• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

1 year ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

20 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

41 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

1 hour ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

2 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

2 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

3 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

5 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল

editor by editor
March 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২৪ মাৰ্চৰ পৰা চন্দ্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত ৩ৰাশিৰ খুলিব কঁপাল
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৪ মাৰ্চ ২০২৫ক চন্দ্ৰই ৰাশি পৰিবৰ্তন কৰিব৷ সোমবাৰে দিনৰ পৰাই চন্দ্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিব, যাৰ শাসক গ্ৰহ হৈছে শনি৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি, চন্দ্ৰই ৰাশিচক্ৰৰ দ্ৰুততম পৰিবৰ্তনকাৰী গ্ৰহসমূহৰ মাজত অন্যতম৷ যেতিয়া চন্দ্ৰৰ গোচৰ হয় তেতিয়া ১২ ৰাশিৰ ওপৰত তাৰ প্ৰভাৱ পৰে৷ স্বাস্থ্য, অৰ্থনৈতিক অৱস্থা, কৰ্মজীৱন, আয় আৰু সম্পৰ্কৰ ক্ষেত্ৰতো এই পৰিবৰ্তনৰ প্ৰভাৱ স্পষ্ট হয়৷

বৈদিক পঞ্চাং অনুসৰি, ২৪ মাৰ্চ ২০২৫ ৰ পুৱা ১০.২৮ মিনিটত চন্দ্ৰই ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ শনি হৈছে মকৰ ৰাশিৰ শাসক গ্ৰহ আৰু তেওঁ কৰ্ম আৰু ন্যায়ৰ কাৰক গ্ৰহ বুলি বিবেচিত হয়৷ চন্দ্ৰই এই ৰাশি পৰিবৰ্তনৰ ফলত কিছু ৰাশিয়ে অত্যন্ত সৌভাগ্য লাভ কৰিব৷ জানি থওক কোন ৩ৰাশিয়ে ২৪ মাৰ্চ ২০২৫ৰ পৰা চন্দ্ৰৰ শুভ প্ৰভাৱত ফলত প্ৰচুৰ সুখ, সমৃদ্ধি আৰু সাফল্য অৰ্জন কৰিব৷

মেষ ৰাশি

চন্দ্ৰৰ গোচৰ মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ এই সময়ত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ ব্যৱসায়ীসকলে যদি কোনো গুৰুত্বপূৰ্ণ চুক্তি কৰে তেন্তে লাভৰ সুযোগ আহিব৷ সম্পত্তি বাহন আদি কিনাৰ পৰিকল্পনা কৰিব পাৰে৷ স্বাস্থ্যজনিত দৃষ্টিকোণৰ পৰা বিশেষকৈ প্ৰবীণসকলৰ বাবে এই সময় অনুকূল৷ দম্পতিৰ মাজক পাৰস্পৰিক বুজাপৰা বাঢ়িব আৰু সম্পৰ্কৰ ভুল বুজাবুজি দূৰ হব৷

কৰ্কট ৰাশি

চন্দ্ৰৰ এই ৰাশি পৰিবৰ্তন কৰ্কট ৰাশিৰ জাতকৰ বাবে বিশেষ লাভজনক হব৷ ব্যৱসায়ীসকলে ভাল মুনাফা লাভ কৰিব৷ প্ৰবীণ ব্যক্তিয়ে ধৰ্মীয় কামত অংশগ্ৰহণ কৰি যাৰ জৰিয়তে মানসিক শান্তি পাব৷ যিসকলে সম্প্ৰতি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশ লৈছে তেওঁলোকে ইতিবাচক ফলাফল পাব৷ দম্পতিৰ মাজত দূৰত্ব কমিব, সম্পৰ্ক আৰু গভীৰ হব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ যাৰ ফলত পাৰস্পৰিক সম্পৰ্ক আৰু মজবুত হব৷

ধনু ৰাশি

ধনু ৰাশি চন্দ্ৰৰ এই গোচৰত লাভৱান হব৷ বিশেষকৈ তৰুণসকলৰ বাবে নতুন আয়ৰ পথ খুলিব, যিয়ে অৰ্থনৈতিক সমস্যসমূহ দূৰ কৰিব৷ দম্পতিয়ে বিলাসবহুল জীৱন উপভোগ কৰিব পাৰে৷ এই সময়ত সম্পত্তি কিনাৰ পৰিকল্পনাত সফল হব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু দৃঢ় হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?
খাদ্য

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
Next Post
মাত্ৰ ১৫ বছৰত ২ কোটি ৰিটাৰ্ণ, ক’ত বিনিয়োগ কৰিলে কোটিপতি হোৱাত সুবিধা হ’ব আপোনাৰ?

মাত্ৰ ১৫ বছৰত ২ কোটি ৰিটাৰ্ণ, ক’ত বিনিয়োগ কৰিলে কোটিপতি হোৱাত সুবিধা হ’ব আপোনাৰ?

শুক্ৰই চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিব! ৩ৰাশিৰ জীৱনত উপচি পৰিব ধন, বাঢ়িব বেংক বেলেন্স

শুক্ৰই চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিব! ৩ৰাশিৰ জীৱনত উপচি পৰিব ধন, বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.