• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

4 months ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

4 minutes ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

60 minutes ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

2 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

3 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

4 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

4 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

6 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

13 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

14 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

15 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

editor by editor
April 15, 2026
in জীৱনশৈলী
0
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত যেতিয়া কোনো গ্ৰহই তাৰ অৱস্থান পৰিবৰ্তন কৰে বা একেই ৰাশিত অৱস্থান কৰে তেতিয়া কিছু বিশেষ যোগ বা সংযোগৰ সৃষ্টি হয়৷ যিয়ে মানুহৰ জীৱনত গভীৰ প্রভাৱ পেলায়৷ ২০২৬ চনৰ এপ্ৰিল মাহত এনে এক অত্যন্ত তাৎপৰ্যপূৰ্ণ সংযোগ ঘটিব৷

দৃক পঞ্চাঙ্গ অনুসৰি ১৬ এপ্ৰিলত চন্দ্ৰই মীন ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই মঙ্গল গ্ৰহ ইতিমধ্যেই অৱস্থান কৰিছে৷ এই দুই গ্ৰহৰ মিলন বা সংযোগৰ ফলত মহালক্ষ্মী ৰাজযোগৰ সৃষ্টি হব৷ সম্পদ, কৰ্মজীৱন আৰু উন্নতিৰ ক্ষেত্ৰত এই যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই যোগৰ প্ৰভাৱ সমস্ত ১২ ৰাশিৰ ওপৰত পৰিব৷ মিথুন, ধনু আৰু মীন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় বিশেষভাৱে সুফলদায়ক প্ৰমাণিত হব পাৰে৷

জ্যোতিষশাস্ত্ৰ মতে মঙ্গল গ্ৰহ সাহস, শক্তি আৰু ভূমিৰ কাৰক৷ অন্যহাতে চন্দ্ৰ মন, সুখ আৰু আৰ্থিক অৱস্থাৰ সৈতে সম্পৰ্কিত৷ সেয়ে এই দুই গ্ৰহৰ সংমিশ্ৰণত জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব৷ এই সংযোগে সমস্ত ৰাশিৰ ওপৰতেই প্ৰভাৱ বিস্তাৰ কৰিব৷

মিথুন ৰাশি

এই সময়কালত মিথুন ৰাশিৰ জাতক জাতিকাই কৰ্মজীৱনত উন্নতিৰ বাবে চমৎকাৰ সুযোগ লাভ কৰিব পাৰে৷ যিসকলে বৰ্তমান কোনো চাকৰিত নিযুক্ত আছে তেওঁলোকে নতুন দায়িত্ব পাব৷ পদোন্নতিৰ সম্ভাৱনাও প্ৰৱল৷ যিসকলে নতুন চাকৰিৰ সন্ধান কৰিছে৷ তেওঁলোকে এইক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰে৷ ব্যৱসায়ীয়ে নতুৱ কোনো প্ৰকল্প বা ব্যৱসায়িক চুক্তি হাতত পোৱাৰ সুযোগ পাব৷ কামৰ চাপ বা কৰ্মব্যস্ততা কিঞ্চিৎ বৃদ্ধি পাব পাৰে৷ এই সময়ত ধৈৰ্য্য আৰু বিচক্ষণতা বজায় ৰখা অত্যন্ত জৰুৰী হব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময় আৰাম আৰু বিলাসিতাৰ সামগ্ৰী বৃদ্ধিৰ সুযোগ কঢ়িয়াই আনিব পাৰে৷ পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব৷ স্থাবৰ সম্পত্তি বা যানবাহন সংক্ৰান্তিয় বিষয়ত লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ আয়ৰ পৰিমাণ বৃদ্ধি পাব৷ ইয়াৰ সৈতে ব্যয়ৰ মাত্ৰাও কিছু বাঢ়িব পাৰে৷ পাৰিবাৰিক বা ঘৰোৱা বিষয়সমূহত সংযম আৰু সহনশীলতা বজাই ৰখাই শ্ৰেয়৷

মীন ৰাশি

এই ৰাজযোগ মীন ৰাশিৰ জাতকৰ ওপৰত সৰ্বাধিক প্ৰভাৱ বিস্তাৰ কৰিব৷ কাৰণ এই বিশেষ যোগ নিজস্ব ৰাশিতেই গঠিত হৈছে৷ এই সময়কালত দীৰ্ঘদিন ধৰি ৰৈ থকা বা অসম্পূৰ্ণ কামসমূহ সম্পন্ন হোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ কৰ্মজীৱনত উন্নতিৰ বাবে নতুন নতুন সুযোগৰ দ্বাৰ উন্মোচিত হব৷ আয়ৰ পৰিমাণ বৃদ্ধিৰ সুস্পষ্ট ইংগিত বা লক্ষণ দেখা গৈছে৷ আৱেগৰ বশবৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!
জীৱনশৈলী

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

August 7, 2026
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

August 6, 2026
Next Post
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.