• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

2 years ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

8 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

9 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

9 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

10 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

11 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

11 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

12 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

13 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

14 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

15 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
February 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
9.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় গুপ্ত নৱৰাত্ৰি। ৯ফেব্ৰুৱাৰী শুকুৰবাৰে মৌনি অমাবস্যা পালনৰ পাছতেই ১০ফেব্ৰুৱাৰী শনিবাৰৰ পৰা আৰম্ভ হ’ব মাঘ গুপ্ত নৱৰাত্ৰি ২০২৪। এই সময়ত ৯ৰাতি ধৰি দেৱী দুৰ্গাৰ ৯ৰূপৰ আৰাধনা কৰা হয়। ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ১৮ফেব্ৰুৱাৰী পৰ্যন্ত চলিব গুপ্ত নৱৰাত্ৰি। বছৰত ৪বাৰ নৱৰাত্ৰি পালন কৰা হয়। তাৰ মাজতেই দুটা হৈছে প্ৰকাশ্য আৰু দুটা গুপ্ত।

চ’ত মাহত পালিত নৱৰাত্ৰি আৰু শাৰদীয় নৱৰাত্ৰি হৈছে প্ৰকাশ্য নৱৰাত্ৰি। চ’তৰ নৱৰাত্ৰিত বাঙালী সকলে বাসন্তী পুজা কৰে আৰু শাৰদীয় নৱৰাত্ৰিত পালন কৰা হয় শাৰদীয় দুৰ্গা পূজা। ইয়াৰোপৰি মাঘ আৰু আহাৰ মাহত পালিত হয় গুপ্ত নৱৰাত্ৰি। এই সময়ত মূলত তন্ত্ৰসাধকসকলে দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ আৰাধনা কৰে। এই বছৰ জ্যোতিষ অনুসৰি বিশেষ শুভ যোগত পালিত হ’ব গুপ্ত নৱৰাত্ৰি। জ্যোতিষ গণনাই কৈছে যে মাঘ গুপ্ত নৱৰাত্ৰিত দেৱী দুৰ্গাৰ আশীৰ্বাদ বৰ্ষিত হ’ব পাঁচ ৰাশিৰ জাতকৰ ওপৰত। সকলো কামতেই সুখ, সাফল্য আৰু সম্পদ লাভ কৰিব। ২০২৪ত মা দুৰ্গাৰ দয়াত এইকেইটা ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব।

মেষ ৰাশি
১০ ফেব্ৰুৱাৰীৰ পৰা ১৮ফেব্ৰুৱাৰীলৈকে গুপ্ত নৱৰাত্ৰিৰ এই ৯ দিন অত্যন্ত শুভ মেষ ৰাশিৰ জাতকৰ বাবে। আপুনি যদি মেষ ৰাশিৰ জাতক হয় তেতিয়া এই সময় কেৰিয়াৰত উন্নতিৰ যোগ আছে। মেষ ৰাশিৰ জাতকৰ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকেও নতুন চাকৰি লাভ কৰিব পাৰে। যিসকল এতিয়াও কৰ্মৰত তেওঁলোকৰ পদোন্নতি হ’ব পাৰে।

কন্যা ৰাশি
দেৱী দুৰ্গাৰ আশীৰ্বাদত গুপ্ত নৱৰাত্ৰিত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত চাকৰি আৰু ব্যৱসায়ত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব আপুনি। নতুন পোছাক আৰু গহনা কিনিব পাৰে কন্যা ৰাশিৰ জাতকে। ব্যৱসায়ত ডাঙৰ কোনো কামৰ সুযোগ পাব। পৰিয়াল আৰু বন্ধুৰ সৈতে খুব ভাল সময় কটাব। প্ৰিয় মানুহৰ পৰা কোনো বিশেষ উপহাৰ পাব পাৰে।

বৃশ্চিক ৰাশি
আপুনি বৃশ্চিক ৰাশিৰ জাতক হ’লে ভাগ্য খুলিব আপোনাৰ। দেৱী দুৰ্গাৰ কৃপাত কোনো সুখবৰ লাভ কৰিব পাৰে। কোনো সু-সংবাদ আপুনি পাব পাৰে। পাবলগীয়া ধন লাভ কৰিব। কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি এই সময়ত উন্নত হ’ব। হঠাৎ হাতলৈ ধন আহিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

মকৰ ৰাশি
কোনো আইনী জটিলতাত সোমাই থাকিলে গুপ্ত নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ আশীৰ্বাদত সকলো সমস্যা দূৰ হ’ব। ইয়াৰ ফলত মানসিকভাৱেও বহু শান্তি পাব মকৰ ৰাশিৰ জাতকে।
পৰিয়ালৰ সৈতে ফুৰিবলৈকো যাব পাৰে। তীৰ্থযাত্ৰালৈকো যোৱাৰ সম্ভাৱনা আছে। আনন্দমনেৰে সময় কটাব। আৰ্থিক লাভ হোৱাৰো যোগ আছে।

মীন ৰাশি
আপুনি মীন ৰাশিৰ জাতক হ’লে মা দুৰ্গাৰ আশীৰ্বাদত কোনো বৃহৎ সমস্যাৰ সমাধান এই সময়ত হ’ব পাৰে। নিজৰ বুদ্ধিৰ বলত সকলো সমস্যাৰ পৰাই মুক্তি লাভ কৰিব পাৰে। বিশেষ কোনো ব্যক্তিৰ সহায়ত আপুনি ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত শুভ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
Next Post
১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

১৪ঘণ্টাই ভক্তক দৰ্শন দি দি ভাগৰি পৰিছে ৰামলালা! ৰামলালাৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন, অচিৰেই ভক্তৰ দৰ্শনৰ বাবে সময় কমাই দিয়াৰ পৰিকল্পনা নেকি ট্ৰাষ্টৰ?

আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

আদৱানীৰ পাছতেই দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ ভাৰত ৰত্ন ঘোষণা, তালিকাত এগৰাকী বিজ্ঞানীও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.