• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

editor by editor
June 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত

কাক ভোট দিম, পছন্দৰ নেতা নথকাত নোটাত ভোট। এইবাৰৰ নিৰ্বাচনত এক ভিন্ন ছবি প্ৰকট হৈ উঠিছে। বহু লোকে ভোট দিলে নোটাত। কোনো সমষ্টিত আকৌ প্ৰাৰ্থীতকৈয়ো অধিক ভোট পৰিল নোটাত।

প্ৰাৰ্থীৰ তুলনাত নোটাত উঠিল অধিক ভোট। দেশৰ বিভিন্ন সমষ্টিত হাজাৰ হাজাৰ ভোট নোটাত পৰাৰ উপৰি কেৱল এটা সমষ্টিতে নোটাত ভোট পৰিল প্ৰায় ২ লাখ ভোট পৰিল নোটাত। বিয়লি ২ বজালৈ গণনা কৰাতেই ওলাল ১ লাখৰো অধিক ভোট।

সেই সমষ্টিটোত ১৪গৰাকীকৈ প্ৰাৰ্থী থকাৰ পাছতো এজনো ভাল তথা পছন্দৰ প্ৰাৰ্থী লাভ নকৰি জনসাধাৰণে ১ লাখ ৯৬ হাজাৰ ৯শ ৩ টা ভোট দিলে নোটাত।

মধ্যপ্ৰদেশৰ ইন্দোৰত দেখা পোৱা গল এই দৃশ্য। তাকো ভোটগণনা প্ৰক্ৰিয়া শেষ নহওতেই এই ফলাফলে এক ভিন্ন দৃশ্যহে প্ৰকট কৰিছে।

কেৱল ইন্দোৰতেই নহয় দেশৰ অন্য ঠাইৰ লগতে অসমতো কেউটা সমষ্টিতে বহু পৰিল নোটাত। অসমৰ ক্ষেত্ৰত চাবলৈ গলে-
বৰপেটা- ৭৯৭৮ ভোট,
দৰং-ওদালগুৰি- ১৩,৬০২ ভোট
ধুবুৰী- ৭১২৪ ভোট
ডিব্ৰুগঢ়- ২৫০৪২ ভোট
ডিফু- ৮৫৯৬ ভোট
গুৱাহাটী- ৯৯৪৩ ভোট
যোৰহাট- ১০১৯৬ ভোট
কৰিমগঞ্জ- ৫৮৭ ভোট
কাজিৰঙা- ১৩০৫৫ ভোট
কোকৰাঝাৰ- ৬১৭৫ ভোট
লক্ষিমপুৰ- ১২৫২৬ ভোট
নগাঁও- ৪৭৫৬ ভোট
শিলচৰ- ৫৩৯৭ ভোট
শোণিতপুৰ- ১১৬৮৫ ভোট

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamelectionElection 2024lok sabha electionNOTANota Vote
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
অসমত গৌৰৱ, ৱায়নাদ আৰু ৰায় বৰেলীত ৰাহুল গান্ধী বৃহৎ জয়ৰ দিশে, ভোটৰ ব্যৱধান বহুত

অসমত গৌৰৱ, ৱায়নাদ আৰু ৰায় বৰেলীত ৰাহুল গান্ধী বৃহৎ জয়ৰ দিশে, ভোটৰ ব্যৱধান বহুত

দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত

দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ'ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.