সাংসদ/ বিধায়ক/ এম এল চি ৰ দ্বাৰা অনুমোদিত পৰিচয়পত্ৰ
  11. ভাৰত চৰকাৰৰ UDID কাৰ্ড

ভোটাৰ ৰেজিষ্ট্ৰেছন ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব?

আপোনাৰ নাম যদি ভোটাৰ তালিকাত থাকে তেতিয়াহে ভোট দিব পাৰিব। যাক চমুকৈ ইলেক্ট্ৰৰেল ৰোল বুলিও কোৱা হয়। আপুনি ইচ্ছা কৰিলে অনলাইন ৱেবচাইটত গৈ নিজৰ নাম ভোটাৰ তালিকাত আছেনে নাই পৰীক্ষা কৰিব পাৰে। অথৱা হেল্পলাইন নম্বৰ ১৯৫০তো যোগাযোগ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

October 8, 2026
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ
অপৰাধ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

October 8, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

এজনৰ ৭১৬ কোটি, আনজনৰ সম্বল ৩২০টকা! প্ৰথম দফাৰ প্ৰাৰ্থীৰ আটাইতকৈ ধনী প্ৰাৰ্থী আৰু দুখীয়া প্ৰাৰ্থী কোন জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.