• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰ্দয় মাতৃ, হঠাতে হাতত কু/ঠা/ৰ তুলি লৈ শেষ কৰি দিলে দুয়োটি সন্তানৰে প্ৰা/ণ

নিৰ্দয় মাতৃ, হঠাতে হাতত কু/ঠা/ৰ তুলি লৈ শেষ কৰি দিলে দুয়োটি সন্তানৰে প্ৰা/ণ

2 years ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

1 hour ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

2 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

2 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

3 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

4 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

5 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

5 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

6 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

15 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

16 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিৰ্দয় মাতৃ, হঠাতে হাতত কু/ঠা/ৰ তুলি লৈ শেষ কৰি দিলে দুয়োটি সন্তানৰে প্ৰা/ণ

editor by editor
August 29, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
নিৰ্দয় মাতৃ, হঠাতে হাতত কু/ঠা/ৰ তুলি লৈ শেষ কৰি দিলে দুয়োটি সন্তানৰে প্ৰা/ণ
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্দয় মাতৃ, হঠাতে হাতত কু/ঠা/ৰ তুলি লৈ শেষ কৰি দিলে দুয়োটি সন্তানৰে প্ৰা/ণ

এগৰাকী নিষ্ঠুৰ মাতৃৰ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজেই নিজৰ দুয়োটি সন্তানক হত্যা কৰে মাতৃয়ে। হঠাতে হাতত কুঠাৰ তুলি লৈ একেঘাপে প্ৰাণ নাশ কৰে দুয়োটি কনমানি শিশুৰ। এই নিষ্ঠুৰতাৰ সীমা চেৰাই যোৱা ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। বৰ্তমানে আৰক্ষীত জালত নিৰ্দয় মাতৃ।

মধ্যপ্ৰদেশৰ ৰাতলাম জিলাত সংঘটিত হৈছে এই ঘটনা। শিশু দুটিৰ বয়স ক্ৰমে ৩ বছৰীয়া পুত্ৰ আৰু ৫ বছৰীয়া কন্যা। ঘটনাৰ পিছতে অঞ্চলটোত এক শংকিত পৰিবেশৰ সৃষ্টি হৈছে। ৰাতলাম জিলা সদৰৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত থকা দেওৰী ৱাৰ্ডৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।

আজি ২৯ আগষ্ট বৃহস্পতিবাৰে মহিলাগৰাকীয়ে দুয়োটা শিশুক ঘপিয়াই হত্যা কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভৰ পিছতে আৰক্ষী আহি পোৱাত মহিলাগৰাকীক কিছু দূৰৈত বহি থকা অৱস্থাত উদ্ধাৰ কৰে। বৰ্তমানে আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰী মহিলাগৰাকীৰ নাম ৰাধিকা আদিবাসী।

ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামীয়ে ঘৰত নাছিল বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে মহিলাগৰাকীক ঘটনাৰ কাৰণ সোধাত মহিলাগৰাকীয়ে কেইবাবাৰো নিজৰ বক্তব্য সলনি কৰে।

পিছত আৰক্ষীক জনায় যে তেওঁ স্বামীৰ পৰা বেলেগ হ’ব বিচাৰে। বিবাহ বিচ্ছেদ বিচাৰে স্বামীৰ পৰা। অৱশ্যে স্বামীৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল নাই কোনোদিনে। কিৱল বেলেগ হব বিচাৰে। সেয়ে খঙতে নিজেই নিজৰ দুয়োটি সন্তানক হত্যা কৰে।

আনহাতে স্বামীয়ে আৰক্ষীক জনাই যে কিছুদিন পূৰ্বে পত্নীৰ অত্যন্ত মূৰৰ বিষ হৈছিল। যাৰ বাবে চিকিৎসাও কৰা হৈছিল। তেতিয়াৰ পৰাই পত্নীয়ে কিছু আচহুৱা ব্যৱহাৰ কৰিবলৈ ধৰে আৰু অশান্তি পাবলৈ ধৰে। সেয়ে বৰ্তমানে ঘটনাৰ সঠিক তদন্তৰ বাবে মহিলাগৰাকীক চিকিৎসকৰ ওচৰলৈয়ো নিয়াৰ ব্যৱস্থা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: madhya pradeshMadhya Pradesh PoliceMother Killed Childmurder casePolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?
জীৱনশৈলী

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

August 9, 2026
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিনোদন

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

August 9, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
Next Post
বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ

বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ

ছেপ্টেম্বৰ মাহত ধন-সম্পত্তিৰে চহকী হ’ব ৫টা ৰাশি! গ্ৰহবোৰে মিলি সৃষ্টি কৰিব ৩টা শক্তিশালী ৰাজযোগ

ছেপ্টেম্বৰ মাহত ধন-সম্পত্তিৰে চহকী হ'ব ৫টা ৰাশি! গ্ৰহবোৰে মিলি সৃষ্টি কৰিব ৩টা শক্তিশালী ৰাজযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.