• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?

১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?

1 year ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

5 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

5 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

5 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

6 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

7 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

8 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

8 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

9 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

9 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

10 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

10 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?

১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?

editor by editor
September 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১০০ বছৰৰ পাছত বিৰল যোগ! শনিৰ ৰাশিত শেষ চন্দ্ৰগ্ৰহণ, কঁপাল খুলিব ৩ৰাশিৰ, উপচি পৰিব বেংক বেলেন্স, টকাৰ গাদীত শুব কোন কোন?
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পিতৃপক্ষৰ প্ৰথম দিনাই অৰ্থাৎ ভাদমাহৰ পূৰ্ণিমা তিথি জ্যোতিষশাস্ত্ৰ আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা খুবেই বিশেষ হব৷ কাৰণ এই দিনটোতেই ২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণ হব৷ এই গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান হব সেয়ে এই গ্ৰহণৰ সূতক কাল বৈধ হব৷ পিতৃপক্ষত চন্দ্ৰগ্ৰহণৰ ফলত পূৰ্বপুৰুষৰ সন্তুষ্টিৰ বাবে কৰা শ্ৰাদ্ধনুষ্ঠানৰ ওপৰতো বিশেষ প্ৰভাৱ পৰে আৰু গ্ৰহণৰ সময়ত কৰা দান আৰু সৎকৰ্মৰ ফলো অসীমভাৱে বৃদ্ধি পায়৷ জ্যোতিৰ্বিদ্যা সংক্ৰান্তিয় ঘটনাসমূহত আগ্ৰহীসকলৰ বাবে এই গ্ৰহণ বিশেষ হব কাৰণ এই গ্ৰহণতেই দেখা যাব ব্লাড মুন অৰ্থাৎ ৰঙা চন্দ্ৰ আপুনিও দেখিবলৈ পাব৷
২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰ দেওবাৰে হব৷ এই গ্ৰহণ শনিৰ ৰাশি কুম্ভ আৰু পূৰ্বভাদ্ৰপদ নক্ষত্ৰত ঘটিছে৷ এই সময়ত ৰাহু আৰু চন্দ্ৰ উভয়েই কুম্ভ ৰাশিত অৱস্থান কৰিব যাৰ কাৰণে মানুহৰ বাবে মানসিক চাপ, সামাজিক মতবিৰোধ আৰু আদৰ্শিক দ্বন্দ্ব বাঢ়িব পাৰে৷ ইয়াৰ সৈতে বৃহস্পতি হৈছে দেৱতাসকলৰ গুৰু, পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি, এই নক্ষত্ৰত গ্ৰহণৰ কাৰণে ধৰ্মীয় আচাৰ অনুষ্ঠানত ব্যাঘাত, পাৰিবাৰিক বিৰোধ আৰু স্বাস্থ্য সম্পৰ্কিত সমস্যাৰো সন্মুখীন হব পাৰে৷
এইবাৰ ২০২৫ চনৰ পিতৃপক্ষত দুটাকৈ গ্ৰহণ পৰিছে৷ প্ৰথম গ্ৰহণ হল চন্দ্ৰগ্ৰহণ যি ৭ ছেপ্টেম্বৰত আৰু দ্বিতীয়টো হৈছে সূৰ্যগ্ৰহণ যি ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হব৷ ইয়াৰোপৰি পিতৃপক্ষ ৭ ছেপ্টেম্বৰত আৰম্ভ হৈ শেষ হব ২১ ছেপ্টেম্বৰত৷ পিতৃপক্ষত চন্দ্ৰগ্ৰহণে পূৰ্বপুৰুষৰ সন্তুষ্টি আৰু শ্ৰাদ্ধ কৰ্মৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব৷ ভাৰতত চন্দ্ৰগ্ৰহণ দৃশ্যমান হব সেয়ে এই গ্ৰহণৰ সূতক কাল বৈধ হব৷ চন্দ্ৰগ্ৰহণৰ সূতক কাম ৯ঘণ্টা আগতেই আৰম্ভ হয়৷ ইয়াৰ অৰ্থ ৭ ছেপ্টেম্বৰত গ্ৰহণৰ সূতক কাল দুপৰীয়া ১২.৫৯ মিনিটৰ পৰা আৰম্ভ হব আৰু মোক্ষকাল অৰ্থাৎ নিশা গ্ৰহণৰ সমাপ্তি পৰ্যন্ত চলিব সূতক কাল৷ সূতক কালত খোৱাবোৱা, মলত্যাগ কৰা আৰু প্ৰস্ৰাৱ কৰাৰ পাছত গা নোধোৱাকৈ পূজা কৰা নিষেধ৷ গৰ্ভবতী মহিলাসকলে বিশেষভাৱে সতৰ্ক থকা উচিত কাৰণ গ্ৰহণে অনাগত সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ ধৰ্মীয় গ্ৰন্থ অনুসৰি এই সময়ত জপ, তপস্যা, পাঠ আৰু ধ্যান অত্যন্ত ফলপ্ৰসূ৷
ভাৰতৰ ওপৰিও ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানি, ইটালিসহ বহু ইউৰোপীয় দেশত দেখা যাব গ্ৰহণ৷ আফ্ৰিকাৰ বেছিভাগ দেশ ক্ৰমে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু আমেৰিকাৰ কিছু অংশতো দৃশ্যমান হব গ্ৰহণ৷ জ্যোতিষীৰ মতে ৭ ছেপ্টেম্বৰত চন্দ্ৰগ্ৰহণত ৰক্তবৰ্ণৰ চন্দ্ৰ দেখা যাব৷ এই গ্ৰহণত তিনিৰাশিৰ ভাগ্য উথলি উঠিব৷

মিথুন ৰাশি

জ্যোতিষীৰ মতে ৭ ছেপ্টেম্বৰৰ চন্দ্ৰগ্ৰহণ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ হব৷ ২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণে মিথুন ৰাশিৰ জাতকৰ জীৱনত দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন কৰিব৷ এই গ্ৰহণৰ প্ৰভাৱত আৰ্থিক অৱস্থা শক্তিশালী হব আৰু আয়ৰ নতুন পথ উন্মোচিত হব৷ লক্ষ্য অৰ্জনৰ বাবে আৰু ভাল পৰিস্থিতি তৈয়াৰ হব আৰু অৰ্থ সম্পৰ্কিত সমস্যা সমাধান হব৷ যিসকলে চাকৰি বা ব্যৱসায় কৰি আছে তেওঁলোকে ভাল সুবিধা পাব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ অৱস্থান শক্তিশালী হব৷
ধনু ৰাশি
২০২৫ চনৰ চন্দ্ৰগ্ৰহণ ধনু ৰাশিৰ কৰ্মজীৱীসকলে কেৰিয়াৰত নতুন পথত যাত্ৰা আৰম্ভ কৰাৰ সুযোগ পাব৷ অফিচত আপোনাৰ দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত আপোনাৰ পৰিকল্পনা সফল হব৷ অবিবাহিত ব্যক্তিয়ে ভাল বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ সমাজত সন্মান বৃদ্ধি পাব আৰু এই ৰাশিৰ লোকৰ ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
মকৰ ৰাশি
২০২৫ চনৰ শেষ চন্দ্ৰগ্ৰহণ মকৰ ৰাশিৰ জাতকৰ বাবে শুভ হব৷ মকৰ ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ চাকৰি আৰু ব্যৱসায়ত দুৰ্দান্ত উন্নতি কৰিব পাৰিব৷ গ্ৰহণৰ শুভ প্ৰভাৱত আয়ৰ নতুন উৎস তৈয়াৰ হব আৰু আৰ্থিক অৱস্থা শক্তিশালী হব৷ আপোনাৰ সমস্যাসমূহ ধীৰে ধীৰে শেষ হব আৰু আপুনি প্ৰতিটো পদক্ষেপত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
Next Post
হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

দুৰ্গাপূজা পালেহিয়েই… কেতিয়া হ’ব দেৱীৰ বোধন? মহাষ্টমীৰ অঞ্জলি কেতিয়া দিব? সন্ধিপূজা কেতিয়া?

দুৰ্গাপূজা পালেহিয়েই... কেতিয়া হ’ব দেৱীৰ বোধন? মহাষ্টমীৰ অঞ্জলি কেতিয়া দিব? সন্ধিপূজা কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.