• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত

দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত

2 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

57 minutes ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

1 hour ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

2 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

2 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

3 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

3 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

3 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

5 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

6 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

7 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

8 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত

editor by editor
June 4, 2024
in ভাৰত, ৰাজনীতি
0
দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকাৰ ৰেকৰ্ড নহ’ল নবীন পাটনায়কৰ, বিজেপিৰ হাতত পাৰস্ত

আজি ৪ জুন তাৰিখে দেশৰ লোক সভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সমান্তৰালকৈ উৰিষ্যাৰো বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হয়। ফলাফল ঘোষণাৰ লগে লগে অন্ত পৰে নবীন পাটনায়কৰ শাসনকাল। ২৪ বছৰে ধৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী হিচাপে থাকি বহু কাম কৰা নবীন পাটনায়কে এইবাৰ পৰাজয় বৰণ কৰে।

মাথো কেইটামান দিনৰ ব্যৱধানৰ বাবে দেশৰ সৰ্বাধিক কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে থকা অভিলেখ ভংগ কৰাৰ পৰাও দূৰ হৈ যায়। এই ক্ষেত্ৰত দেশৰ সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকা ৰেকৰ্ড আছে পৱন কুমাৰ চামলিং, তেখেতে সম্পুৰ্ণ ২৫ বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছিল। তাৰ বিপৰীতে নবীন পাটনায়কে ২৪ বছৰ ৯১ দিন মুখ্যমন্ত্ৰী হৈ আছিল।

বৰ্তমানলৈ সদৰি হোৱা ফলাফল অনুসৰি বিজেপিয়ে বৰ্তমানলৈ ৭১ আসনত অগ্ৰগতি লাভ কৰাৰ লগতে ৩ খন আসনত জয়ী হৈছে। তাৰ বিপৰীতে ২৪ বছৰ ধৰি শাসনত ধৰা বিজু জনতা দলে বৰ্তমানলৈ এখনো আসন লাভ কৰা নাই, অৱশ্যে ৪৭ খন আসনত আগবাঢ়ি আছে।

ওড়িশাত বিজেপিয়ে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে। প্ৰায় ডেৰ-দুই দশকৰ অন্তত নবীন পাটনাইকৰ চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰা দিশে। এতিয়া বিজেপিৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কেইবাগৰাকী নেতাৰনাম উত্থাপন হৈছে।

এই ক্ষেত্ৰত শীৰ্ষত নাম আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম। বিজেপিৰ পৰা মুখ্যমন্ত্ৰীৰ দৌৰত দ্বিতীয়ত নাম সম্বিত পাত্ৰৰ। সম্বিত পাত্ৰ বিজেপিৰ লগতে ওড়িশা আৰু দেশৰ অন্যতম জনপ্ৰিয় নেতা।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে বিজেপিয়ে সলনি কৰিছিল ওড়িশাৰ ৰাজ্যিক সভাপতি। জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী মনমোহন সমলক ৰাজ্যিক সভাপতি নিযুক্তি কৰিছিল। মুখ্যমন্ত্রী পদৰ দৌৰত মনমোহন সমলেও এক শক্তিশালী প্রতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০১৮ চনৰ পৰা নবীন পাটনায়কৰ চেষ্ঠা তথা শাসনকালতে ওড়িশা চৰকাৰে পুৰুষ আৰু মহিলা দুয়োটা ৰাষ্ট্ৰীয় হকী দলকে পৃষ্ঠপোষকতা কৰি আহিছিল, ব্যৱসায়িক গোট চাহাৰাই আঁতৰি যোৱাৰ সময়ত পৃষ্ঠপোষক হিচাপে খোজ দিছিল। সেই পৃষ্টপোষকতাতে ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই বহু ক্ষেত্ৰত লাভ কৰিছিল পদক। অলিম্পিক পদকো লাভ কৰিছিল ভাৰতীয় হকী দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bidhan Sabha ElectionelectionElection 2024naveen patnaikOrissa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.