• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ

বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ

2 years ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

8 minutes ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

45 minutes ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

59 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

1 hour ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

1 hour ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

4 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

4 hours ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

5 hours ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

8 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ

editor by editor
August 29, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেতাৰ সঁচা কাহিনী, অন্যৰ পত্নীক নিজৰ বুলি ভাৱি পাৰ কৰিছিল ২০ বছৰ

চলচ্চিত্ৰ জগতৰ এনে কিছু অভিনেতা আছে যাৰ বাস্তৱ জীৱনো তেওঁলোকৰ ৰিল লাইফৰ সৈতে কেতিয়াবা মিল খাই যায়। প্ৰায়ে চিনেমাত দেখিবলৈ পোৱা যায় যে নায়ক আৰু নায়িকাৰ জীৱনলৈ তৃতীয় এজন ব্যক্তি আহে, যিয়ে কাহিনীটোক নতুন ৰূপ দিয়ে আৰু তাৰ পিছত কাহিনী আৰম্ভ হয়।

পাছে হিন্দী চিনেমাৰ এগৰাকী শিল্পীৰ কথা, যাৰ বাস্তৱ জীৱনতো একেধৰণৰ কিবা এটা ঘটিছিল। অন্যৰ পত্নীক নিজৰ বুলি ভাবি পাৰ কৰিছিল ২০ বছৰ।

সেই অভিনেতাগৰাকী আন কোনো নহয়, হিন্দী চিনেমাৰ চাইড ৰোল কৰা জনপ্ৰিয় অভিনেতা দীপক তিজোৰী। দীপক তিজোৰী সেইজন অভিনেতা যাৰ বাস্তৱ জীৱন ছবি এখনৰ কাহিনীৰ দৰে। দীপকে হিন্দী চিনেমাক বহু ছবি দিছে। চিনেমাত পাৰ্শ্ব নায়ক হিচাপে দেখা গ’লেও মানুহৰ হৃদয় জয় কৰাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কোনো গাফিলতি কৰা নাছিল।

পাছে সেই অভিনেতাৰ জীৱন হৈ পৰিছিল এক মিছাৰ ওপৰত আধাৰিত। সদ্যহতে জীৱনৰ ওপৰত প্ৰকাশ কৰে এই গুৰুত্বপূৰ্ণ খবৰ। শিবানী টোমৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল দীপক তিজোৰী। পাছে ২০১৭ চনত পত্নীয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে স্বামী দীপকক।

তেতিয়াই পোহৰলৈ আহে এই সকলো কথা। পত্নীয়ে ভাৱিছিল দীপকৰ অন্যৰ সৈতে সম্পৰ্ক আছে, যাৰ বাবে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছিল, আনহাতে দীপকেও পত্নীৰ বাবে একেই ব্যৱস্থা কৰিছিল।

সেই কাউন্সেলিঙৰতে জানিব পাৰে পত্নীয়ে পূৰ্বৰ স্বামীৰ বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে দীপকৰ সৈতে বিয়াত বহিছিল। তাকো দীপকৰ সৈতে কোনোদিনে ন্যায়িক ব্যৱস্থাৰে বিয়াত বহা নাছিল। যাৰ বাবে শিৱানী কোনোদিনে দীপকৰ পত্নী নাছিল বৰঞ্চ পূৰ্বৰ স্বামীৰেই পত্নী আছিল।

২০ বছৰে ধৰি দীপক শিৱানীৰ সৈতে আছিল। দীপকে সদায়ে শিৱানীকেই নিজৰ পত্নী বুলি ভাবি আহিছিল। পাছে এই সত্য জনাৰ পাছত নিজেই নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাই। কেৱল চিনেমাতেই নহয় সঁচা জীৱনতো পাৰ্শ্ব স্বামীৰ অভিনয় কৰি থকাৰ দৰে লাগি যায় দীপক তিজোৰীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorDeepak TijoriIndian Movie . Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’
বিনোদন

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

August 10, 2026
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

August 10, 2026
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!
জীৱনশৈলী

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

August 10, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

August 10, 2026
Next Post
ছেপ্টেম্বৰ মাহত ধন-সম্পত্তিৰে চহকী হ’ব ৫টা ৰাশি! গ্ৰহবোৰে মিলি সৃষ্টি কৰিব ৩টা শক্তিশালী ৰাজযোগ

ছেপ্টেম্বৰ মাহত ধন-সম্পত্তিৰে চহকী হ'ব ৫টা ৰাশি! গ্ৰহবোৰে মিলি সৃষ্টি কৰিব ৩টা শক্তিশালী ৰাজযোগ

মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান

মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.