• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

2 years ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

12 minutes ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

40 minutes ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

1 hour ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

2 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

2 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

3 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

4 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

5 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

6 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

6 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

7 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ

editor by editor
June 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
৩৭০ পাৰ কৰা দূৰৈৰ কথা, ১০বছৰৰ পাছত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই হেৰুওৱাৰ আশংকা বিজেপিৰ
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এক দশকৰ অন্তত একদলীয় শাসনৰ ইতি পৰাৰ দিশে। দেশত ১০ বছৰৰ পাছত অন্ত পৰিব একদলীয় শাসন। অষ্টদশ লোকসভাত ইণ্ডিয়া জোঁটেও দেখুৱাই দিলে নভৱা মেজিক। অৱশ্যে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়েই দেশৰ শাসনভাৰ হাতত তুলি লোৱাটোও প্ৰায় নিশ্চিত হৈ পৰিছে। ভোটগণনাৰ প্ৰৱণতাই দাবী কৰিছে যে ২০১৪ চন আৰু ২০১৯ চনৰ তুলনাত এইবাৰ বিজেপিৰ আসন বহু পৰিমানে কমি আহিল।

৪০০ আসন লাভেৰে সংখ্যাগৰিষ্ঠ দল হৈ চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰা পদ্মশিৱিৰৰ আঢ়ৈশ আসন লাভো অসম্ভৱ হৈ পৰিছে। ৫৪৫ আসনৰ(দুখন মনোনীত আসনসহ) লোকসভাত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে ২৭৩ খন আসন লাভ কৰাটো জৰুৰী। চলি থকা কাউণ্টিঙত বৰ্তমানলৈকে বিজেপিয়ে ২৪১খন আসনত আগবাঢ়ি আছে। তাৰ বিপৰীতে ইণ্ডিয়া জোঁট আগবাঢ়ি আছে ২৩০খন আসনত।

এনডিএ জোঁটৰ এইবাৰৰ যুঁজ অৱশ্যে বৰ এটা সহজো নহয়। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে কোনো কাৰণতে চৰকাৰ গঠন কৰা সম্ভৱ নহয়। চৰকাৰ গঠন কৰিবৰ বাবে বিজেপি বা এনডিএৰ দুই ব্যক্তি চন্দ্ৰবাবু নায়ডুৰ তেলেগু দেশম পাৰ্টী আৰু নীতীশ কুমাৰৰ জেডিইউৰ ওপৰত ভৰসা কৰিব লগা হব পাৰে মোদীৰ দলে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই দুই দলৰ নেতাই পূৰ্বতেও কেইবাবাৰো বিজেপি দল এৰি আকৌ সেই দললৈ প্ৰত্যাবৰ্তন কৰিছে। দেশৰ ইতিহাসত মোদীয়েই দ্বিতীয় প্ৰধানমন্ত্ৰী যিয়ে তিনিবাৰ লেথাৰিকৈ ক্ষমতা দখলৰ দিশে। কিন্তু এইক্ষেত্ৰত মোদীয়ে জৱাহৰলাল নেহৰুৰ ইতিহাস ভংগ কৰিব নোৱাৰিলে। নেহৰুৱে একক সংখ্যাগৰিষ্ঠতাৰে তিনিবাৰ ক্ষমতা দখল কৰিছিল। মোদীয়েও সেই ৰেকৰ্ড ভংগৰ আশাৰেই বাৰে বাৰে এককভাৱে বিজেপিয়ে ৩৭০ আসনত জয়ী হব বুলি দাবী কৰি আহিছিল।

বিৰোধী দলনেতাৰ পদৰ বাবে লোকসভাত ৫৫খন আসনত জয়ী হোৱাটো প্ৰয়োজন। কিন্তু ২০১৪ চনত ৪৪খন আৰু ২০১৯চনত ৫২খন আসন জয় কৰা কংগ্ৰেছে সংসদীয় বিধি অনুসৰি সেই মৰ্যদা লাভ কৰা নাছিল। এইবাৰ সেই দিন নাই। কংগ্ৰেছে অকলেই ৯৯খন আসনত আগবাঢ়ি আছে।

যদি সমগ্ৰ ইণ্ডিয়া জোঁটলৈ চোৱা যায় তেন্তে আটাইকেইটা দলে মিলি প্ৰায় ২৩০ আসনত আগবাঢ়ি আছে। এইবাৰ লোকসভা অধিবেশনত এইবাৰ বিৰোধীৰ কাঢ়া নজৰৰ সন্মুখীন হৈ থাকিব শাসক দল। এবছৰ পূৰ্বে কংগ্ৰেছ, তৃণমূল, বাওঁমৰ্চা সহ কেইবাটাও আঞ্চলিক শক্তিৰ যৌথমঞ্চ ইণ্ডিয়ান নেশ্ব্যনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স গঠন হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?
জীৱনশৈলী

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

May 26, 2026
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
Next Post
ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?

নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.