• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !

অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !

1 year ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

12 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !

editor by editor
February 7, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !
0
SHARES
529
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপেক্ষাৰ অন্ত, আতিফ আছলামৰ কণ্ঠেৰে মুকলি চেম্পিয়নছ ট্ৰফীৰ থীম ছং, আপুনি শুনিলেনে !

পাকিস্তান আৰু ডুবাইৰ আতিথ্যত ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী। এইবাৰ মেগা ইভেণ্টৰ অংশ হ’বলৈ সাজু হৈছে মুঠ ৮টা দল।

প্ৰতিযোগিতাখনৰ অধিকাংশ মেচ পাকিস্তানত অনুষ্ঠিত হ’ব, আনহাতে সুৰক্ষাজনিত কাৰণত কেৱল ভাৰতীয় দলেহে ডুবাইত খেলিব।

পাছে তাৰে মাজতে আজি মুকলি হয় বহু প্ৰত্যাশিত চেম্পিয়নছ ট্ৰফীৰ থীম ছং। আই চি চিয়ে এই আনুষ্ঠানিক গীতটো মুকলি কৰে আজি। পাকিস্তানৰ লগতে ভাৰতৰো সংগীত জগতত নাম থকা অতিতে জনপ্ৰিয় গায়ক আতিফ আছলামে কণ্ঠদান কৰিছে এইবাৰৰ থীম ছঙত। যি মুকলি হোৱাৰ পাছে অনুৰাগীৰ মাজত প্ৰিয় হৈ পৰে।

আতিফ আছলামে কণ্ঠদান কৰা আনুষ্ঠানিক গীতটোৰ নাম ‘জীতো বাজী খেলকৰ’। গীতটোৰ ভিডিঅ’ত আতিফক পৰিবেশন কৰাও দেখা যায়। কিন্তু এই গীতটোত কোনো খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই।

https://x.com/ICC/status/1887788544439263637

কেৱল প্ৰতিখন দেশৰ অনুৰাগীকহে ভিডিঅ’টোত দেখোৱা হৈছে। ইয়াৰ উপৰিও অনুৰাগীসকলে নিজ নিজ দেশৰ পতাকা কঢ়িয়াই অনাও দেখা গৈছে ভিডিঅটোত।

উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলৰে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ খেল আৰম্ভ হব। প্ৰতিযোগিতাখন সমাপ্ত হব ৯ মাৰ্চত। ভাৰতে ২০ ফেব্ৰুৱাৰীত ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ প্ৰথমখেল খেল খেলিব। লগতে ২৩ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত খেল ভাৰত বনাম পাকিস্তান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophyChampions Trophy Theme Songcricketindian teampakistan TeamTheme Song
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
দিল্লীৰ নিৰ্বাচনত পৰাজিত অৰবিন্দ কেজৰিৱাল-মণীশ ছিচোদিয়া, সন্মান ৰক্ষা কৰিছে কেৱল আতিশিয়ে

দিল্লীৰ নিৰ্বাচনত পৰাজিত অৰবিন্দ কেজৰিৱাল-মণীশ ছিচোদিয়া, সন্মান ৰক্ষা কৰিছে কেৱল আতিশিয়ে

সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

সপ্তাহজুৰি থাকিব মালব্য ৰাজযোগ, আৰ্থিক লাভৰ পথ সুগম হ’ব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.