• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…

একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…

2 years ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

14 minutes ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

56 minutes ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

1 hour ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

2 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

3 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

3 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

4 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

4 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

5 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

6 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

7 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…

editor by editor
February 7, 2025
in বিশ্ব, ভাৰত
0
একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…

আপুনি মই হয়তো ভাবিবও নোৱাৰো তেনে ব্যৱসায়ৰ কথা। একেবাৰে সাধাৰণ। কোনোৱে যদি এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি ভাল উপাৰ্জন কৰিছে। কোনোৱে আকৌ সামান্য টকা খৰচ কৰিয়ে লাখ টকা উপাৰ্জন কৰিছে। সাধাৰণ সাধাৰণ ব্যৱসায় কৰি লাখপতি হৈ পৰিছে বহু লোক।

তাৰেই মাজৰ এগৰাকী যুৱকে এটকাও খৰচ নকৰাকৈ নিম গছৰ ঠানি দাঁত ঘহা যঁতন হিচাপে মহাকুম্ভৰ থলীত বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিছে। যুৱকৰ ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যুৱকে সদৰি কৰা অনুসৰি প্ৰেমিকাৰ কথা মতেই বিনামূলীয়া ব্যৱসায়ত নামি পৰিছিল যুৱক। নিতৌ উপাৰ্জন ৫ৰ পৰা ৮ হাজাৰ।

আন এগৰাকী লোকে মাথো কেই টুকুৰামান চুম্বকৰ ব্যৱহাৰ কৰিয়ে নিতৌ ৪০০০-৫০০০ টকা উপাৰ্জন কৰিছে। যি সকল ভক্তই নদীত পইচা দি সেৱা কৰে, সেই পইচা বোৰেই চুম্বকৰ জৰিয়তে উঠাই আনে যুৱক জনে।

এগৰাকী যুৱকে সামান্য সেন্দুৰ, হালধী আৰু চন্দন লগত লৈ মানুহৰ ফোট দি বহু টকা উপাৰ্জন কৰি আছে। মহাকুম্ভৰ থলীলৈ অহা বহু ভক্তই সেন্দুৰ-হালধীৰ ফোট লগোৱাৰ ফলত নিতৌ ১০ৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰি আছে।

আন এগৰাকীয়ে কেৱল চাহ বিক্ৰী কৰিয়ে বহু উপাৰ্জন কৰিছে। দিনটোত যদি খৰচ হৈছে খুউব বেছি ২ হাজাৰ টকা , উপাৰ্জন কৰিছে ৮ৰ পৰা ১০ হাজাৰ টকা। শীতত নদীত স্নান কৰি শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বহু লোকেই চাব পান কৰাৰ ফলত ভাল ব্যৱসায় হৈ পৰিছে যুৱকৰ।

আন এজন শিক্ষিত যুৱকে আকৌ কেৱল কেঁচা বুট-মগুৰ চানা বনাই নিতৌ ১০ৰ পৰা ১৫ হাজাৰ টকা উপাৰ্জন কৰি আছে। লগতে যুৱকে কৈছে- কৰ্পোৰেট হাউচৰ পৰা ওলাই মহাকুম্ভত ব্যৱসায় কৰি আধিক লাভৱান হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MahakumbhMahakumbh PrayagrajPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?
বিশ্ব

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

August 31, 2026
Next Post
কাইলৈ দ্বিতীয় এদিনীয়াৰ প্লেয়িং ১১ত বিৰাটৰ স্থান প্ৰায় নিশ্চিত, কোন বাদ পৰিব ?

কাইলৈ দ্বিতীয় এদিনীয়াৰ প্লেয়িং ১১ত বিৰাটৰ স্থান প্ৰায় নিশ্চিত, কোন বাদ পৰিব ?

অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !

অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.