• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বনবাসত থাকোতে ৰামেও মাংস খাইছিলঃ এনচিপি নেতা

বনবাসত থাকোতে ৰামেও মাংস খাইছিলঃ এনচিপি নেতা

3 years ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

28 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

1 hour ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

3 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

4 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

5 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

6 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বনবাসত থাকোতে ৰামেও মাংস খাইছিলঃ এনচিপি নেতা

editor by editor
January 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
বনবাসত থাকোতে ৰামেও মাংস খাইছিলঃ এনচিপি নেতা
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ২২ জানুৱাৰীত অযোধ্যাৰ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠান৷ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে শাৰদ পাৱাৰপন্থী এনচিপিৰ নেতা তথা বিধায়ক জীতেন্দ্ৰ অৱাৰৰ এটা মন্তব্যই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি৷ ৰামচন্দ্ৰ আমিষভোজী আছিল, তেওঁ বনবাসত থকাৰ সময়ত মাংস খাইছিল বুলি দাবী কৰিছে বিধায়ক জীতেন্দ্ৰই৷ এনচিপি নেতাৰ মন্তব্যক লৈ সৰৱ হৈছে বিজেপি৷

বুধবাৰে মহাৰাষ্ট্ৰৰ শাৰদ পাৱাৰ পন্থী এনচিপিয়ে এখন সভাৰ আয়োজন কৰা হৈছিল৷ তাতেই বক্তব্য ৰখাৰ সময়ত ৰামমন্দিৰ আৰু ৰামৰ প্ৰসংগ টানি আনে জীতেন্দ্ৰই৷ তেওঁ কয় যে ৰাজনীতি কৰাৰ বাবে আমি ইতিহাস নপঢ়ো৷ তেওঁৰ মতে ৰাম এজন তেনেই সাধাৰণ মানুহ আছিল৷ ১৪ বছৰ বনবাসত আছিল ৰাম৷ সেই সময়ত তেওঁ কেৱল নিৰামিষ খাই থকা নাছিল৷ ৰাম কাহানিও নিৰামিষভোজী নাছিল৷ বনবাসত থাকোতে চিকাৰ কৰি খাইছিল ৰামেও৷ এই দাবী পূৰ্বেও কেইবাজনো দলিত ৰজাই কৰিছিল৷

অযোধ্যাৰ ৰামমন্দিৰ উদ্বোধনৰ দিনা মদ আৰু আমিষ নাখাবৰ বাবে আহ্বান জনাইছে বিজেপি দলে৷ মহাৰাষ্ট্ৰতো সেই দিনটোত আমিষ আৰু মদ একেবাৰেই বৰ্জনৰ বাবে চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰৰ শাসক দলে৷ বিজেপিৰ এই দাবীৰ বিৰুদ্ধে সৰৱ হৈয়েই ৰামৰ প্ৰসংগ টানি আনিছে এনচিপি নেতাই৷ এন চি পি নেতাই এই মন্তব্য কৰাৰ পাছতেই এতিয়া বিতৰ্কৰ সূত্ৰপাতো হৈছে৷ একাংশৰ মতে ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ চেষ্টাৰেই এই মন্তব্য কৰিছে এনচিপি নেতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
Next Post
৯৯ শতাংশ মানুহেই নাজানে! ৰামৰ প্ৰকৃত নাম ৰাম নহয়, তেন্তে প্ৰকৃত নাম কি আছিল?

৯৯ শতাংশ মানুহেই নাজানে! ৰামৰ প্ৰকৃত নাম ৰাম নহয়, তেন্তে প্ৰকৃত নাম কি আছিল?

২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

২০২৪ চনতেই ঘটিব এই ৫ঘটনা! জানি থওক ২০২৪ ক লৈ বাবা ভাঙ্গাই কৰা ৫ ভৱিষ্যদ্বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.