• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

2 years ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

29 minutes ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

12 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

13 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

13 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

14 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

15 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

15 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

16 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

17 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

18 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

19 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

editor by editor
June 4, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী
0
SHARES
521
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিতৃও সেই সমষ্টিৰেই সাংসদ আছিল। পুত্ৰইয়ো সেই সমষ্টিৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই জয়ী হোৱাটো নিশ্চিত। জনতা জনাৰ্দনেই সিদ্ধান্ত দিছে গৌৰৱক।

গৌৰৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱা যোৰহাট সমষ্টিৰ পৰা তেওঁৰ পিতৃও নিৰ্বাচিত হৈছিল। ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাট সমষ্টিৰ সাংসদ হিচাপে আছিল।  তাৰপিছতেই কলিয়াবৰৰ সাংসদ হৈছিল তৰুণ গগৈ। পুত্ৰ গৌৰৱেও ২০১৯ চনত কলিয়াবৰৰ পৰা নিৰ্বাচিত হৈ সাংসদ হিচাপে দিল্লীত ভৰি থৈছে। এইবাৰ গৌৰৱে পিতৃ সাংসদ হোৱা আনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে।

গৌৰৱ এইবাৰ নিৰ্বাচিত হৈ দিল্লীলৈ যোৱাৰ বাট মুকলি কৰি দিছে যোৰহাটবাসীয়ে। কিন্তু ইয়াৰ পূৰ্বে জানি থওক বিগত কাৰ্যকালত সাংসদ হৈ গৌৰৱে কি কি কৰিলে? সদনত সৰৱ গৌৰৱক অসমৰ এজন যোগ্য প্ৰতিনিধি হিচাপে শাসক-বিৰোধী সকলোৱে স্বীকাৰ কৰে। তেওঁৰ বাকপটুততা আৰু সৰলতাই মানুহৰ মন জয় কৰে সেয়া কোনো কাৰণতে কোনো নুই কৰিব নোৱাৰে।

২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ নিৰ্বাচিত হৈছিল। ২০১৯ৰ ২৩মে’ত আৰম্ভ হোৱা সাংসদৰ কাৰ্যকাল অন্ত পৰে ২০২৪ৰ ১২ফেব্ৰুৱাৰীত। বিগত ৫বছৰত সদনত গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ আছিল ৭৬শতাংশ।  বিগত ৫বছৰীয়া কাৰ্যকালত গৌৰৱ গগৈয়ে মুঠ ৭৮টা বিৰ্তকত অংশ লৈছিল।গৌৰৱ গগৈয়ে ১০ফেব্ৰুৱাৰী ২০২৪ত সদনত শেষৰটো বিতৰ্কত অংশ লৈছিল। ৰাম মন্দিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে এই বিৰ্তক কৰিছিল।

গৌৰৱ গগৈয়ে সদনত অংশ লোৱা উল্লেখযোগ্য বিৰ্তকসমূহ হৈছে, ২০২৪ৰ ৮ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত হোৱা বিৰ্তক, ২০২৩ৰ ৩আগষ্টত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্ব্যন এক্ট বিৰ্তক, ২০২২ৰ ৩১মাৰ্চত জলবায়ু পৰিবৰ্তন শীৰ্ষক বিতৰ্ক। ২০২২ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিতৰ্ক,  ৰাজ্যৰ যুৱচামে আলফা স্বাধীনত যোগদান কৰা প্ৰসংগত গৌৰৱ গগৈয়ে ২০২২ৰ ২৩মাৰ্চত বক্তব্য দাঙি ধৰিছিল। বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন, ‘কা’ আন্দোলনত মৃত্যু হোৱা যুৱকৰ ন্যায়িক তদন্তৰ দাবী, অসমৰ বান সমস্যা আদি প্ৰসংগত সদনত সৰৱ আছিল গৌৰৱ গগৈ।

২০১৯ৰ ১১ডিচেম্বৰত গৌৰৱ গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদনত উদাত্ত ভাষণ আগবঢ়াইছিল। একেদৰে সদনত ২৪৫টা প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে। মুঠ ৫খন প্ৰাইভেট মেম্বাৰ বিল সদনত উত্থাপন কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সদনত প্ৰদান কৰা বক্তব্য দেশবাসীয়ে শুনে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি ভাৰতৰ অৰ্থনীতি, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে যুক্তিনিষ্ঠ বক্তব্যই ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে এইবাৰ গৌৰৱ কলিয়াবৰত নাই। সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত ভোটৰ জনবিন্যাস সলনি হ’ল। কলিয়াবৰ সমষ্টি লুপ্ত হ’ল। নতুনকৈ সৃষ্টি হ’ল কাজিৰঙা লোকসভা সমষ্টি। সেয়ে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈছে গৌৰৱ গগৈ। এই নিৰ্বাচনী যুঁজ গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰিবনে সেৱা সময়ে ক’ব। এজন যোগ্য প্ৰতিনিধি সদনলৈ অসমৰ পৰা যাব লাগে বুলিও বহু সচেতন লোকৰ মত। সেই সচেতন ব্যক্তি অৱশ্যে কোন সেই কথা কোনোৱে স্পষ্টৰূপত কোৱা নাই। ভোটাধিকাৰ সাব্যস্ত কৰি  যোগ্য সাংসদ দিল্লীলৈ পঠিওৱাৰ দায়িত্ব এতিয়া কেৱল  ভোটাৰ সমাজৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো
জীৱনশৈলী

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

October 31, 2026
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
Next Post
৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.