• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?

নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?

2 years ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

9 minutes ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

1 hour ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

2 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

3 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

4 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

5 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

6 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

17 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

18 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?

নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?

editor by editor
June 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
নীতিশতেই চকু! আকৌ পাভলুটি মাৰিলে ভাঙিব নেকি মোদীৰো সপোন?
0
SHARES
650
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক্সিট পলৰ বিপৰীতে ৰিজাল্ট! এনডিএ জোঁট আগুৱাই থাকিলেও বিজেপিয়ে লাভ নকৰিলে একক সংখ্যাগৰিষ্ঠতা। ইফালে ইণ্ডিয়া জোঁটে লাভ কৰিবলৈ সক্ষম হৈছে ২৩০খন আসন। এই পৰিস্থিতিত এনডিএ ভঙাৰ পৰিকল্পনাত নামিছে কংগ্ৰেছ দল। ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে যোগাযোগ কৰিছে ইণ্ডিয়া জোঁটে।

মহাৰাষ্ট্ৰৰ প্ৰবীণ নেতা শাৰদ পাৱাৰে ইতিমধ্যেই ফোন কৰিছে নীতিশলৈ। অৱশ্যে এই কথা এতিয়াও স্পষ্ট হোৱা নাই। শাৰদ পাৱাৰে অৱশ্যে এতিয়ালৈকে ফোনকলৰ কথা স্বীকাৰ কৰা নাই। কাইলৈ ইণ্ডিয়া জোঁটে বিশেষ বৈঠকৰ আয়োজন কৰিছে। এই আলোচনাৰ পাছতেই সমগ্ৰ বিষয়টো স্পষ্ট হব। কেৱল পাৱাৰৰেই নহয় সমগ্ৰ দেশৰেই চকু এতিয়া বিহাৰৰ নীতিশৰ ওপৰত।

বিহাৰৰ ৰাজনীতিত পাভলুটিৰ মাষ্টৰ হিচাপে পৰিচিত নীতিশৰ জেডিইউ দল ১২ আসনত আগুৱাই আছে। বৰ্তমানলৈকে বিজেপিয়ে এককভাৱে ২৩৯খন আসনত আগবাঢ়ি আছে। ২৩৯ আসনৰ ৯৩খনত জয়লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে ১৪৬খন আসনত। বৰ্তমানৰ সমীক্ষাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বিজেপিৰ আসনে ২৫০ৰ সীমা অতিক্ৰম নকৰিব। এনডিএ জোঁটে চৰকাৰ কৰিবলৈ জেডিইউৰ সমৰ্থন থকাটো খুবেই জৰুৰী। এই নীতিশকেই যদি কংগ্ৰেছে লৈ আনে তেন্তে কেনেকৈ চৰকাৰ গঠন কৰিব এনডিএ জোঁটে। বিৰোধীয়ে যদি ভাল অফাৰ দিয়ে তেন্তে নীতিশে আকৌ পাভলুটি নামাৰিব তাৰ কোনো নিশ্চয়তা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

May 3, 2026
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!
জীৱনশৈলী

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

May 3, 2026
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?
ৰাজনীতি

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

May 3, 2026
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!
জীৱনশৈলী

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

May 3, 2026
Next Post
মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী

মোদীয়ে সন্মান থাকিলে নীতিগতভাৱে পদত্য়াগ কৰক, মোদী যাওক, দেশ থাককঃ মমতা বেনাৰ্জী

I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.